• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৱচ চিষ্টেমে কিয় ৰোধ কৰিব নোৱাৰিলে কাঞ্চনজংঘা এক্সপ্ৰেছৰ দুৰ্ঘটনা? ক’ত গ’ল ১৬.৮৮ কোটি টকা ব্যয়েৰে আৰম্ভ কৰা কৱচ চিষ্টেম?

কৱচ চিষ্টেমে কিয় ৰোধ কৰিব নোৱাৰিলে কাঞ্চনজংঘা এক্সপ্ৰেছৰ দুৰ্ঘটনা? ক’ত গ’ল ১৬.৮৮ কোটি টকা ব্যয়েৰে আৰম্ভ কৰা কৱচ চিষ্টেম?

2 years ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

12 minutes ago
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

13 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

14 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

14 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

প্ৰস্ৰাৱত অধিক ফেন? নকৰিব আওকান, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ

15 hours ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগাস্ৰাৱ? এয়া স্বাভাৱিক নে চিন্তাৰ বিষয় জানক

15 hours ago
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

পুৰুষৰ তুলনাত এইটো বস্তু বেছি থাকে নাৰীৰ! জানি হ’ব আচৰিত

16 hours ago
২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

17 hours ago
কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

17 hours ago
প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

18 hours ago
সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

18 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

অহা সপ্তাহত বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক গুৰুত্বপূৰ্ণ কাম

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কৱচ চিষ্টেমে কিয় ৰোধ কৰিব নোৱাৰিলে কাঞ্চনজংঘা এক্সপ্ৰেছৰ দুৰ্ঘটনা? ক’ত গ’ল ১৬.৮৮ কোটি টকা ব্যয়েৰে আৰম্ভ কৰা কৱচ চিষ্টেম?

কৱচ চিষ্টেমে কিয় ৰোধ কৰিব নোৱাৰিলে কাঞ্চনজংঘা এক্সপ্ৰেছৰ দুৰ্ঘটনা? ক’ত গ’ল ১৬.৮৮ কোটি টকা ব্যয়েৰে আৰম্ভ কৰা কৱচ চিষ্টেম?

editor by editor
June 17, 2024
in ভাৰত
0
কৱচ চিষ্টেমে কিয় ৰোধ কৰিব নোৱাৰিলে কাঞ্চনজংঘা এক্সপ্ৰেছৰ দুৰ্ঘটনা? ক’ত গ’ল ১৬.৮৮ কোটি টকা ব্যয়েৰে আৰম্ভ কৰা কৱচ চিষ্টেম?
0
SHARES
224
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় ৰে’লৱেৰ দ্বাৰা ৰে’ল দুৰ্ঘটনা ৰোধ কৰিবলৈ ৰিচাৰ্চ ডিজাইন এণ্ড ষ্টেণ্ডাৰ্ডছ অৰ্গেনাইজেশ্যনে স্বয়ংক্ৰিয় ৰে’ল সুৰক্ষা ব্যৱস্থাৰ সৃষ্টি কৰিছিল। যাৰ নাম ৰখা হৈছিল কভচ চিষ্টেম। এই কৱচ ব্যৱস্থাৰ কাম ২০১২ চনত আৰম্ভ হৈছিল। ইয়াৰে প্ৰথম পৰীক্ষা ২০১৬ চনত কৰা হৈছিল। সমগ্ৰ ভাৰততে কভচ চিষ্টেম স্থাপনৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰিছিল কেন্দ্ৰই৷

কভচ ব্যৱস্থা হৈছে ইলেক্ট্ৰনিক যন্ত্ৰৰ এটা গোট। যাৰ ফলত ৰেল দুৰ্ঘটনা ৰোধ হয়। ইয়াৰ ৰেডিঅ’ ফ্ৰিকুৱেন্সি চিনাক্তকৰণ যন্ত্ৰ ৰে’ল, ৰে’লপথ, ৰে’লৱে সংকেত ব্যৱস্থা আৰু প্ৰতিটো ষ্টেচনৰ পৰা এক কিলোমিটাৰ দূৰত্বত স্থাপন কৰা হয়। ব্যৱস্থাটোত থকা সকলোবোৰ ব্যৱস্থাই আল্ট্ৰা হাই ৰেডিঅ’ ফ্ৰিকুৱেন্সিৰ জৰিয়তে কাম কৰে। 

কৱচে কিয় কাম নকৰিলে?

