• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কলিযুগৰ ১০ হাজাৰ বছৰ পাছত ঘটিব এই অদ্ভুত ঘটনা, জানিলে শিঁয়ৰি উঠিব আপুনি

কলিযুগৰ ১০ হাজাৰ বছৰ পাছত ঘটিব এই অদ্ভুত ঘটনা, জানিলে শিঁয়ৰি উঠিব আপুনি

2 years ago
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

35 minutes ago
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

1 hour ago
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

3 hours ago
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

3 hours ago
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

4 hours ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

5 hours ago
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

5 hours ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

6 hours ago
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

6 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

7 hours ago
সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

7 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কলিযুগৰ ১০ হাজাৰ বছৰ পাছত ঘটিব এই অদ্ভুত ঘটনা, জানিলে শিঁয়ৰি উঠিব আপুনি

কলিযুগৰ ১০ হাজাৰ বছৰ পাছত ঘটিব এই অদ্ভুত ঘটনা, জানিলে শিঁয়ৰি উঠিব আপুনি

editor by editor
June 20, 2024
in জীৱনশৈলী, বিশ্ব, ভাৰত, লেখা
0
কলিযুগৰ ১০ হাজাৰ বছৰ পাছত ঘটিব এই অদ্ভুত ঘটনা, জানিলে শিঁয়ৰি উঠিব আপুনি
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কলিযুগ সম্পৰ্কে পুৰাণত বিস্তৰ বৰ্ণনা আছে৷ অন্যন্য যুগৰ তুলনাত কলিযুগত ব্যক্তিসকলৰ আয়ুস কমিব৷ ব্ৰহ্মবৈবৰ্ত পুৰাণ অনুসৰি কলিযুগৰ ১০ হাজাৰ বছৰ অতিক্ৰম হোৱাৰ পাছত অদ্ভুত ঘটনা ঘটিব৷ এই পুৰাণত কলিযুগ সম্পৰ্কে যি ধৰণৰ ভৱিষ্যদ্বাণী কৰা হৈছে সেয়া জানিলে চমকি উঠিব৷ ব্ৰহ্মবৈবৰ্ত পুৰাণ অনুসৰি কলিযুগৰ প্ৰায় ৫ বছৰ অতিক্ৰম কৰিছে৷ আৰু ৫ হাজাৰ বছৰ অৰ্থাৎ মুঠ ১০ হাজাৰ পাৰ হৈ গ’লে এনে কিছু ঘটনাৰ সাক্ষী হ’ব বিশ্ববাসী যি ঘটনাৰ কথা পূৰ্বেই কৈছে পুৰাণে৷ কলিযুগৰ ১০ হাজাৰ বছৰ পাছত আৰু কি কি ঘটনা ঘটিব?

কলিযুগত বিলুপ্ত হ’ব গংগা, সৰস্বতী, তুলসী

পুৰাণ অনুসৰি কলিযুগৰ দহ হাজাৰ বছৰ পাৰ হৈ যোৱাৰ পাছত প্ৰথমে গংগা, সৰস্বতী আৰু তুলসী মৰ্ত্যৰ পৰা বিলুপ্ত হৈ পৰিব৷ অৰ্থাৎ বৈকুণ্ঠগামী হ’ব৷ এই তিনি দেৱীয়ে মৰ্ত্য ত্যাগ কৰাৰ পাছত বৃন্দাবন, কাশী আৰু অন্যান্য সমস্ত তীৰ্থ ধীৰে ধীৰে পৃথিৱীৰ পৰা হেৰাই যাব৷

কলিযুগত মৰ্ত্য এৰিব জগন্নাথেও

কলিযুগৰ ১০ হাজাৰ বছৰ অতিক্ৰম কৰাৰ পাছত শালিগ্ৰাম, শ্ৰীহৰিৰ মূৰ্তি, পুৰুষোত্তম ভগৱান জগন্নাথে মৰ্ত এৰি নিজৰ ধামলৈ প্ৰস্থান কৰিব৷ ইয়াৰোপৰি প্ৰায়সংখ্যক লোকেই পূজাৰ্চনা, উপবাস কৰা বন্ধ কৰিব৷ আনকি গাঁওসমূহত পালন কৰা দেবী-দেৱতাৰ পূজাও একেবাৰে বন্ধ হৈ পৰিব৷

