• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিতৰ্কৰ মাজত ৰিয়ান পৰাগ! ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’ৰ স্ক্ৰীণশ্বট, পাছে কিমানদুৰ সত্য…

বিতৰ্কৰ মাজত ৰিয়ান পৰাগ! ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’ৰ স্ক্ৰীণশ্বট, পাছে কিমানদুৰ সত্য…

2 years ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

2 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

2 hours ago
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

2 hours ago
PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

3 hours ago
শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

4 hours ago
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

5 hours ago
কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

5 hours ago
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

6 hours ago
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

7 hours ago
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

7 hours ago
বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

8 hours ago
৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বিতৰ্কৰ মাজত ৰিয়ান পৰাগ! ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’ৰ স্ক্ৰীণশ্বট, পাছে কিমানদুৰ সত্য…

editor by editor
May 27, 2024
in অসম, উত্তৰ-পূব, ক্ৰীড়া, ভাৰত
0
বিতৰ্কৰ মাজত ৰিয়ান পৰাগ! ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’ৰ স্ক্ৰীণশ্বট, পাছে কিমানদুৰ সত্য…
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিতৰ্কৰ মাজত ৰিয়ান পৰাগ! ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’ৰ স্ক্ৰীণশ্বট, পাছে কিমানদুৰ সত্য…

২০২৪ৰ আই পি এলৰ খেলত দৰ্শনীয় খেল খেলি সফলতা লাভ কৰাৰ পাছত নতুনকৈ বিতৰ্কৰ মাজত সোমাই পৰিছে অসম সন্তান ৰিয়ান পৰাগ। ৰাজস্থান ৰয়েলছৰ হৈ খেল খেলি বিশেষ সফলতা লাভ কৰে ৰিয়ানে, পাছে আই পি এল শেষ হোৱাৰ মাথো এটা দিনৰ পাছতে বিতৰ্ক আৰম্ভ হৈছে ৰিয়ানৰ বিৰুদ্ধে।

যাৰ বাবে এতিয়া খেলজগতত একপ্ৰকাৰৰ তোলপাৰ লাগি গৈছে। ৰিয়ানৰ এটা সৰু ভিডিঅ’ ক্লিপৰ স্ক্ৰীণশ্বট ভাইৰেল হৈ পৰিছে। পাছে সেই স্ক্ৰীণশ্বট কিমান সত্য সেই সন্দৰ্ভত কোনো তথ্য নাই। পাছে বহু অনুৰাগীয়ে ক্ষোভ উজাৰিছে ৰিয়ানৰ বিৰুদ্ধে। ইউটিউবৰ পূৰ্বৰ চাৰ্জ কৰা তথ্যৰ বাবে নতুন বিতৰ্কই পোখা মেলিছে।

শেহতীয়াকৈ ৰাজস্থান ৰয়েলছৰ মিডল অৰ্ডাৰ বেটছমেন ৰিয়ান পৰাগৰ ইউটিউব চাৰ্চ হিষ্ট্ৰীৰ স্ক্ৰীণশ্বট ভাইৰেল হৈ পৰিছে, আপত্তিজনক বিষয়বস্তুৰে ছ’চিয়েল মিডিয়াত ভাইৰেল। য’ত বলীউডৰ অভিনেত্ৰী অনন্যা পাণ্ডে আৰু চাৰা আলী খানৰ সন্ধানকে ধৰি অন্য বহু সন্ধান কৰাৰ তথ্য অনলাইনত ফাদিল হৈ পৰিছে।

এটা চুটি ক্লিপত ৰিয়ান পৰাগ কম্পিউটাৰৰ সন্মুখত বহি থকা দেখা গৈছে আৰু বেকগ্ৰাউণ্ড স্ক্ৰীণত দেখা গৈছে যে তেওঁ “অনন্যা পাণ্ডে হট, চাৰা আলী খান হট”ৰ দৰে কন্টেন্ট বিচাৰিছে। কিন্তু ভিডিঅ’টোৰ সত্যতা সন্দেহজনক, আই পি এলত লাভ কৰা অভুত সফলতাৰ পাছত ক্ৰিকেটাৰগৰাকীৰ ভাবমূৰ্তিক বেয়া কৰিবলৈ এয়া এক ভুৱা হ’ব পাৰে।

https://x.com/KohliMyHeart/status/1795062865092542742

আই পি এল ২০২৪ ছিজনত আৰ আৰৰ সৈতে খেল খেলি ৰিয়ান পৰাগে দলক বহু কেইখন খেলত জয় হোৱাত বহু সহায় কৰিছে। দলৰ অন্তিম খন খেলত নকআউট কোৱালিফায়াৰ ২ য় খন খেলত হায়দৰাবাদৰ বিৰুদ্ধে আউট হোৱাত আৰ আৰৰ আশা নিৰ্বাপিত হয়, ফলস্বৰূপে আৰ আৰ খিতাপৰ অন্যতম আগশাৰীৰ প্ৰতিদ্বন্দ্বী হোৱাৰ পিছতো প্ৰতিযোগিতাখনৰ পৰা আঁতৰি যায়।

