• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিতৃ কমিউনিষ্ট, সংগীও পৰকীয়া প্ৰেমত যুক্ত হৈ ভাঙিলে সংসাৰ, বাওঁপন্থীৰ সন্তান জৰ্জিয়াৰ কেনেকৈ বন্ধু হ’ল নৰেন্দ্ৰ মোদী?

পিতৃ কমিউনিষ্ট, সংগীও পৰকীয়া প্ৰেমত যুক্ত হৈ ভাঙিলে সংসাৰ, বাওঁপন্থীৰ সন্তান জৰ্জিয়াৰ কেনেকৈ বন্ধু হ’ল নৰেন্দ্ৰ মোদী?

2 years ago
বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

5 hours ago
এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

5 hours ago
Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

6 hours ago
পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

7 hours ago
বুজাবুজি চুক্তিত স্বাক্ষৰৰ পিছতো এই ৩ টা কাৰণত ভাঙিব পাৰে আমেৰিকা–ইৰানৰ শান্তি চুক্তি

বুজাবুজি চুক্তিত স্বাক্ষৰৰ পিছতো এই ৩ টা কাৰণত ভাঙিব পাৰে আমেৰিকা–ইৰানৰ শান্তি চুক্তি

8 hours ago
বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

9 hours ago
এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

9 hours ago
COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

10 hours ago
আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

10 hours ago
চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল

চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল

11 hours ago
মে’ মাহত ঘৰ সলনি কৰিব ৬ গ্ৰহই, ভাৱিব নোৱাৰা উন্নতি আহিব বৃষসহ এই ৫ৰাশিৰ জীৱনত

কাইলৈৰ পৰা ৩ ৰাশিৰ আহিব পাৰে বিপদ, শীঘ্ৰে কৰক এই কাম!

13 hours ago
কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পিতৃ কমিউনিষ্ট, সংগীও পৰকীয়া প্ৰেমত যুক্ত হৈ ভাঙিলে সংসাৰ, বাওঁপন্থীৰ সন্তান জৰ্জিয়াৰ কেনেকৈ বন্ধু হ’ল নৰেন্দ্ৰ মোদী?

পিতৃ কমিউনিষ্ট, সংগীও পৰকীয়া প্ৰেমত যুক্ত হৈ ভাঙিলে সংসাৰ, বাওঁপন্থীৰ সন্তান জৰ্জিয়াৰ কেনেকৈ বন্ধু হ’ল নৰেন্দ্ৰ মোদী?

editor by editor
June 16, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
পিতৃ কমিউনিষ্ট, সংগীও পৰকীয়া প্ৰেমত যুক্ত হৈ ভাঙিলে সংসাৰ, বাওঁপন্থীৰ সন্তান জৰ্জিয়াৰ কেনেকৈ বন্ধু হ’ল নৰেন্দ্ৰ মোদী?
0
SHARES
309
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতিথিসকলক হাতযোৰ কৰি স্বাগত জনাইছে৷ ভাৰততহে এই প্ৰথা চিৰচাৰিত৷ কিন্তু অন্য দেশৰ কোনো ৰাষ্ট্ৰপ্রধানে যদি এইদৰে স্বাগত জনাই তেন্তে সেই কথা নিশ্চিতভাৱে চৰ্চাৰ বিষয়৷ ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনিয়ে হাতযোৰ কৰি স্বাগত জনোৱাৰ ছবি এই মুহূৰ্তত ভাইৰেল হৈ পৰিছে৷ কৌতুহল বাঢ়িছে জৰ্জিয়া মেলোনিক লৈ৷ ভাৰতৰ সৈতে তেওঁৰ কিবা সংযোগ আছে নেকি সেই বিষয়টোক লৈয়ো চলিচে চৰ্চা৷  প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে কি কৰিছিল মেলোনিয়ে?