কলিযুগত বাঢ়িব আমিষ খাদ্য, মদ্যপান

১০ হাজাৰ বছৰ পাছত ব্যক্তিয়ে অধিক পৰিমাণে আমিষ খাদ্য গ্ৰহণ কৰিব, মদ্যপান বাঢ়িব৷ ব্যক্তি ক্ৰমশ মিথ্যবাদী হৈ পৰিব৷ স্ত্ৰী পুৰুষে এজনে আনজনক প্ৰতাৰণা কৰিব৷

কলিযুগত এজন ব্যক্তিয়ে আনজন ব্যক্তিৰ সৈতে শত্ৰুতা কৰিব

কলিযুগত নিজৰ সফলতাৰ বাবে ব্যক্তিয়ে এজনে আনজনক প্ৰতাৰণা কৰিব৷ পৰিয়ালৰ সদস্যৰ মাজতো শত্ৰুতা বাঢ়িব৷ ভায়েক-ভনীয়েকেই এজনে আনজনৰ শত্ৰু হৈ পৰিব৷ সম্পৰ্কৰ মাধুৰ্যতা শেষ হ’ব৷ ৰক্তৰ সম্পৰ্কও মিছা প্ৰমাণিত হ’ব৷ কোনোৱে কাকো সহায় নকৰিব৷

কলিযুগত কমিব অন্নৰ উৎপাদন

পুৰাণ অনুসৰি কলিযুগৰ ১০ হাজাৰ বছৰ পাৰ হোৱাৰ পাছত অন্নৰ উৎপাদন ক্ৰমশ কমি যাব৷ অশ্লীল শব্দৰ প্ৰয়োগ বাঢ়িব৷ ব্যক্তিৰ ব্যৱহাৰত তিক্ততা নাথাকিব৷

কলিযুগত কৰৰ পৰিমাণ বাঢ়িব

ব্ৰহ্মবৈবৰ্ত পুৰাণ অনুসৰি কলিযুগত ব্যক্তিৰ পৰা অতিৰিক্ত কৰ আদায় কৰা হ’ব৷ ব্যক্তিয়ে কৰৰ বোজাৰ দুশ্চিন্তাত থাকিব৷ এই যুগত মানুহ হিংস্ৰ, নিষ্ঠুৰ আৰু মনুষ্যঘাতী হৈ উঠিব৷ ব্যক্তি ক্ৰমশ নাস্তিক হ’ব৷ আয়ুস কমিব৷ কলিযুগত নানান ৰোগত আক্ৰান্ত হ’ব মানুহ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?
জীৱনশৈলী

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

April 17, 2026
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই
জীৱনশৈলী

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

April 17, 2026
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স
জীৱনশৈলী

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

April 17, 2026
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট
জীৱনশৈলী

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

April 17, 2026
Next Post
দৰকাৰ নহ’ব স্মাৰ্টফোনৰ, নতুন টেকনলজিৰ সফল প্ৰয়োগ, মোবাইলৰ বিকল্প নিউৰলিংক কি? জানি থওক সবিশেষ

দৰকাৰ নহ’ব স্মাৰ্টফোনৰ, নতুন টেকনলজিৰ সফল প্ৰয়োগ, মোবাইলৰ বিকল্প নিউৰলিংক কি? জানি থওক সবিশেষ

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসঃ সমগ্ৰ বিশ্বৰ ১৭৭খন দেশে পালন কৰিলে যোগ দিৱস 

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসঃ সমগ্ৰ বিশ্বৰ ১৭৭খন দেশে পালন কৰিলে যোগ দিৱস 

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.