এইবাৰৰ ২০২৪ চনৰ আই পি এলত ৰিয়ানে ১৬খন টি-২০ত ৫৭৩ ৰান সংগ্ৰহ কৰি তৃতীয় শ্ৰেষ্ঠ বেটছমেন হিচাপে অন্ত পেলাই আৰু চাৰিটা অৰ্ধশতকেৰে গড়ে ৫২ৰ ওপৰত ৰান সংগ্ৰহ কৰে। এইটোৱে আছিল ৰিয়ানৰ প্ৰথমটো সফল ছিজন।

কিন্তু ইমান খিনি সফলতা লাভৰ পাছতে বিতৰ্কই লগ দিছে ৰিয়ানক। কালি ইউটিউবত ৰিয়ান পৰাগে নিজৰ গেমিং চেচনৰ লাইভ ষ্ট্ৰীম পুনৰ আৰম্ভ কৰে যিটো বিতৰ্কিত ষ্ট্ৰিম হৈ পৰে।

ষ্ট্ৰিমৰ কিছু মিনিট পিছতে ৰিয়ানে নিজৰ ষ্ট্ৰিমত বজাবলৈ কিছুমান কপিৰাইটবিহীন বিনামূলীয়া মিউজিক বিচাৰি আছিল আৰু তেতিয়াই তেওঁ বিনামূলীয়া ভিডিঅ’ ষ্ট্ৰীমিং ৱেবছাইট অৰ্থাৎ ইউটিউবত ভাইৰেল হৈ পৰে।

কিন্তু ৰিয়ান পৰাগে নিজৰ স্ক্ৰীণ লুকুৱাবলৈ পাহৰি যোৱাৰ ফলত তেওঁৰ স্পষ্ট Youtube search history লিক হয়। এই ইউটিউব চাৰ্চ হিষ্ট্ৰীত বলীউডৰ অভিনেত্ৰী অনন্যা পাণ্ডে আৰু চাৰা আলী খানৰ নাম যথেষ্ট অনুপযুক্তভাৱে উল্লেখ কৰা হৈছিল যিয়ে জনসাধাৰণৰ মাজত ক্ষোভৰ সৃষ্টি কৰে।

ষ্ট্ৰিমৰ স্ক্ৰীণশ্বট এতিয়া ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে। যাৰ বাবে অনুৰাগীয়ে ৰিয়ানক তেওঁৰ স্পষ্ট ছ’চিয়েল মিডিয়া কাৰ্যকলাপৰ বাবে চোকা সমালোচনা কৰিছে।

কিন্তু এতিয়া এই ভাইৰেল হৈ পৰা স্ক্ৰীণশ্বট কিমানদুৰ সত্য সেয়া সময়েহে কব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: \Bihar Viral Storyriyan paragviral photoviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন
ভাৰত

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

March 17, 2026
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?
জীৱনশৈলী

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

March 17, 2026
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!
ভাৰত

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

March 15, 2026
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?
অসম

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

March 15, 2026 - Updated on March 16, 2026
Next Post
ৰেমালৰ সৰ্বানাশী ৰূপ, কালি নিশাৰে পৰা ৰাজ্যত আৰম্ভ প্ৰচণ্ড ধুমুহা, বহু ঠাইত ব্যাহত জনজীৱন

ৰেমালৰ সৰ্বানাশী ৰূপ, কালি নিশাৰে পৰা ৰাজ্যত আৰম্ভ প্ৰচণ্ড ধুমুহা, বহু ঠাইত ব্যাহত জনজীৱন

ৰেমালৰ তাণ্ডৱৰ মাজতে অতিকে শোকাৱহ ঘটনা, মাটি খহি প্ৰাণ গ’ল ১০ গৰাকী লোকৰ

ৰেমালৰ তাণ্ডৱৰ মাজতে অতিকে শোকাৱহ ঘটনা, মাটি খহি প্ৰাণ গ'ল ১০ গৰাকী লোকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.