• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্রধানমন্ত্ৰীৰ আশীৰ্বাদ লৈ উপমন্ত্ৰীৰ আসনত বহিল পৱন কল্যান, চিনেমাত হীট পৱন, ৰাজনীতিত হ’বনে সফল?

প্রধানমন্ত্ৰীৰ আশীৰ্বাদ লৈ উপমন্ত্ৰীৰ আসনত বহিল পৱন কল্যান, চিনেমাত হীট পৱন, ৰাজনীতিত হ’বনে সফল?

2 years ago
ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

2 hours ago
হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

3 hours ago
পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

4 hours ago
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

4 hours ago
শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

5 hours ago
বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

5 hours ago
ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

6 hours ago
২৯ জুলাইত শুক্ৰই সলাব নক্ষত্ৰ, সলনি হ’ব ৩ ৰাশিৰ ভাগ্য!

২৯ জুলাইত শুক্ৰই সলাব নক্ষত্ৰ, সলনি হ’ব ৩ ৰাশিৰ ভাগ্য!

6 hours ago
ভাল খবৰ! EPFO নিয়মত আহিছে শিথিলতা

ভাল খবৰ! EPFO নিয়মত আহিছে শিথিলতা

7 hours ago
আপুনি পিন্ধা জিন্সৰ ৰং পাতল হৈছে নেকি? সহজ পদ্ধতিৰে বজাই ৰাখক কাপোৰৰ প্ৰকৃত ৰং

আনৰ কাপোৰ পিন্ধাৰ অভ্যাস আছে নেকি? তেন্তে দুৰ্ভাগ্যই দেখা দিব আপোনাক!

8 hours ago
শৰীৰৰ কোনটো অংগৰ প্ৰয়োজন কম? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগৰ প্ৰয়োজন কম? ৯৯% লোকে নাজানে সঠিক উত্তৰ

9 hours ago
আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্রধানমন্ত্ৰীৰ আশীৰ্বাদ লৈ উপমন্ত্ৰীৰ আসনত বহিল পৱন কল্যান, চিনেমাত হীট পৱন, ৰাজনীতিত হ’বনে সফল?

দক্ষিণ ভাৰতৰ ছুপাৰষ্টাৰ পৱন কল্যাণ এতিয়া অন্ধ্ৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী। চন্দ্ৰবাবু নাইডু আৰু প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত শপত গ্ৰহণ কৰে পৱন কল্যানে৷

editor by editor
June 12, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
প্রধানমন্ত্ৰীৰ আশীৰ্বাদ লৈ উপমন্ত্ৰীৰ আসনত বহিল পৱন কল্যান, চিনেমাত হীট পৱন, ৰাজনীতিত হ’বনে সফল?
0
SHARES
145
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দক্ষিণী ছুপাৰষ্টাৰ তথা ৰাজনীতিবিদ পৱন কল্যাণে বুধবাৰে অন্ধ্ৰপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। ১২ জুনত চন্দ্ৰবাবু নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত  উপ মুখ্যমন্ত্ৰী হিচাপে শপত লয় পৱন কল্য়ানে৷ মঞ্চত উঠিয়েই  উপস্থিত থকা জ্যেষ্ঠ ভাতৃ তথা অভিনেতা চিৰঞ্জীৱীৰ ভৰি চুই আশীৰ্বাদ লৈ আগবাঢ়ে শপত গ্ৰহণৰ বাবে৷

কোন এই পৱন কল্যান?

১৯৬৮ চনৰ ২ ছেপ্টেম্বৰত অন্ধ্ৰ প্ৰদেশৰ বাপাটলাত জন্মগ্ৰহণ কৰিছিল পৱন কল্যাণে। ৫৫ বছৰীয়া পৱন কল্যাণে আঞ্চলিক ভাষাৰ ছবিৰে দৰ্শকৰ মন জয় কৰি আহিছে৷  ১৯৯৬ চনত অভিনেতাগৰাকীয়ে আৰম্ভ কৰিছিল চিনেমাৰ কাম৷ মূলতঃ তেওঁ বৰ্তমান তেলেগু চিনেমাৰ এখন জনপ্ৰিয় মুখ। বৰ্তমান তেওঁ অন্ধ্ৰ প্ৰদেশৰ ৰাজনীতিৰো এক গুৰুত্বপূৰ্ণ মুখ হৈ পৰিছে।

পৱন কল্যানৰ প্ৰকৃত নাম কি?

পৱন কল্যান হিচাপে জনপ্ৰিয় তেলেগু অভিনেতাজনৰ আছে অন্য এটা নামো৷ তেওঁৰ প্ৰকৃত নাম হৈছে কনিডেলা কল্যাণ বাবু৷ পাছলৈ চিনেমা জগতত সেই নাম পছন্দৰ নোহোৱাত তেওঁৰ নাম হৈ পৰে পৱন কল্যান৷ চিনেমা ক্ষেত্ৰত সফল হ’লেও পৱন কল্যানৰ ৰাজনৈতিক জীৱন বহু উত্থান-পতনেৰে ভৰা৷ প্ৰায় ১৬ বছৰ পূৰ্বে ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল পৱন কল্যানে৷ ২০০৮ চনত জেষ্ঠ্য ভাতৃ চিৰঞ্জীৱীয়ে আৰম্ভ কৰা প্ৰজা ৰাজ্যম পাৰ্টীৰ যুৱ শাখা, ‘যুৱৰাজম’ৰ সভাপতি নিযুক্ত হয় পৱন৷

২০১৪ চনত গঠন হ’ল  ‘জনসেনা পাৰ্টি’

ককায়েক চিৰঞ্জীৱীৰ দলত পৱন কল্যানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছিল। কিন্তু পিছত স্বাস্থ্যজনিত সমস্যাৰ বাবে ৰাজনীতিৰ পৰা আঁতৰি আহিছিল অভিনেতা পৱন৷ পাছলৈ ২০১৪ চনত তেওঁ নিজাকৈ এটা দল ‘জনসেনা পাৰ্টি’ আৰম্ভ কৰে। নিজাকৈ ৰাজনৈতিক দল গঠন কৰাৰ পিছত পৱন কল্যানে ছবিৰ লগতে ৰাজনীতিত অধিক গুৰুত্ব দিবলৈ আৰম্ভ কৰে। এই সময়ছোৱাত তেওঁ তেলেগু দেশম পাৰ্টি (টিডিপি)ক সমৰ্থন কৰা দেখা গৈছিল। জনসাধাৰণৰ মাজত কাম কৰা আৰম্ভ কৰে অভিনেতাজনে। এই সন্দৰ্ভত তেওঁ প্ৰধানমন্ত্ৰী মোদীলৈকো এখন পত্ৰ লিখিছিল। ইয়াৰ ওপৰিও বনাঞ্চলত নিৰ্বিচাৰে চলি থকা অবৈধ খনন কাৰ্যক উদঙাই দিয়াৰ কামো কৰিছিল অভিনেতাগৰাকীয়ে।

২০১৯ত ১৪০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি লাভ কৰিছিল এখন আসন

২০১৯ চনৰ অন্ধ্ৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত পৱন কল্যাণে বহু আশা ৰাখিছিল জনতাৰ পৰা। তেওঁৰ দলে ১৪০খন বিধানসভা আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল। এই আসনৰ ভিতৰত জনসেনাই মাত্ৰ এখন আসনহে লাভ কৰে। পৱন কল্যাণৰ দলৰ লজ্জাজনক পৰাজয়ৰ পাছত কিছু সময়ৰ বাবে ভাঙিও পৰিছিল পৱন কল্যান৷

২০২৪ত সলনি হ’ল প্ৰতিচ্ছবি

২০২৪ চনত ২০১৯ চনৰ দৃশ্যপট সম্পূৰ্ণৰূপে সলনি হৈ গৈছে। ২০২৪ চনত ‘জনসেনা’ দলে অন্ধ্ৰপ্ৰদেশ বিধানসভাৰ নিৰ্বাচনত ২১খন আসন আৰু লোকসভা নিৰ্বাচনত ২খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি আটাইকেইখন আসনত জয়ী হৈছে। ২খন আসন উপহাৰ দিয়াৰ বাবে এন ডি এ জোঁটে তেওঁক উপহাৰ দিছে উপমুখ্যমন্ত্ৰীৰ পদ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক
বাণিজ্য

ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

July 12, 2026
হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!
বিনোদন

হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

July 12, 2026
পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক
জীৱনশৈলী

পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

July 12, 2026
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা
বাণিজ্য

আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

July 12, 2026
Next Post
কুৱেইটত কৰুণ ঘটনা! নিমিষতে শেষ হৈ গ’ল ৪০গৰাকী ভাৰতীয়ৰ জীৱন

কুৱেইটত কৰুণ ঘটনা! নিমিষতে শেষ হৈ গ’ল ৪০গৰাকী ভাৰতীয়ৰ জীৱন

৭দিন পাছতেই নিৰ্জলা একাদশী! বছৰৰ ২৪টা একাদশীতকৈ এই একাদশীৰ মহত্ব বিশেষ, কি কৰিব এই দিনটোত?

৭দিন পাছতেই নিৰ্জলা একাদশী! বছৰৰ ২৪টা একাদশীতকৈ এই একাদশীৰ মহত্ব বিশেষ, কি কৰিব এই দিনটোত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.