• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৫ মিনিট পূৰ্বে তোলা ফটো সামাজিক মাধ্যমত ভাইৰেল, ৭ বন্ধু ওলাইছিল ফুৰিবলৈ, ৬ জনে কৰুণভাৱে ল’লে চিৰ বিদায়

2 years ago
পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

5 minutes ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

33 minutes ago
অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

56 minutes ago
কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

14 hours ago
Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

15 hours ago
কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

16 hours ago
বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

17 hours ago
সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

18 hours ago
২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

19 hours ago
গোপনে বিবাহপাশত আৱদ্ধ হ’ল নেকি কংগনা ৰাণাৱট? ডিঙিৰ মংগলসূত্ৰই লগালে হাহাকাৰ!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

১৫ মিনিট পূৰ্বে তোলা ফটো সামাজিক মাধ্যমত ভাইৰেল, ৭ বন্ধু ওলাইছিল ফুৰিবলৈ, ৬ জনে কৰুণভাৱে ল’লে চিৰ বিদায়

editor by editor
May 15, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
১৫ মিনিট পূৰ্বে তোলা ফটো সামাজিক মাধ্যমত ভাইৰেল, ৭ বন্ধু ওলাইছিল ফুৰিবলৈ, ৬ জনে কৰুণভাৱে ল’লে চিৰ বিদায়
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৫ মিনিট পূৰ্বে তোলা ফটো সামাজিক মাধ্যমত ভাইৰেল, ৭ বন্ধু ওলাইছিল ফুৰিবলৈ, ৬ জনে কৰুণভাৱে ল’লে চিৰ বিদায়

বহু ফুৰ্তি কৰি ঘৰৰ পৰা ওলাই আহিছিল ৭ বন্ধু। উত্তৰাখণ্ডৰ নীম কৰোলী বাবাৰ মন্দিৰ দৰ্শনৰ বাবে। হাঁহি মাতি সকলো মগন। নিশাৰ আহাৰো গ্ৰহণ কৰে একেলগে।

পাছে নিয়তিৰ পৰিহাস, অতিকে ভয়ংকৰ দুৰ্ঘটনাত পৰি ৭ বন্ধুৰ ৬ জনে চিৰ বিদায় লয় ইহ সংসাৰৰ পৰা। কোনোমতে প্ৰাণ ৰক্ষা পৰা জনৰো পাছে সংকট জনক অৱস্থা।

উত্তৰ প্ৰদেশৰ হাপুৰৰ গড়মুখেশ্বৰৰ ৯ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো। তীব্ৰ বেগী বাহনে নিয়ত্ৰণ হেৰুৱাই পথৰ ডিভাইডাৰত পাৰ হৈ পথৰ আনটো ফালে ৰৈ থকা এখন ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মাৰে।

যাৰ ফলতে বন্ধু কেইজনে যাত্ৰা কৰা বাহনৰ একেবাৰে থেতেলা খাই য়ায়। আৰক্ষী আৰু স্থানীয় লোকে কোনোমতে হে ভাঙি থেতেলা খোৱা বাহন কাটি মৃতদেহ কেইটা উদ্ধাৰ কৰে। লগতে আহত জনত হাস্পতালত ভৰ্তি কৰাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 6 Friend DiedaccidentGaziabaadHapurHapur Accidentroad accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত
বাণিজ্য

May 24, 2026
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!
জীৱনশৈলী

পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

May 24, 2026
অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance
বাণিজ্য

অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

May 24, 2026
কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত
অসম

May 23, 2026
Next Post
হিটমেন ৰোহিতৰ এই বিশ্বকাপেই শেষ, নিজেই সদৰি কৰিলে অৱসৰৰ কথা

২৬ বছৰে ধৰি সন্ধানহীন হৈ আছিল ব্যক্তি, চুবুৰীয়াই ঘৰতে অপহৰণ কৰি ৰাখিছিল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন