• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৪ বছৰৰ মূৰকত নতুন মুখ্যমন্ত্ৰী পাব ওড়িশাবাসীয়ে, কালিলৈ শপত গ্ৰহণ, কোন হয় এই মোহন চৰণ মাঝী

২৪ বছৰৰ মূৰকত নতুন মুখ্যমন্ত্ৰী পাব ওড়িশাবাসীয়ে, কালিলৈ শপত গ্ৰহণ, কোন হয় এই মোহন চৰণ মাঝী

2 years ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

7 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

7 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

8 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

8 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

8 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

9 hours ago
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

10 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

10 hours ago
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

11 hours ago
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

12 hours ago
EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

13 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

দেওবাৰৰ দিনটোত ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, আপুনিও নেকি ভাগ্যৱান!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

২৪ বছৰৰ মূৰকত নতুন মুখ্যমন্ত্ৰী পাব ওড়িশাবাসীয়ে, কালিলৈ শপত গ্ৰহণ, কোন হয় এই মোহন চৰণ মাঝী

editor by editor
June 11, 2024
in ভাৰত, ৰাজনীতি
0
২৪ বছৰৰ মূৰকত নতুন মুখ্যমন্ত্ৰী পাব ওড়িশাবাসীয়ে, কালিলৈ শপত গ্ৰহণ, কোন হয় এই মোহন চৰণ মাঝী
0
SHARES
192
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৪ বছৰৰ মূৰকত নতুন মুখ্যমন্ত্ৰী পাব ওড়িশাবাসীয়ে, কালিলৈ শপত গ্ৰহণ, কোন হয় এই মোহন চৰণ মাঝী

এইবাৰ ওড়িশাত বিজেপিয়ে ঐতিহাসিক জয় লাভ কৰিছে। একেৰাহে ২৪ বছৰে ক্ষমতাত থকা বিজেডিক হৰুৱাই এই বিজয় সাব্যস্ত কৰিছে বিজেপিয়ে। নবীন পাটনায়কে ২৪ বছৰ ৯৮ দিন অবিৰতভাৱে ওড়িশাৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এতিয়া ওড়িশাবাসীয়ে ২৪ বছৰৰ মূৰকত পাব মোহন চৰণ মাঝীৰ ৰূপত নতুন মুখ্যমন্ত্ৰী।

কালি ১২ জুন তাৰিখ বুধবাৰে শপত গ্ৰহণ কৰিব মোহন মাঝিয়ে। তেওঁৰ লগতে কেভি সিং দেও আৰু প্ৰৱতী পৰিদাইও ৰাজ্যৰ উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ টিকটত কেওনঝাৰ বিধান সভা সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হয় মোহন চৰণ মাঝিয়ে। এই আসনৰ পৰা তেওঁ জয়ী হোৱাটো প্ৰথম নহয়। ইয়াৰ পূৰ্বেও তিনিবাৰকৈ সৰ্বমুঠ চাৰিবাৰ কেওনঝাৰ বিধানসভাৰ আসনৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈছে।

১৯৭২ চনত ওড়িশাৰ কেওনঝাৰ জিলাৰ ৰাইকালানত জন্মগ্ৰহণ কৰা মোহন চৰণ মাঝিয়ে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পিছত সৰপঞ্চ হিচাপে ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল। পিছত ক্ৰমান্বয়ে ৰাজনীতিত ভৰি দি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। লাহে লাহে তেওঁক ওড়িশাত বিজেপিৰ এজন বলিষ্ঠ জনজাতীয় নেতা হিচাপে গণ্য হ’বলৈ ধৰিলে।

২০০০ চনত কেওনঝাৰ বিধান সভা সমষ্টিৰ পৰা মাঝি প্ৰথমবাৰৰ বাবে বিজেপি প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈ জয়ী হৈছিল। ইয়াৰ পিছত ২০০৯ চনত বিজেপিয়ে পুনৰ মোহন চৰণ মাঝিৰ ওপৰত আস্থা প্ৰকাশ কৰে। কেওনঝাৰ বিধানসভাৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰে।

২০১৯ চনত আকৌ এবাৰ কেওনঝাৰ বিধানসভাৰ আসনৰ পৰা বিজেপিৰ টিকটত জয়ী হৈছিল মাঞ্জী। চলিত ২০২৪ চনত চতুৰ্থবাৰৰ বাবে কেওনঝাৰ বিধানসভাৰ পৰা জয়লাভ কৰিছিল মোহন চৰণ মাঝিয়ে।

এইবাৰ নিৰ্বাচনত মোহন চৰণ মাঝিয়ে মুঠ ৮৭৮১৫টা ভোট লাভ কৰি তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী বিজু জনতা দলৰ মীনা মাঝিক ১১৫৭৭টা ভোটৰ বিপুল ব্যৱধানত পৰাস্ত কৰে। নিৰ্বাচন আয়োগক দিয়া শপতনামা অনুসৰি মাঝি আৰু তেওঁৰ পৰিয়ালৰ মুঠ স্থাৱৰ আৰু স্থাৱৰ সম্পত্তিৰ মূল্য ১.৯৭ কোটি টকা।

উল্লেখ্য যে, ওড়িশাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নবীন পাটনায়কে মুখ্যমন্ত্ৰী হিচাপে প্ৰথমবাৰ শপত লোৱাৰ সময়ত মোহন চৰণ মাঝিয়ে প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cmMohan Charan MajhiNew CmOdisha Chief Minister
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ
ভাৰত

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

October 17, 2026
নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ
অপৰাধ

নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ

October 17, 2026
৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?
অসম

৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

October 17, 2026
নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!
জীৱনশৈলী

নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

October 17, 2026
Next Post
১২ জুনৰ ৰাশিফলঃ আজি মেষ, কৰ্কট, বৃশ্চিক আৰু মীনৰাশিৰ লোকে চাকৰিত ভাল খবৰ পাব পাৰে, যাত্ৰাত সাৱধান

১২ জুনৰ ৰাশিফলঃ আজি মেষ, কৰ্কট, বৃশ্চিক আৰু মীনৰাশিৰ লোকে চাকৰিত ভাল খবৰ পাব পাৰে, যাত্ৰাত সাৱধান

প্ৰিয়ংকাই নিৰ্বাচন খেলিলে সহজেই মোদী ২-৩ লাখ ভোটত পৰাস্ত হ’ল হেঁতেন- ৰাহুল গান্ধী

প্ৰিয়ংকাই নিৰ্বাচন খেলিলে সহজেই মোদী ২-৩ লাখ ভোটত পৰাস্ত হ'ল হেঁতেন- ৰাহুল গান্ধী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.