১৩ জুন তাৰিখে ইটালীৰ আপুলিয়াত আৰম্ভ হৈছিল ৫০সংখ্যক জি-৭ সন্মিলন৷ ১৫ জুন পৰ্যন্ত এই সন্মিলন চলিছে৷ এই সন্মিলনত যোগ দিবলৈকে ইটালীলৈ যাত্ৰা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ সেই সন্মিনৰ পূৰ্বে ৰাষ্ট্ৰপ্ৰধানসকলক হাতযোৰ কৰি স্বাগত জনাইছে ইটালীৰ প্ৰধানমন্ত্ৰী মেলোনিয়ে৷

১৯৭৭ চনৰ ১৫ জানুৱাৰীত ৰোমত জন্মগ্ৰহণ কৰিছিল মেলোনিয়ে৷ তেওঁৰ পিতৃৰ নাম ফ্ৰান্সেছকো মেলোনি৷ তেওঁৰ মাতৃৰ নাম আন্যা৷ মেলোনিৰ যেতিয়া বয়স ১ বছৰ তেতিয়াই ফ্ৰান্সেছকোয়ে তেওঁলোকক এৰি স্পেইনলৈ গুচি যায়৷ স্পেইনলৈ গৈ দ্বিতীয়বাৰ বিয়াত বহে মেলোনিৰ পিতৃ৷ মেলোনিৰ পিতৃ ইটালিয়ান কমিউনিষ্ট পাৰ্টীৰ সমৰ্থক আছিল৷ ১৯৯৫ চনত মাদক সৰবৰাহৰ অভিযোগত ৯ বছৰৰ কাৰাদণ্ডও বিহা হৈছিল ফ্ৰান্সেছকোক৷  মেলোনিৰ সৈতে তেওঁ শেষবাৰ যোগাযোগ কৰিছিল ২০০৬ চনত৷

১৯৯২ চনত মাত্ৰ ১৫ বছৰ বয়সতে ইটালিয়ান ছচিয়েল মুভমেণ্টৰ ইউথ ফ্ৰণ্টক সদস্য হৈছিল মেলোনি৷ ১৯৯৫ চনত দলটোৱে তেওঁলোকৰ অস্তিত্ব হেৰুৱাই৷ ৰাজনীতিৰ ওপৰিও এইসময়ত পঢ়াশুনাও চলাই গৈছিল মেলোনিয়ে৷ ১৯৯৬ চনত তেওঁ স্নাতক হয়৷

MSI বিলুপ্ত হোৱাৰ পাছতেই নেশ্ব্যনেল এলায়েন্সত যোগ দিয়ে মেলোনিয়ে৷ ২০০৬ চনত ইটালীৰ সাধাৰণ নিৰ্বাচনত জয়ী হৈ তেওঁ চেম্বাৰ অৱ ডেপুটিজ নিৰ্বাচিত হয়৷ ইয়াৰ সৈতে তেওঁ সেই বছৰেই সাংবাদিক হিচাপে কাম আৰম্ভ কৰে৷ ২০০৮ চনত মাত্ৰ ৩১ বছৰ বয়সত ইটালীৰ যুৱ মন্ত্ৰালয়ৰ মন্ত্ৰী হয় তেওঁ৷ ইটালীৰ ইতিহাসত দ্বিতীয় কনিষ্ঠতন মন্ত্ৰী হয় মেলোনি৷ ২০১১ চনৰ নৱেম্বৰত ইটালীৰ প্ৰধানমন্ত্ৰী পদৰ পৰা ছিলভিও বাৰ্লুছকোনিয়ে পদত্যাগ কৰাৰ পাছতেই সেই আসনত বহে মেলোনি৷

২০০৯ চনৰ পৰা ২০১২ চন পৰ্যন্ত দ্যা পিপল অৱ ফ্ৰিডম পাৰ্টীৰ তেওঁ সদস্য আছিল৷ ২০১২ চনৰ ডিচেম্বৰত দ্যা পিপল অৱ ফ্ৰিডম পাৰ্টী ভাঙি ব্ৰাদাৰ্ছ অৱ ইটালী গঠন কৰে মেলোনিয়ে৷ এই মুহূৰ্তত সোঁপন্থী ব্ৰাদাৰ্ছ অৱ ইটালী দলৰ প্ৰেছিডেণ্ট মেলোনি৷ ২০২২ চনত ইটালিৰ সাধাৰণ নিৰ্বাচনত জোটসংগীক লৈ বিশেষ উত্থান হয় মেলোনিৰ ব্ৰাদাৰ্ছ অৱ ইটালীয়ে৷ তাৰপাছতেই ইটালিৰ প্ৰধানমন্ত্ৰী হিচাপে ২০২২ চনৰ ২২ অক্টোবৰত শপত গ্ৰহণ কৰে৷ মেলোনিয়ে ইটালিৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী৷

প্ৰায় ১০ বছৰ টেলিভিছন সাংবাদিক আন্দ্ৰে জিয়ামব্ৰুণৰ সৈতে সম্পৰ্ক আছিল মেলোনিৰ৷ ২০১৪ চনত টিভি ষ্টুডিঅ’ত প্ৰথম সাক্ষাৎ হৈছিল দুয়োৰে৷ তাৰপিছতেই দুয়োৰে জীৱনলৈ আহে এগৰাকী কন্যা সন্তান৷ ২০২৩ চনৰ অক্টোবৰত প্ৰায় ১০ বছৰৰ সম্পৰ্ক ভাঙে আন্দ্ৰেৰ একাধিক যৌনগন্ধী মন্তব্যৰ পাছতেই৷ আন্দ্ৰেৰ এক অনুষ্ঠানত এটা ভিডিঅ’ও সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল৷ সেই ভিডিঅ’ত তেওঁ মহিলা সহকৰ্মীৰ প্ৰতি অশ্লীন মন্তব্য কৰা শুনা গৈছিল আন্দ্ৰেক৷ সেই মহিলা সহকৰ্মীক আন্দ্ৰেই কৈছিল, ‘আপোনাৰ সৈতে কিয় যে আগতে পৰিচয় নহ’ল মোৰ!’

সেই ভিডিঅ’ ক্লিপেই নহয় অডিঅ’ও ভাইৰেল হৈ পৰিছিল৷ তাত মহিলা সহকৰ্মীসকলক গ্ৰুপত চেক্সৰ প্ৰস্তান দিয়াৰ অডিঅ’ ভাইৰেল হৈ পৰিছিল৷ তাৰপাছতেই দহ বছৰৰ পাৰ্টনাৰৰ সৈতে সম্পৰ্ক ছেদ কৰে মেলোনিয়ে৷

৪৭ বছৰীয়া মেলোনি এগৰাকী খ্ৰীষ্টিয়ান আৰু কনজাৰভেটিভ৷ জি-৭ সন্মিলনত তেওঁক হাতযোৰ কৰি নমস্কাৰ কৰা এখন ছবি ভাইৰেল হৈ যায়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি-৭ সন্মিলনৰ মাজতেই মেলোনিৰ সৈতে দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰে৷ প্ৰধানমন্ত্ৰীৰ অফিচৰ তৰফৰ পৰা জনোৱা অনুসৰি তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হোৱাৰ বাবে মোদীক শুভেচ্ছাও জনাইছিল মেলোনিয়ে৷ অন্যহাতে জি-৭ সন্মিলনলৈ আমন্ত্ৰণ জনোৱাৰ বাবে মেলোনিক ধন্যবাদ জনাইছে মোদীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!
বিনোদন

বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

June 18, 2026
এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি
অপৰাধ

এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

June 18, 2026
Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে
জীৱনশৈলী

Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

June 18, 2026
পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’
জীৱনশৈলী

পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

June 18, 2026
Next Post
বকৰি ঈদৰ বিশেষত্ব কি? ইছলাম ধৰ্মত এই ঈদ কিয় অতি গুৰুত্বপূৰ্ণ?

বকৰি ঈদৰ বিশেষত্ব কি? ইছলাম ধৰ্মত এই ঈদ কিয় অতি গুৰুত্বপূৰ্ণ?

ঈদৰ দিনাই দুঃখবৰ! মক্কাত পদপিষ্ট হৈ শেষ হ’ল অসমৰ তিনি হজযাত্ৰীৰ জীৱন

ঈদৰ দিনাই দুঃখবৰ! মক্কাত পদপিষ্ট হৈ শেষ হ'ল অসমৰ তিনি হজযাত্ৰীৰ জীৱন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.