• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মালব্য ৰাজযোগ তৈয়াৰ কৰিব শুক্ৰই, ধন বৃদ্ধি, নতুন চাকৰিৰ যোগ ৫ ৰাশিৰ ভাগ্যত

মালব্য ৰাজযোগ তৈয়াৰ কৰিব শুক্ৰই, ধন বৃদ্ধি, নতুন চাকৰিৰ যোগ ৫ ৰাশিৰ ভাগ্যত

2 years ago
বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

39 minutes ago
ঘৰত জেঠীৰ উপদ্ৰৱ, সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ!

ঘৰত জেঠীৰ উপদ্ৰৱ, সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ!

1 hour ago
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

2 hours ago
সংগীয়ে দিব নেকি মনে মনে ব্ৰেকআপ? মন কৰিব এই ৫টা চিনলৈ…

সংগীয়ে দিব নেকি মনে মনে ব্ৰেকআপ? মন কৰিব এই ৫টা চিনলৈ…

2 hours ago
শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

3 hours ago
এতিয়াই লওক অলংকাৰ, অভাৱনীয় হাৰত দাম কমিছে সোণৰ

Gold-Silver Price Today: হ্ৰাস পালে সোণৰ মূল্য, শীঘ্ৰে ক্ৰয় কৰক পছন্দৰ গহনা!

4 hours ago
হাতলৈ আহিব ধন, শীঘ্ৰে সলনি হ’ব বহু ৰাশিৰ জাতক-জাতিকাৰ ভাগ্য!

হাতলৈ আহিব ধন, শীঘ্ৰে সলনি হ’ব বহু ৰাশিৰ জাতক-জাতিকাৰ ভাগ্য!

4 hours ago
ভাৰততে থাকি ভাৰতকে প্ৰতাৰণা! পাকিস্তানক দেশৰ তথ্য প্ৰদান কৰি গ্ৰেপ্তাৰ চাবুৱাৰ বায়ুসেনা ঘাটিৰ কৰ্মচাৰী

ভাৰততে থাকি ভাৰতকে প্ৰতাৰণা! পাকিস্তানক দেশৰ তথ্য প্ৰদান কৰি গ্ৰেপ্তাৰ চাবুৱাৰ বায়ুসেনা ঘাটিৰ কৰ্মচাৰী

5 hours ago
সলনি অনলাইন পেমেণ্টৰ নিয়ম, ১ এপ্ৰিলৰ পৰা কৰক অনুসৰণ!

সলনি অনলাইন পেমেণ্টৰ নিয়ম, ১ এপ্ৰিলৰ পৰা কৰক অনুসৰণ!

6 hours ago
কোটিপতি হ’বলৈ একেবাৰে সহজ, মাত্ৰ এইদৰে কৰক ডাকঘৰত সঞ্চয়!

কোটিপতি হ’বলৈ একেবাৰে সহজ, মাত্ৰ এইদৰে কৰক ডাকঘৰত সঞ্চয়!

6 hours ago
পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!

পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!

7 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

আজি কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য? পঢ়ক দৈনিক ৰাশিফল

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মালব্য ৰাজযোগ তৈয়াৰ কৰিব শুক্ৰই, ধন বৃদ্ধি, নতুন চাকৰিৰ যোগ ৫ ৰাশিৰ ভাগ্যত

editor by editor
May 17, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
মালব্য ৰাজযোগ তৈয়াৰ কৰিব শুক্ৰই, ধন বৃদ্ধি, নতুন চাকৰিৰ যোগ ৫ ৰাশিৰ ভাগ্যত
0
SHARES
17.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১৯ মে দেওবাৰে ৰাশি পৰিবৰ্তন কৰিব শিল্প, সৌন্দৰ্য, সাহিত্য, প্ৰেম, সুখ-সৌভাগ্য, বিলাসিতাৰ কাৰক গ্ৰহ শুক্ৰ৷ এই দিনটোত মেষ ৰাশিত নিজৰ যাত্ৰা সম্পন্ন কৰি স্বৰাশি বৃষত প্ৰৱেশ কৰিব শুক্ৰই৷ এই ৰাশিত প্ৰৱেশ কৰাৰ পাছতেই শুক্ৰই নিজৰ পূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ’ব৷ জ্যোতিষ অনুসৰি শুক্ৰই স্বৰাশিত প্ৰৱেশ কৰাৰ ফলত মালব্য ৰাজযোগ তৈয়াৰ হ’ব৷ উল্লেখ্য যে এয়া পঞ্চমহাপুৰুষ ৰাজযোগৰ মাজত অন্যতম৷ ১২ জুন পৰ্যন্ত বৃষ ৰাশিত উপস্থিত থাকিব শুক্ৰ৷ যাৰ ফলত মালব্য ৰাজযোগৰ প্ৰভাৱ থাকিব৷ এই মহাপুৰুষ ৰাজযোগৰ ফলত কিছু ৰাশিৰ জাতকৰ উন্নতি হ’ব৷ কোন কোন ৰাশিৰ লাভ হ’ব জানি থওক সবিশেষ৷

মেষ ৰাশি

মালব্য ৰাজযোগৰ প্ৰভাৱ মেষ ৰাশিৰ জাতকৰ বাবে ধন বৃদ্ধি হ’ব৷ বাণীৰ প্ৰভাৱ বাঢ়িব, ব্যৱসায় সম্প্ৰসাৰণ সম্ভৱ৷ শুভ অনুষ্ঠান আয়োজিত হ’ব পাৰে৷ জীৱনসংগীৰ পৰা লাভ সম্ভৱ৷ দৈনন্দিন আয় বৃদ্ধিৰ সম্ভাৱনা আছে৷ অংশীদাৰীৰ কাম কৰিলে প্ৰৱল লাভৰ সম্ভাৱনা৷ প্ৰেমত ইতিবাচক উন্নতি হ’ব৷ স্বাস্থ্যৰ যত্ন লওক৷

