• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভোট নিদিলেও আমি তেওঁলোকৰ লগত আছো…! মণিপুৰক লৈ হঠাৎ কিয় দৰদ কেন্দ্ৰৰ?

ভোট নিদিলেও আমি তেওঁলোকৰ লগত আছো…! মণিপুৰক লৈ হঠাৎ কিয় দৰদ কেন্দ্ৰৰ?

2 years ago
কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

29 minutes ago
নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

56 minutes ago
নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

2 hours ago
আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

2 hours ago
হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

3 hours ago
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

কোনটো সময়ত গা ধোৱাটো উত্তম? গা ধোৱাৰ সঠিক পদ্ধতি জানক

3 hours ago
নিশা কোনোবাই চাই থকা যেন অনুভৱ হয় নেকি? আঁৰৰ কাৰণ কি জানক

নিশা কোনোবাই চাই থকা যেন অনুভৱ হয় নেকি? আঁৰৰ কাৰণ কি জানক

3 hours ago
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

ৰে’ল অহাত বিলম্ব, যাত্ৰীয়ে পাব বিনামূলীয়া খাদ্য! এই নিয়মটো জানেনে?

4 hours ago
বিচনাৰ কাষত পানী ৰাখি শুৱে নেকি? মানসিক স্বাস্থ্যত পৰিব প্ৰভাৱ!

বিচনাৰ কাষত পানী ৰাখি শুৱে নেকি? মানসিক স্বাস্থ্যত পৰিব প্ৰভাৱ!

4 hours ago
চলমানৰ প্ৰথম প্ৰেমিকাৰ সৈতে কিয়াৰাৰ বিশেষ সম্পৰ্ক, কেনেকৈ?

চলমানৰ প্ৰথম প্ৰেমিকাৰ সৈতে কিয়াৰাৰ বিশেষ সম্পৰ্ক, কেনেকৈ?

6 hours ago
Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

7 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

ভুলতেও আওকাণ নকৰিব এই ৪ টা সপোনক, পাব ভৱিষ্যতৰ ইংগিত!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভোট নিদিলেও আমি তেওঁলোকৰ লগত আছো…! মণিপুৰক লৈ হঠাৎ কিয় দৰদ কেন্দ্ৰৰ?

ভোট নিদিলেও আমি তেওঁলোকৰ লগত আছো...! মণিপুৰক লৈ হঠাৎ কিয় দৰদ কেন্দ্ৰৰ?

editor by editor
June 18, 2024
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
ভোট নিদিলেও আমি তেওঁলোকৰ লগত আছো…! মণিপুৰক লৈ হঠাৎ কিয় দৰদ কেন্দ্ৰৰ?
0
SHARES
267
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মণিপুৰলৈ হঠাৎ মনত পৰিছে কেন্দ্ৰৰ। মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ সোমবাৰে এক উচ্চপৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰিছে অমিত শ্বাহ। উত্তৰ পূব ভাৰতৰ এই ৰাজ্য বিগত এবছৰে জ্বলিয়েই আছে। এবছৰ ধৰি অব্যাহত আছে হিংসা। এই ঘটনাক লৈ বিগত এবছৰ নিমাতে থাকিলেও এতিয়া আৰু নিমাতে থাকিলে কৰোবাত ৰাজনৈতিক সংকট আৰু দৃঢ় হোৱাৰ সম্ভাৱনা দেখিছে কেন্দ্ৰই বুলি বহুসংখ্যক নেটিজেনে চলাইছে চৰ্চা৷

গৃহ মন্ত্ৰণালয়ৰ তৰফৰ পৰা এক বিবৃত্তিযোগে জনোৱা হৈছে যে, মণিপুৰৰ বৰ্তমান পৰিস্থিতি, সুৰক্ষা ব্যৱস্থাক লৈ ৰিপৰ্ট পৰ্যবেক্ষণ কৰিছে অমিত শ্বাহে। তাত যাতে নকৈ কোনো সমস্যা বা হিংসা নহয় তাৰবাবে নিৰাপত্তা এজেন্সিসমূহক সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিছে গৃহমন্ত্ৰী শ্বাহে। প্ৰয়োজন হ’লে আৰু অধিক বাহিনী মোতায়েন কৰা হ’ব বুলিও জনাইছে গৃহমন্ত্ৰীগৰাকীয়ে।

শান্তি উভতাই আনিবলৈ যথাযত পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিয়াৰ লগতে হিংসা বা অশান্তিৰ চেষ্টা কৰা অভিযুক্তসকলৰ বিৰুদ্ধে কাঢ়া ব্যৱস্থা গ্ৰহণ কৰিবলৈকো নিৰ্দেশ দিছে অমিত শ্বাহে। মণিপুৰৰ আশ্ৰয় শিৱিৰত পৰ্যাপ্ত খাদ্য, পানী, ঔষধ আৰু অন্যান্য সামগ্ৰী আছে নে নাই সেই সম্পৰ্কেও পুংখানোপুংখভাৱে বুজ লৈছে গৃহমন্ত্ৰী শ্বাহে।

