• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১১ বছৰীয়া পুত্ৰৰ সৈতে চিকিৎসক মাতৃৰ এনে কাণ্ড, ভিডিঅ’ দেখিলে বুকু কঁপি উঠিব আপোনাৰো

১১ বছৰীয়া পুত্ৰৰ সৈতে চিকিৎসক মাতৃৰ এনে কাণ্ড, ভিডিঅ’ দেখিলে বুকু কঁপি উঠিব আপোনাৰো

2 years ago
‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

27 minutes ago
অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

1 hour ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

অসহ্যকৰ দাঁতৰ বিষ? সহজ ঘৰুৱা পদ্ধতিৰে কিদৰে পাব উপশম জানক

2 hours ago
জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

3 hours ago
Mangal Gochar 2026: কন্যা ৰাশিসহ ৬ ৰাশিৰ লোক হওক সতৰ্ক, এটা ভুলে বৃদ্ধি কৰিব উদ্বিগ্নতা!

Mangal Gochar 2026: কন্যা ৰাশিসহ ৬ ৰাশিৰ লোক হওক সতৰ্ক, এটা ভুলে বৃদ্ধি কৰিব উদ্বিগ্নতা!

3 hours ago
Wi-Fi ব্যৱহাৰ কৰে নেকি? বিপদত পৰাৰ পূৰ্বে আজিয়েই হওক সাৱধান

Wi-Fi ব্যৱহাৰ কৰে নেকি? বিপদত পৰাৰ পূৰ্বে আজিয়েই হওক সাৱধান

4 hours ago
মহিলাৰ পেণ্টত চেইন কিয় থাকে? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

মহিলাৰ পেণ্টত চেইন কিয় থাকে? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

4 hours ago
হ্ৰাস পাব টকাৰ গুৰুত্ব! এলন মাস্কৰ ভৱিষ্যদ্বাণীৰ পিছতে চিন্তিত সকলো

হ্ৰাস পাব টকাৰ গুৰুত্ব! এলন মাস্কৰ ভৱিষ্যদ্বাণীৰ পিছতে চিন্তিত সকলো

5 hours ago
কোটিপতি হোৱাৰ সহজ উপায়, দৰমহা ৫০ হাজাৰ টকা হ’লেও SIPৰে হওক ধনী!

কোটিপতি হোৱাৰ সহজ উপায়, দৰমহা ৫০ হাজাৰ টকা হ’লেও SIPৰে হওক ধনী!

6 hours ago
চৰকাৰী কৰ্মচাৰীৰ ভাগ্য উদয়! দুৰ্গা পূজাৰ পূৰ্বে পাব ২০% DA ৰ উপহাৰ

চৰকাৰী কৰ্মচাৰীৰ ভাগ্য উদয়! দুৰ্গা পূজাৰ পূৰ্বে পাব ২০% DA ৰ উপহাৰ

8 hours ago
হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?

সোণ-ৰূপে দেখুৱাইছে যাদু! এইটোৱেই গহনা ক্ৰয়ৰ সঠিক সময় নেকি?

8 hours ago
গুৰু পূৰ্ণিমাত ১৯৭০ বছৰ পিছত গঠন ডাঙৰ সংযোগ, জানক কিদৰে পাব শুভ ফল

গুৰু পূৰ্ণিমাত ১৯৭০ বছৰ পিছত গঠন ডাঙৰ সংযোগ, জানক কিদৰে পাব শুভ ফল

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

১১ বছৰীয়া পুত্ৰৰ সৈতে চিকিৎসক মাতৃৰ এনে কাণ্ড, ভিডিঅ’ দেখিলে বুকু কঁপি উঠিব আপোনাৰো

editor by editor
May 15, 2024
in বিবিধ, ভাৰত
0
১১ বছৰীয়া পুত্ৰৰ সৈতে চিকিৎসক মাতৃৰ এনে কাণ্ড, ভিডিঅ’ দেখিলে বুকু কঁপি উঠিব আপোনাৰো
0
SHARES
117.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১১ বছৰীয়া পুত্ৰৰ সৈতে মাতৃৰ এনে কাণ্ড, ভিডিঅ’ দেখিলে বুকু কঁপি উঠিব আপোনাৰো

পেছাত চিকিৎসক এগাৰকী মাতৃ, শিক্ষা দিক্ষাৰে বহু উচ্চ। কিন্তু মানসিকতা ইমানেই নিম্ন যে, ভাবিব নোৱাৰি, বিশ্বাস কৰিব নোৱাৰি। নিজৰেই পেটৰ পো ১১ বছৰীয়া ল’ৰাক অকথ্য নিৰ্যাতন মাতৃৰ। যি সময়ৰ ভিডিঅ’ বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

যি ভি়ডিঅ’ দেখি এতিয়া বহুজনেই সেই মাতৃগৰাকীক ধিক্কাৰ দিছে। সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে সেই ভিডিঅ’। শিশুটি ইমানেই শান্ত যে, মাতৃৰ অকথ্য নিৰ্যাতন সহিয়ো পাছত সুন্দৰ কৈ ছবি আঁকিবলৈ ধৰে।