যদি কোনো ৰে’লৰ চালকে এটা চিগনেল ভাঙি আগবাঢ়ি যায় তেতিয়াই কৱচ ব্যৱস্থা স্বয়ংক্ৰিয়ভাৱে সক্ৰিয় হৈ পৰে। কভচ চিষ্টেম সক্ৰিয় হোৱাৰ লগে লগে ৰে’লৰ পাইলটলৈ সতৰ্কবাণী যায়৷ ইয়াৰ পিছত কভচ ব্যৱস্থাই স্বয়ংক্ৰিয়ভাৱে ৰে’লৰ ব্ৰেক নিয়ন্ত্ৰণ কৰে। কভচেই স্বয়ংক্ৰিয়ভাৱে প্ৰথম ৰেলখন ৰখাই দিয়ে।ভাৰতীয় ৰে’লৱেৰ যিকোনো এটা ট্ৰেকত একে সময়তে দুখন ৰে’ল আহি থাকিলে কভচ ব্যৱস্থা নিজে নিজেই সক্ৰিয় হৈ পৰে। আৰু দুয়োখন ৰে’লৰ সংঘৰ্ষত বাধা দিয়ে। 

পশ্চিম বংগৰ জলপাইগুৰিত সংঘটিত হোৱা ৰে’ল দুৰ্ঘটনাৰ পিছত বহুতৰে মনত প্ৰশ্ন৷ ভাৰতীয় ৰে’লৱে প্ৰস্তুত কৰা Automatic Train Protection System অৰ্থাৎ কভচ ব্যৱস্থাই কিয় ৰেল দুৰ্ঘটনা ৰোধ কৰিব নোৱাৰিলে? বৰ্তমানলৈকে ভাৰতৰ বহু ৰে’লপথত কৱচ ব্যৱস্থা স্থাপন কৰা হোৱা নাই। জলপাইগুৰি পথতো স্থাপন কৰা হোৱা নাই এই ব্যৱস্থা। চৰকাৰে দিয়া তথ্য অনুসৰি দক্ষিণ মধ্য ৰেলৱেৰ ১৪৬৫ কিলোমিটাৰ পথত বৰ্তমান কভচ ব্যৱস্থা আৰু ১৩৯টা ইঞ্জিনত স্থাপন কৰা হৈছে কৱচ চিষ্টেম৷ 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য
জীৱনশৈলী

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

August 22, 2026
৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে
জীৱনশৈলী

৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

August 22, 2026
কেৱল ২৫০টকাৰ খৰচ কৰিয়েই দিয়ক এই বিশেষ উপহাৰ
জীৱনশৈলী

কেৱল ২৫০টকাৰ খৰচ কৰিয়েই দিয়ক এই বিশেষ উপহাৰ

August 22, 2026
কি অনন্য কৃতিত্বৰে গিনিজ বুকত নাম লিখিবলৈ সক্ষম হৈছে চিৰঞ্জীৱীয়ে, জানেনে?
বিনোদন

কি অনন্য কৃতিত্বৰে গিনিজ বুকত নাম লিখিবলৈ সক্ষম হৈছে চিৰঞ্জীৱীয়ে, জানেনে?

August 22, 2026
Next Post
ছুপাৰ ৮ ত কেতিয়া কাৰ কাৰ মাজত খেল, ভাৰতে কেতিয়া কাৰ বিৰুদ্ধে খেল পথাৰত নামিব

ছুপাৰ ৮ ত কেতিয়া কাৰ কাৰ মাজত খেল, ভাৰতে কেতিয়া কাৰ বিৰুদ্ধে খেল পথাৰত নামিব

প্ৰথমে ইলেক্ট্ৰনিক শ্ব’ক, তাৰ পাছত এফালৰ পৰা…মৰণোত্তৰ পৰীক্ষাত ফাদিল শিহৰণকাৰী তথ্য, কানাড়া অভিনেতাৰ বৰ্বৰ কাণ্ড

প্ৰথমে ইলেক্ট্ৰনিক শ্ব'ক, তাৰ পাছত এফালৰ পৰা...মৰণোত্তৰ পৰীক্ষাত ফাদিল শিহৰণকাৰী তথ্য, কানাড়া অভিনেতাৰ বৰ্বৰ কাণ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.