• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতি শীঘ্ৰেই জানিব পৰা যাব কোন হ’ব ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী প্ৰশিক্ষক, আজি ইন্টাৰভিউ ল’লে দুগৰাকীৰ

অতি শীঘ্ৰেই জানিব পৰা যাব কোন হ’ব ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী প্ৰশিক্ষক, আজি ইন্টাৰভিউ ল’লে দুগৰাকীৰ

2 years ago
শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

6 minutes ago
মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

21 minutes ago
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

41 minutes ago
আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

53 minutes ago
টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

1 hour ago
আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

2 hours ago
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

3 hours ago
আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

3 hours ago
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

4 hours ago
FIFA World Cup 2026: ছাকিৰাক চাব নে নোৰাক? ফুটবল বিশ্বকাপত দেখিব দুয়োৰে যাদু!

FIFA World Cup 2026: ছাকিৰাক চাব নে নোৰাক? ফুটবল বিশ্বকাপত দেখিব দুয়োৰে যাদু!

4 hours ago
১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক

১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক

5 hours ago
অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

অতি শীঘ্ৰেই জানিব পৰা যাব কোন হ’ব ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী প্ৰশিক্ষক, আজি ইন্টাৰভিউ ল’লে দুগৰাকীৰ

editor by editor
June 18, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
অতি শীঘ্ৰেই জানিব পৰা যাব কোন হ’ব ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী প্ৰশিক্ষক, আজি ইন্টাৰভিউ ল’লে দুগৰাকীৰ
0
SHARES
148
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতি শীঘ্ৰেই জানিব পৰা যাব কোন হ’ব ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী প্ৰশিক্ষক, আজি ইন্টাৰভিউ ল’লে দুগৰাকীৰ

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ ক্ৰিকেট উপদেষ্টা সমিতিয়ে আজি ১৮ জুন মঙলবাৰে মুম্বাইত মুখ্য প্ৰশিক্ষকৰ পদৰ বাবে সাক্ষাৎকাৰ গ্ৰহণ কৰে। সাক্ষাৎকাৰ লোৱা প্ৰাৰ্থীসকলৰ ভিতৰত আছিল গৌতম গম্ভীৰ আৰু ডব্লিউ ভি ৰমনৰ। বৰ্তমানেও চূ়ড়ান্ত হোৱা নাই কোন হব মুখ্য প্ৰশিক্ষক, তথাপি স্পষ্ট যে গম্ভীৰ একমাত্ৰ প্ৰাৰ্থী নহয়।

সাক্ষাৎকাৰসমূহ অনলাইনযোগে কৰা হৈছিল। শেহতীয়াকৈ কলকাতা নাইট ৰাইডাৰ্ছক আই পি এলৰ জয়ৰ সোৱাদ লোৱাত সহায় কৰা তথা মেণ্টৰ কৰা গম্ভীৰ এই পদৰ বাবে হট ফেভাৰিট, কাৰণ ৰাহুল দ্ৰাবিদে চলি থকা টি-২০ বিশ্বকাপৰ পিছত ৰাষ্ট্ৰীয় দলৰ মুখ্য প্ৰশিক্ষক হিচাপে কাৰ্যকাল বৃদ্ধি কৰাৰ বাবে আগ্ৰহী নহয় বুলি নিশ্চিত কৰাৰ পিছতে এই পদৰ বাবে কেইবাগৰাকীৰ নাম উচ্চাৰিত হৈ আহিছিল।

গম্ভিৰে আৰম্ভণিতে নাকচ কৰিলেও বৰ্তমানে মুখ্য প্ৰশিক্ষক হিচাপে দেশৰ সেৱা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰি শেহতীয়াকৈ উল্লেখ কৰিছে যে ইয়াতকৈ ডাঙৰ সন্মান আৰু কোনো নাই।

তেখেতে কয় – “মই ভাৰতীয় দলৰ প্ৰশিক্ষক হ’লে ভাল পাম। আপোনাৰ জাতীয় দলৰ প্ৰশিক্ষকতকৈ ডাঙৰ সন্মান কোনো নাই। আপুনি সমগ্ৰ বিশ্বতে ১৪০ কোটি ভাৰতীয় আৰু তাতোকৈ অধিক ভাৰতীয়কো প্ৰতিনিধিত্ব কৰি আছে আৰু যেতিয়া আপুনি ভাৰতক প্ৰতিনিধিত্ব কৰে তেতিয়া ই কেনেকৈ সৰু হ’ব পাৰে?।”

আনহাতে আজিৰ সাক্ষাতত থকা আন গৰাকী লোক লোক হৈছে ৫৯ বৰ্ষীয় ডব্লিউ ভি ৰমন। তেখেত হৈছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা ভাৰতীয় ৰাষ্ট্ৰীয় মহিলা ক্ৰিকেট দলৰ প্ৰাক্তন প্ৰশিক্ষক।

মুখ্য প্ৰশিক্ষকৰ পদৰ বাবে দুদিনীয়া ৰাউণ্ড হোৱাৰ সম্ভাৱনা। আজি এক ৰাউণ্ড আলোচনা অনুষ্ঠিত হয়। কাইলৈ ​আৰু এটা ৰাউণ্ডৰ সম্ভাৱনা। তথ্য অনুসৰি কমিটীয়ে এজন বিদেশী প্ৰশিক্ষকৰ সাক্ষাৎকাৰ ল’বলৈ গৈ আছে। তেওঁৰ নাম এতিয়াও প্ৰকাশ কৰা হোৱা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: gautam gambhirIndian Cricket Team Team coachMain CoachW V Raman
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি
বিনোদন

শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

June 6, 2026
মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি
ভাৰত

মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

June 6, 2026
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!
জীৱনশৈলী

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

June 6, 2026
আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?
অসম

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

June 6, 2026
Next Post
পৰহী মেহেন্দীৰে বিবাহ কাৰ্য আৰম্ভ, পাছে পিতৃ উপস্থিত থাকিবনে বিয়াত

পৰহী মেহেন্দীৰে বিবাহ কাৰ্য আৰম্ভ, পাছে পিতৃ উপস্থিত থাকিবনে বিয়াত

১৯ জুনৰ ৰাশিফল, মেষ, বৃষ আৰু কৰ্কট ৰাশিৰ লোকৰ বাবে বিশেষ দিন, ৰৈ থকা কামে পূৰ্ণতা পাব

১৯ জুনৰ ৰাশিফল, মেষ, বৃষ আৰু কৰ্কট ৰাশিৰ লোকৰ বাবে বিশেষ দিন, ৰৈ থকা কামে পূৰ্ণতা পাব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.