গৃহমন্ত্ৰণালয়ৰ তৰফৰ পৰা মুখ্য সচিবক নিৰ্দেশ দিয়া হৈছে, গৃহহীন মানুহে যাতে প্ৰয়োজনীয় খাদ্য, চিকিৎসা পৰিসেৱা আৰু শিক্ষা পাই তাৰ উচিত ব্যৱস্থা কৰক। ধীৰে ধীৰে তেওঁলোকৰ পুনৰ্বাসনৰো ব্যৱস্থা কৰা হব বুলি জনাইছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।অমিত শ্বাহে কয় যে, গৃহমন্ত্ৰণালয়ৰ পক্ষৰ পৰা মেইতেই আৰু কুকি দুই গোষ্ঠীৰ সৈতেই কথাবোৰ আলোচনা হব। আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধান কৰাটো জৰুৰী। জাতিগত হিংসাৰ দ্ৰুত অৱসানৰ লক্ষ্যৰে প্ৰয়োজনীয় সহায় কৰাৰো আশ্বাস মণিপুৰ চৰকাৰক দিছে গৃহমন্ত্ৰী শ্বাহে।

উল্লেখ্য যে মণিপুৰত এই হিংসাৰ দাৱানল জ্বলি উঠিছিল বিগত বৰ্ষৰ ৩মেত। কুকি আৰু মেইতেই গোষ্ঠীৰ মাজত জাতিগত সংঘাতক কেন্দ্ৰ কৰি উত্তপ্ত হৈ উঠিছিল মণিপুৰ।তাৰপিছৰে পৰাই এটাৰ পাছত আনটো নৃশংস হত্যাৰ খবৰ আহিছে মণিপুৰৰ পৰা। গৃহহীন হৈছে অসংখ্য মানুহ। দুই মহিলাক বিবস্ত্ৰ কৰি ৰাস্তাত ঘূৰাই লৈ ফুৰাৰ ভিডিঅ বিয়পি পৰিছিল সামাজিক মাধ্যমত।এই ভিডিঅই দেশ তোলপাৰ লগালেও নিমাতে আছিল কেন্দ্ৰ নিমাতে আছিল মোদী-শ্বাহ। সদনত সৰৱ হৈছিল বিৰোধী, কি লোকসভা, কি ৰাজ্যসভা সকলোতে বিৰোধীয়ে সুধিছিল, এখন দেশৰ এখন ৰাজ্য জ্বলি থাকোতে কেনেকৈ নিস্তব্ধতা ভালপাইছে শাসকীয় পক্ষই? উত্তৰ নাছিল প্ৰধানমন্ত্ৰীৰ হাতত, উত্তৰ নাছিল গৃহমন্ত্ৰীৰ হাতত। উত্তৰ নাছিল নে দিব খোজা নাছিল সেই কথা অৱশ্যে স্পষ্ট নহয়।কিন্তু লোকসভা নিৰ্বাচনত এই নিস্তব্ধতাই হাঁথিয়াৰ হৈ পৰে বিৰোধীৰ। হিংসাজৰ্জৰ মণিপুৰৰ পৰা এজনো সাংসদ শাসকপক্ষই লাভ নকৰিলে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?
বিনোদন

কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

June 24, 2026
নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?
অসম

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

June 24, 2026
আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?
প্ৰযুক্তি

আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

June 24, 2026
হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

June 24, 2026
Next Post
কংগ্ৰেছৰ হিন্দুৰ ওপৰত আশ্বাস নাই…ৱায়নাডত প্ৰিয়ংকা প্ৰাৰ্থী হোৱাক লৈ বিশেষ মন্তব্য আচাৰ্য প্ৰমোদ কৃষ্ণমৰ

কংগ্ৰেছৰ হিন্দুৰ ওপৰত আশ্বাস নাই...ৱায়নাডত প্ৰিয়ংকা প্ৰাৰ্থী হোৱাক লৈ বিশেষ মন্তব্য আচাৰ্য প্ৰমোদ কৃষ্ণমৰ

ছুটী শেষ কৰি ট্ৰেইনত উঠিও কৰ্মস্থলী নাপালেগৈ! অভিশপ্ত কাঞ্চনজংঘাত শেষ হৈ গ’ল আৱকাৰী অফিচাৰৰ জীৱন

ছুটী শেষ কৰি ট্ৰেইনত উঠিও কৰ্মস্থলী নাপালেগৈ! অভিশপ্ত কাঞ্চনজংঘাত শেষ হৈ গ’ল আৱকাৰী অফিচাৰৰ জীৱন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.