• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জীৱনসংগীৰ দুৰ্ঘটনাত নিহত, শোকত থাকিব নোৱাৰি জনপ্ৰিয় অভিনেতা স্বামীয়েও ল’লে একেই পথ

2 years ago
‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?

11 minutes ago
সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত

49 minutes ago
দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন

3 hours ago
জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও

মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

4 hours ago
অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?

আজি নিশা আকাশত সৰলৰেখাত থাকিব ৪গ্ৰহ, গঠিত হ’ব ধনযোগ, টকা গণি শেষ কৰিব নোৱাৰিব ৪ৰাশিয়ে

5 hours ago
ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

ভাৰততেই চলে এছিয়াৰ আটাইতকৈ দামী ৰে’ল, ১ টা টিকটৰ দামত আপুনি কিনিব পাৰিব ১৩৫ গ্ৰাম সোণ, কি নাম এই বিলাসী ৰে’লৰ?

এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?

চুলিৰ বাবে কণী উপকাৰী, কিন্তু কেনেকৈ লগাব? কেনেকৈ লগালে চুলি ৰেচমী হৈ পৰিব?

6 hours ago
মে মাহত বাম্পাৰ লাভ ৩ৰাশিৰ, শুক্ৰৰ গোচৰ জীৱনলৈ আহিব লাক্সাৰি

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

জীৱনসংগীৰ দুৰ্ঘটনাত নিহত, শোকত থাকিব নোৱাৰি জনপ্ৰিয় অভিনেতা স্বামীয়েও ল’লে একেই পথ

editor by editor
May 19, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
জীৱনসংগীৰ দুৰ্ঘটনাত নিহত, শোকত থাকিব নোৱাৰি জনপ্ৰিয় অভিনেতা স্বামীয়েও ল’লে একেই পথ
0
SHARES
352
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জীৱনসংগীৰ দুৰ্ঘটনাত নিহত, শোকত থাকিব নোৱাৰি জনপ্ৰিয় অভিনেতা স্বামীয়েও ল’লে একেই পথ

এক অতিকে কৰুণ ঘটনাই অভিনয় জগতত শোকৰ ছাঁ পেলাইছে। জীৱনসংগীৰ দুৰ্ঘটনাত নিহত, শোকত থাকিব নোৱাৰি জনপ্ৰিয় অভিনেতা স্বামীয়েও ল’লে একেই পথ। নিজৰ বাসগৃহতে নিজকে শেষ কৰি দিয়ে অভিনেতাগৰাকীয়ে।

তেলেগু টিভি ইণ্ডাষ্ট্ৰীৰ অতিকে জনপ্ৰিয় অভিনেতা চন্দ্ৰকান্তৰ মৃত্যুৰ বাতৰিয়ে সকলোফালে তোলপাৰ লগাইছে। জানিব পৰা মতে অভিনেতাগৰাকীৰ হায়দৰাবাদৰ অল্কাপুৰস্থিত বাসগৃহত মৃতদেহ উদ্ধাৰ হয়।

অৱশ্যে বৰ্তমানলৈ আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত কোনো তথ্য সদৰি কৰা নাই। অভিনেতাগৰাকীৰ মৃত্যু সন্দৰ্ভতো কোনো মন্তব্য আগবঢ়োৱা নাই। পাছে চন্দ্ৰকান্তৰ সামাজিক মাধ্যমৰ এক পোষ্ট অনুসৰি এয়া আত্মহত্যা বুলি ঠাৱৰ কৰিছে অনুৰাগীয়ে।

জীৱনসংগী পবিত্ৰা জয়ৰামৰ মৃত্যু হোৱাৰ পাছতে শোকত ভাঙি পৰিছিল চন্দ্ৰকান্ত। শেহতীয়াকৈ পথ দুৰ্ঘটনাত মৃত্যুবৰণ কৰিছিল পবিত্ৰাই। সেই শোকতে চন্দ্ৰকান্তইয়ো নিজকে শেষ কৰি দিয়ে। ৩৯ বছৰ বয়সত নিজৰ ঘৰৰ ভিতৰতে চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় অভিনেতাগৰাকীৰ মৃতদেহ।

পবিত্ৰাৰ মৃত্যুৰ পাছৰে পৰা ধাৰাবাহিকভাৱে শোকভৰা পোষ্ট দি আহিছিল চন্দ্ৰকান্তাই। সেই পোষ্টবোৰৰ পৰাই ধৰিব পৰা হৈছিল মানসিক ভাৱে কিমান ভাঙি পৰিছে অভিনেতাগৰাকী। শেষৰটো পোষ্ট আছিল এনেধৰণৰ- ‘অনুগ্ৰহ কৰি আৰু মাথো দুটা দিন ৰৈ দিয়া’।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: actorsocial media postsuicideTelegu ActorTelegu Actor Died
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?
বিনোদন

April 18, 2026
সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত
জীৱনশৈলী

সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত

April 18, 2026
দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন
জীৱনশৈলী

দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন

April 18, 2026
জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও
ক্ৰীড়া

Next Post
দৈনিক ৰাশিফল- কেনে যাব আজি ১৭মে’ৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

দৈনিক ৰাশিফল- কি কয় আজিৰ ৰাশিচক্ৰই, জানিবলৈ পঢ়ক সবিশেষ...

ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিক কঢ়িয়াই নিয়া হেলিকপ্টাৰ পাহাৰত দুৰ্ঘটনাত পতিত, এতিয়া সম্ভাৱ্য উত্তৰাধিকাৰী কোন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন