• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিজেপিৰ মানহানিৰ গোচৰ, আজি বাংগালুৰু আদালতত হাজিৰ হ’ব লাগিব ৰাহুল গান্ধী

2 years ago
৯লাখ বিনিয়োগ কৰি প্ৰতিমাহে পাব ৫৫০০ টকা! জানি থওক কিমানদিনৰ বাবে বিনিয়োগ কৰিব?

14 minutes ago
২০দিন ধৰি কৃত্তিকা নক্ষত্ৰত খেলা দেখুৱাব মঙ্গলে, সাহসৰ গ্ৰহৰ প্ৰভাৱত ভাগ্য খুলিব কাৰ কাৰ?

34 minutes ago
দেশৰ ৰাজধানীতেই সুৰক্ষা নাই দেশৰ নাৰীৰ! দিল্লীৰ বাছৰ ভিতৰত গণধ**ৰ্ষণ, চালক আৰু কণ্ডাক্টৰক গ্ৰেপ্তাৰ, বাছৰ ভিতৰত কেনেকৈ কৰিলে এই ভয়ংকৰ কাণ্ড?

51 minutes ago
খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

15 hours ago
শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

16 hours ago
কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

17 hours ago
২৫ মে পৰ্যন্ত থাকিব কালসৰ্প যোগ,ভয় নাই, এই সময়ৰ ভিতৰত প্ৰচুৰ অৰ্থলাভ হ’ব ৫ৰাশিৰ

18 hours ago
২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?

কৃত্তিকা নক্ষত্ৰত মঙ্গলৰ এন্ট্ৰি, জুনৰ পৰা জুলাইলৈকে অৰ্থৰ চিন্তা নাই, কেৰিয়াৰতো অগ্ৰগতিৰ যোগ এই ৪ৰাশিৰ

জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক

19 hours ago
আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বিজেপিৰ মানহানিৰ গোচৰ, আজি বাংগালুৰু আদালতত হাজিৰ হ’ব লাগিব ৰাহুল গান্ধী

editor by editor
June 7, 2024
in ভাৰত, ৰাজনীতি
0
বিজেপিৰ মানহানিৰ গোচৰ, আজি বাংগালুৰু আদালতত হাজিৰ হ’ব লাগিব ৰাহুল গান্ধী
0
SHARES
317
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিজেপিৰ মানহানিৰ গোচৰ, আজি বাংগালুৰু আদালতত হাজিৰ হ’ব লাগিব ৰাহুল গান্ধী

কৰ্ণাটক বিজেপিৰ মানহানিৰ গোচৰত আজি ৭ জুন শুকুৰবাৰে বিশেষ আদালতত হাজিৰ হ’ব কংগ্ৰেছ নেতা ৰাহুল গান্ধী। বাতৰি কাকতত মানহানিকাৰক বিজ্ঞাপন দিয়াৰ অভিযোগ ৰাহুল গান্ধীৰ বিৰুদ্ধে। যোৱা বছৰ ৰাজ্যৰ নিৰ্বাচনৰ পূৰ্বে দিয়া এটা বিজ্ঞাপনত ৰাজ্যখনৰ তদানীন্তন বিজেপি চৰকাৰে ২০১৯-২০২৩ বৰ্ষৰ ভিতৰত বৃহৎ পৰিসৰৰ দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছিল।

শেহতীয়া ঘটনা অনুসৰি যোৱা বছৰ কৰ্ণাটকত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। এই সময়ছোৱাত কংগ্ৰেছে ২০১৯-২০২৩ বৰ্ষৰ শাসনকালত তদানীন্তন বিজেপি চৰকাৰে বৃহৎ পৰিসৰৰ দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছিল।

ইয়াৰ পিছত কৰ্ণাটক বিজেপিয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধী, মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়া আৰু উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰে। অভিযোগ কৰে যে এই কংগ্ৰেছ নেতাসকলে তেতিয়াৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোমাইকে ধৰি বিজেপি নেতাসকলৰ বিৰুদ্ধে আগশাৰীৰ বাতৰি কাকতত ভুৱা বিজ্ঞাপন দিছিল।

লগতে কংগ্ৰেছে ‘দুৰ্নীতিৰ হাৰ কাৰ্ড’ প্ৰকাশ কৰি সকলো ৰাজহুৱা কামত ৪০ শতাংশ কমিচন লোৱাৰ অভিযোগ উত্থাপন কৰে। একে সময়তে ৰাহুল গান্ধীয়েও নিজৰ ছ’চিয়েল মিডিয়া একাউণ্ট এক্সত এটা অপমানজনক বিজ্ঞাপন পোষ্ট কৰে। বিশেষ আদালতে এই গোচৰত চিদ্দাৰমৈয়া আৰু শিৱকুমাৰক ১ জুনত জামিন মঞ্জুৰ কৰিছিল।

ইয়াৰ পূৰ্বে ২০২৩ চনৰ ২৩ মাৰ্চত চুৰাটৰ চিজেএম আদালতে ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। মোডী উপাধিৰ সন্দৰ্ভত কৰা মন্তব্যৰ বাবেই তেওঁক শাস্তি প্ৰদান কৰা হৈছিল। ঠিক পিছদিনা ২৪ মাৰ্চত লোকসভা সচিবালয়ে তেওঁৰ সদস্যপদ অপসাৰণৰ নিৰ্দেশ জাৰি কৰে।

নিয়ম অনুসৰি কোনো সাংসদ বা বিধায়কক দুবছৰ বা তাতকৈ অধিক কাৰাদণ্ড বিহা হ’লে সদস্যপদ হেৰুৱাই পেলায়। ৰাহুলৰ লগতো একেই হৈছিল। কিন্তু পিছত ৰাহুলে উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ লাভ কৰে। আদালতে তেওঁৰ শাস্তি স্থগিত ৰাখে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian PoliticsKarnatakpoliticsrahul gandhiRahul Gandhi Karnatak
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেশৰ ৰাজধানীতেই সুৰক্ষা নাই দেশৰ নাৰীৰ! দিল্লীৰ বাছৰ ভিতৰত গণধ**ৰ্ষণ, চালক আৰু কণ্ডাক্টৰক গ্ৰেপ্তাৰ, বাছৰ ভিতৰত কেনেকৈ কৰিলে এই ভয়ংকৰ কাণ্ড?
জীৱনশৈলী

May 14, 2026
শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত
জীৱনশৈলী

শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

May 13, 2026
২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?
জীৱনশৈলী

২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?

May 13, 2026
জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক
জীৱনশৈলী

জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক

May 13, 2026
Next Post
NB NEWSৰ বাতৰিৰ প্ৰভাৱ, অৱশেষত এমাহৰ মূৰত বাধ্য হ’ল হাবিলদাৰ খগেন বৰ্মনৰ হত্যাৰ গোচৰ ৰুজু কৰিবলৈ

প্ৰেমিকাৰ সৈতে সময় কটাবলৈ প্ৰেমিকে বুক কৰিলে OYO কোঠা, কিছু সময় কটালে, পাছে…

প্ৰেমিকাৰ সৈতে সময় কটাবলৈ প্ৰেমিকে বুক কৰিলে OYO কোঠা, কিছু সময় কটালে, পাছে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন