• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছুপাৰ ৮ ত স্থান মেন ইন ব্লুৰ, বিশ্বকাপ জয়ৰ দিশে আৰু এখোজ, গ্ৰুপ এৰ দ্বিতীয়টো দল কোন ছুপাৰ ৮ত

ছুপাৰ ৮ ত স্থান মেন ইন ব্লুৰ, বিশ্বকাপ জয়ৰ দিশে আৰু এখোজ, গ্ৰুপ এৰ দ্বিতীয়টো দল কোন ছুপাৰ ৮ত

2 years ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

1 hour ago
মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

2 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

বছৰত ৩টাকৈ ফ্ৰী LPG চিলিণ্ডাৰৰ লগতে দৰিদ্ৰ পৰিয়াললৈ আছে বহু আঁচনি!

2 hours ago
নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

2 hours ago
৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

3 hours ago
উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

3 hours ago
বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

4 hours ago
আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

6 hours ago
২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

6 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

8 hours ago
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

22 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ছুপাৰ ৮ ত স্থান মেন ইন ব্লুৰ, বিশ্বকাপ জয়ৰ দিশে আৰু এখোজ, গ্ৰুপ এৰ দ্বিতীয়টো দল কোন ছুপাৰ ৮ত

editor by editor
June 13, 2024
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
ছুপাৰ ৮ ত স্থান মেন ইন ব্লুৰ, বিশ্বকাপ জয়ৰ দিশে আৰু এখোজ, গ্ৰুপ এৰ দ্বিতীয়টো দল কোন ছুপাৰ ৮ত
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছুপাৰ ৮ ত স্থান মেন ইন ব্লুৰ, বিশ্বকাপ জয়ৰ দিশে আৰু এখোজ, গ্ৰুপ এৰ দ্বিতীয়টো দল কোন ছুপাৰ ৮ত

টি-২০ বিশ্বকাপ জয়ৰ দিশে অগ্ৰসৰ হৈছে ভাৰত। কালি নিশাৰ খেলত জয় লাভ কৰাৰ পাছতে ছুপাৰ ৮ ত গ্ৰুপ এৰ পৰা প্ৰথমটো দল হিচাপে স্থান নিশ্চিত কৰিলে ভাৰতীয় ক্ৰিকেট দলে। গ্ৰুপ পৰ্যায়ৰ তৃতীয়খন মেচত আমেৰিকাৰ বিৰুদ্ধে ৭ উইকেট জয়ী হয় ভাৰতীয় দলটো।

আমেৰিকাৰ বিৰুদ্ধে বেটে-বলে দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰে। প্ৰথম বেটি কৰি আমেৰিকাৰ সংগ্ৰহ কৰিছিল মাত্ৰ ১১০ ৰাণ। ভাৰতীয় বলিং বিক্ৰমত তাচপাতৰ দৰেকৈ খহি পৰিছিল আমেৰিকাৰ বেটিং লাইন আপ।

পৰৱৰ্তী সময়ত ভাৰতে বেটিং কৰি প্ৰথম ৮ অ’ভাৰতে ৩টা উইকেট হেৰুৱাই যদিও সূৰ্য কুমাৰ যাদৱ আৰু শিৱম ডুবেৰ দৰ্শনীয় বেটিঙৰ ফলত ভাৰতে ১০টা বল বাকী থাকোতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়।

ভাৰতৰ হৈ সূৰ্য কুমাৰ যাদৱে ৪৯টা বলত ৫০ ৰাণৰ দুৰ্দান্ত অৰ্ধশতক অৰ্জন কৰে। শিৱম ডুবেও ৩৫টা বলত ৩১ ৰাণ প্ৰয়োজনীয় ৰাণ সংগ্ৰহ কৰে।

পাছে এতিয়া গ্ৰুপ এৰ পৰা আৰু কোনটো দলে ছুপাৰ ৮ ত স্থান লাভ কৰে সেয়াহে লক্ষ্য কৰিব লগীয়া। কিয়নো এফালে যদি এইবাৰৰ বিশ্বকাপত অভিষেক ঘটোৱা আমেৰিকা , আনফালে পাকিস্তান। অৱশ্যে এই ক্ষেত্ৰত আমেৰিকাৰ নাম অধিক উচ্চাৰিত হৈ আছে। নতুন হলেও সুন্দৰ ফৰ্মত আছে আমেৰিকা, লগতে পাকিস্তানতকৈ ২ পইণ্ট আগত আছে।

অৱশ্যে এতিয়াও কব নোৱাৰি কোন দলে ছুপাৰ ৮ত স্থান লাভ কৰে। এতিয়াও কেইখন মান খেল বাকি। ইয়াত সমীকৰণো আছে ভিন্ন। ছুপাৰ ৮ত স্থান পাবলৈ হলে পাকিস্তানে বাকি থকা খেলত জয়ী হব লাগিব। লগতে অন্য দলৰ জয়-পৰাজয়ৰ ওপৰতো নিৰ্ভৰ কৰিব ইয়াৰ সমীকৰণ।

কিন্তু যদিহে এইবাৰ আমেৰিকাই ছুপাৰ ৮ত স্থান লাভ কৰে তেন্তে সেয়া হৈ পৰিব এক ইতিহাস। অভিষেক খেলতে এই সফলতা পাব দলটোৱে। উল্লেখ্য যে, আমেৰিকাৰ দলটোত অধিক সংখ্যক ভাৰতীয় খেলুৱৈ।

এতিয়ালৈকে ছুপাৰ ৮ত স্থান লাভ কৰা দল কেইটা হৈছে- গ্ৰুপ এৰ পৰা ভাৰত, গ্ৰুপ বিৰ পৰা অষ্ট্ৰেলিয়া, গ্ৰুপ ডিৰ পৰা দক্ষিণ আফ্ৰিকা। পাছে এতিয়ালৈকে গ্ৰুপ চিৰ পৰা কোনো এটা দলে ছুপাৰ ৮ত স্থান পোৱা নাই। দৌৰত আছে আফগানিস্তান আৰু ৱেষ্ট ইণ্ডিজ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: indian teammen in BlueSuper 8T 20 World Cupworld cup
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা
ভাৰত

উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

August 24, 2026
বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ
ভাৰত

বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

August 24, 2026
২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?
অসম

২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

August 24, 2026
সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’
বিশ্ব

সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

August 23, 2026
Next Post
ছেলফী লবলৈ হেতাওপৰা, লাখৰ ঘৰত এই বিশেষ ছাগলীটোৰ দাম

ছেলফী লবলৈ হেতাওপৰা, লাখৰ ঘৰত এই বিশেষ ছাগলীটোৰ দাম

কুৱেইটত ভয়ংকৰ অগ্নিকাণ্ড, পান জপাদি আছিল শ্ৰমিক, যাাৰ বাবেই প্ৰাণ হেৰুৱালে ৪৯ গৰাকীয়ে, ইয়াৰে ৪০গৰাকীয়েই ভাৰতীয়

কুৱেইটত ভয়ংকৰ অগ্নিকাণ্ড, পান জপাদি আছিল শ্ৰমিক, যাাৰ বাবেই প্ৰাণ হেৰুৱালে ৪৯ গৰাকীয়ে, ইয়াৰে ৪০গৰাকীয়েই ভাৰতীয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.