নগাঁৱৰ ডিউকেয়াৰ নাৰ্ছিং হোমত উত্তপ্ত পৰিস্থিতি।
ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি।
ICU ত থকা এজন ৰোগীৰ মৃত্যুক লৈ চিকিৎসকক প্ৰশ্ন অভিভাৱকৰ৷
ICUত মৃত হোৱা ব্যক্তিগৰাকীৰ নাম ফজলুল হক।
ৰোগীক ICUত এৰি IPL খেল চাবলৈ গুৱাহাটীলৈ আহিছিল চিকিৎসক ডা: আৰিফুল হক।
ডা আৰিফুল হকৰ গাফিলতিৰ বাবেই ৰোগীৰ মৃত্যু হোৱা বুলি অভিযোগ ফজলুলৰ আত্মীয়ৰ।
পুৱা ICUত কৰুণভাৱে মৃত্যুক সাবটি লয় ফজলুলে তাৰপিছতেই চিকিৎসালয়খনত উত্তপ্ত পৰিস্থিতি।
ডাঃ আৰিফুল হকক গ্ৰেপ্তাৰৰ দাবীৰে চিতিৎসালয় উত্তপ্ত কৰিছে ৰোগীৰ আত্মীয়ই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