এই ঘটনা দিল্লীৰ। দিল্লীৰ এখন প্ৰখ্যাত বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ তাৰোপৰি নিজৰ শ্ৰেণীত প্ৰথম স্থান প্ৰাপ্ত। পাছে ইমানৰ পাছতো ছাত্ৰৰ বিষয়ে সকলো জনাৰ পাছতো বিদ্যালয়ে কেতিয়াও কোনো ব্যৱস্থা গ্ৰহণ নকৰাটোও আচৰিত কথা। ইয়াৰ সৈতে জড়িত ভিডিঅ’ বৰ্তমানে আৰক্ষীৰ হাততো আছে, সেই ভিত্তিতে আৰক্ষীয়ে গোচৰো ৰুজু কৰিছে।

ভাইৰেল হৈ পৰা ভিডিঅ’ দেখা অনুসৰি, পুত্ৰই সুন্দৰ ভাৱে নিজৰ পঢ়া শুনা কৰি থকাৰ সময়তে হঠাতে মাতৃয়ে কোঠাৰ ভিতৰত সোমাই আহি বেগ বিচনাত পেলাই দি পুত্ৰক হাতত ধৰি টানি নি পকাত থেকেচি দিয়ে। আৰু মাৰিবলৈ আৰম্ভ কৰে।

শিশুটিক বেয়াকৈ প্ৰহাৰ কৰাৰ সময়ত নিজকে বচাবলৈ আপ্ৰাণ চেষ্টা কৰে। তেনেদৰে চেষ্টা কৰিলে পুত্ৰৰ বুকুত বহি লৈ চৰ-ঘুচা দিবলৈ আৰম্ভ কৰে মাতৃয়ে। চিঞৰি কান্দি থাকিলেও কোনো দয়া মমতা জাগি নুঠে মাতৃগৰাকীৰ। যেতিয়া নিজে ভাগৰি পৰে তেতিয়াহে এৰি দিয়ে। চকু পানী মচি মচি বিচনালৈ উঠি গৈ পুনৰ ছবি আঁকিবলৈ ধৰে পুত্ৰই।

সেই দৃশ্য দেখিয়ে এতিয়া বহুজনে কৈছে , বহু সৰুৰে পৰা হয়তো সেই কনমানিয়ে এনেদৰে নিৰ্যাতন সহি আহিছে, যাৰ বাবে অভ্যাস হৈ গৈছে, সেয়ে এনে  পৰিস্থিতি একেবাৰে শান্ত হিচাপে, নিজৰ ভাগ্য হিচাপে লৈ কাম কৰি গৈছে।

এই ক্ষেত্ৰত শিশুটিৰ পিতৃয়ে জানিবলৈ দিয়া অনুসৰি, সকলো কথাতে কেৱল নিজকে শেষ কৰিয়াৰ ভাবুকি দি থাকে মাতৃয়ে। যাৰ বাবে মুখ বন্ধ কৰি ৰাখিবলৈ বাধ্য হয় পিতৃ।  শিশুটিৰ পিতৃক এই বিষয়ত কথা কোৱাত শিশুটিক পিতৃৰ সন্মুখতে মাৰপিট কৰা হৈছে, তেতিয়া তেওঁ কয় যে তেওঁৰ পত্নীয়ে তেওঁৰ সন্তানক যতেই পাই তেতিয়াই মাৰপিট কৰিছে।

উল্লেখ্য যে, পেছাত মাতৃগৰাকী এগৰাকী চিকিৎসক, আনহাতে পিতৃ ব্যৱসায়ী। বিয়াৰ আগতে সকলো ঠিকেই আছিল, বিয়াৰ পাছৰে পৰা দুয়োৰে মাজত মতানৈক্য আৰম্ভ হবলৈ ধৰে।আৰু যেতিয়াই যেতিয়াই খং উঠে, তেতিয়াই তেতিয়াই মাতৃয়ে সন্তানক প্ৰহাৰ কৰে।

এই সমগ্ৰ ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পাছতে আৰক্ষী সতৰ্ক হৈ পৰে। চলিত বৰ্ষৰ ১৯ এপ্ৰিলত শিশুটিৰ মাতৃৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। বৰ্তমানে ঘটান সন্দৰ্ভত তদন্ত চলি আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Molestationsocial mediaSocial Media Viral Videoviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’
জীৱনশৈলী

‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

July 29, 2026
অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা
অসম

অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

July 29, 2026
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

অসহ্যকৰ দাঁতৰ বিষ? সহজ ঘৰুৱা পদ্ধতিৰে কিদৰে পাব উপশম জানক

July 29, 2026
জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক
জীৱনশৈলী

জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

July 29, 2026
Next Post
১৫ মিনিট পূৰ্বে তোলা ফটো সামাজিক মাধ্যমত ভাইৰেল, ৭ বন্ধু ওলাইছিল ফুৰিবলৈ, ৬ জনে কৰুণভাৱে ল’লে চিৰ বিদায়

১৫ মিনিট পূৰ্বে তোলা ফটো সামাজিক মাধ্যমত ভাইৰেল, ৭ বন্ধু ওলাইছিল ফুৰিবলৈ, ৬ জনে কৰুণভাৱে ল'লে চিৰ বিদায়

হিটমেন ৰোহিতৰ এই বিশ্বকাপেই শেষ, নিজেই সদৰি কৰিলে অৱসৰৰ কথা

হিটমেন ৰোহিতৰ এই বিশ্বকাপেই শেষ, নিজেই সদৰি কৰিলে অৱসৰৰ কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.