বৃষ ৰাশি

মালব্য ৰাজযোগ বৃষ ৰাশিৰ জাতকৰ বাবে অতি শুভ৷ এই সময়ত কোনো সুসংবাদ পাব পাৰে বৃষ ৰাশিৰ জাতকে৷ ব্যৱসায়ীসকলৰ বাবে এই সময় শুভ৷ ব্যৱসায় সম্প্ৰসাৰণৰ সম্ভাৱনা আছে৷ কোনো চুক্তিৰ দ্বাৰা মুনাফা বৃদ্ধি সম্ভৱ৷ চাকৰিয়াল জাতকৰ পদোন্নতি হ’ব৷ বেতন বৃদ্ধি সম্ভৱ৷ স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখক, খোৱা-বোৱাত গাফিলতি নকৰিব৷

কৰ্কট ৰাশি

মালব্য ৰাজযোগৰ প্ৰভাৱত কৰ্কট ৰাশিৰ জাতকৰ আকস্মিক ধন লাভ হ’ব৷ পৈতৃক সম্পত্তি লাভ সম্ভৱ হ’ব৷ সন্তানৰ পৰা সুসংবাদ লাভ কৰিব পাৰে এই ৰাশিৰ জাতকে৷ সুখ বৃদ্ধি পাব৷ ইয়াৰোপৰি মাতৃৰ স্বাস্থ্যৰ উন্নতি সম্ভৱ৷ বাহন ক্ৰয় কৰিব পাৰে৷ মনত ইতিবাচক অনুভূতি থাকিব৷ প্ৰেম জীৱনত ইতিবাচক প্ৰভাৱ থাকিব৷

সিংহ ৰাশি

বৃষ ৰাশিত সৃষ্ট মালব্য ৰাজযোগ সিংহ ৰাশিৰ জাতকৰ বাবে শুভ সময়ৰ সূচনা কৰিব৷ চাকৰিয়াল জাতকে নতুন সুযোগ লাভ কৰিব৷ ভৱিষ্যতে ইয়াৰ দ্বাৰা লাভাম্বিত হ’ব৷ এই ৰাশিৰ যি জাতকে নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিঠে তেওঁলোকৰ বাবে এই সময় অনুকূল৷ ইয়াৰ দ্বাৰা অসাধাৰণ লাভ হ’ব৷ দাম্পত্য জীৱনত সমস্যা বৃদ্ধি পাব পাৰে৷ জীৱনসংগীৰ সৈতে শুভ সময় কটাব৷

কন্যা ৰাশি

কেৰিয়াৰত উন্নতিৰ পথ উন্মুক্ত হ’ব৷ এই ৰাশিৰ যি জাতকে চেষ্টা কৰিও চাকৰি লাভ কৰা নাই তেওঁলোকৰ বাবে এই সময় অনুকূল৷ পছন্দমতে চাকৰি লাভ কৰিব৷ ৰৈ থকা কাম সম্পন্ন হ’ব৷ সাফল্য লাভ কৰিব এই ৰাশিৰ জাতকে৷ যি ৰাশিৰ এতিয়াও বিবাহ সম্পন্ন হোৱা নাই তেওঁলোকে বিবাহৰ প্ৰস্তাৱ পাব পাৰে৷ আৰ্থিক পৰিস্থিতি পূৰ্বতকৈ উন্নত হ’ব৷ আয়ৰ নতুন উৎস মুকলি হ’ব৷ দীৰ্ঘদিন ধৰি কোনো ৰোগ বা অসুস্থতাত ভূগি থাকিলে মুক্তি পাব কন্যা ৰাশিৰ জাতকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?
জীৱনশৈলী

বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

March 24, 2026
ঘৰত জেঠীৰ উপদ্ৰৱ, সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ!
জীৱনশৈলী

ঘৰত জেঠীৰ উপদ্ৰৱ, সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ!

March 24, 2026
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!
ভাৰত

ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

March 24, 2026
সংগীয়ে দিব নেকি মনে মনে ব্ৰেকআপ? মন কৰিব এই ৫টা চিনলৈ…
জীৱনশৈলী

সংগীয়ে দিব নেকি মনে মনে ব্ৰেকআপ? মন কৰিব এই ৫টা চিনলৈ…

March 24, 2026
Next Post
‘নেহৰু-গান্ধী পৰিয়ালৰ চাৰি প্ৰজন্মই সংবিধান ধ্বংস কৰিছে!’ ৰাহুলক জৱাব দিবলৈ গৈ কি ক’লে মোদীয়ে?

‘নেহৰু-গান্ধী পৰিয়ালৰ চাৰি প্ৰজন্মই সংবিধান ধ্বংস কৰিছে!’ ৰাহুলক জৱাব দিবলৈ গৈ কি ক’লে মোদীয়ে?

হাতৰ ফোন উভতাই নাপাব, ৰীলছ বনালেই বিপদ আহি আছে আপোনাৰ, কেদাৰনাথ, বদ্ৰীনাথ কৰ্তৃপক্ষই দিছে বিশেষ জাননী

হাতৰ ফোন উভতাই নাপাব, ৰীলছ বনালেই বিপদ আহি আছে আপোনাৰ, কেদাৰনাথ, বদ্ৰীনাথ কৰ্তৃপক্ষই দিছে বিশেষ জাননী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.