• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
UNLOCK 5.0ৰ নীতি-নির্দেশনা জাৰি কেন্দ্ৰীয় চৰকাৰৰ

UNLOCK 5.0ৰ নীতি-নির্দেশনা জাৰি কেন্দ্ৰীয় চৰকাৰৰ

6 years ago
কেনে যাব আজি আপোনাৰ দিনটো?

ৰাখী বন্ধনৰ দিনটোত কাৰ কাৰ উদয় হ’ব ভাগ্য? জানক ৰাশিফল

4 minutes ago
ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

29 minutes ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

1 hour ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

Baba Vanga Predictions: বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ধ্বংস হ’ব নেকি পৃথিৱী?

1 hour ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু! পূৰ্বেই উমান পাইছিল নেকি মৃত্যুৰ কথা, গীতে সৃষ্টি কৰিছে চৰ্চা

3 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

4 hours ago
গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

5 hours ago
৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

7 hours ago
চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

7 hours ago
যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

8 hours ago
ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

8 hours ago
ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

UNLOCK 5.0ৰ নীতি-নির্দেশনা জাৰি কেন্দ্ৰীয় চৰকাৰৰ

editor by editor
October 1, 2020
in ভাৰত
0
UNLOCK 5.0ৰ নীতি-নির্দেশনা জাৰি কেন্দ্ৰীয় চৰকাৰৰ
0
SHARES
167
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আজিৰ পৰা আৰম্ভ UNLOCK 5.0। UNLOCK 5.0ক লৈ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে নিৰ্দেশনা। এই নতুন নির্দেশনাত ১৫ অক্টোবৰৰ পৰা চিনেমা হল খোলাৰ অনুমতি প্ৰদান। ৫০ শতাংশ আসনেৰে খোলা থাকিব চিনেমা হল। প্ৰশিক্ষণৰ বাবে ছুইমিং পুল খোলাৰো অনুমতি। ১৫ অক্টোবৰৰ পৰা খুলিব পাৰিব ছুইমিং পুলসমূহ। ইয়াৰোপৰি ১৫ অক্টোবৰৰ পৰা পাৰ্কসমূহ খোলাৰ ক্ষেত্ৰতো অনুমতি প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰে। সকলো সামাজিক অনুষ্ঠানত ১০০ জন লোকৰ সমাৱেশৰ অনুমতি। স্কুল, কলেজ আৰু কোচ্চিং ইনষ্টিটিউটসমূহৰ ক্ষেত্ৰতো নিৰ্দেশনা। স্কুল খোলাৰ ক্ষেত্ৰত ১৫ অক্টোবৰৰ পাছত ৰাজ্য চৰকাৰসমূহে  ল’ব পাৰিব সিদ্ধান্ত। অভিভাৱকৰ অনুমতিতহে শিক্ষাৰ্থী যাব পাৰিব বিদ্যালয়লৈ। লকডাউনক লৈ পূৰ্বৰ নীতি বাহাল থাকিব। কেন্দ্ৰীয় চৰকাৰৰ বিনা অনুমতিত দিব নোৱাৰিব স্থানীয় লকডাউন। কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ৰাজ্য চৰকাৰে নিজে সিদ্ধান্ত ল’ব নোৱাৰিব। আন্তঃজিলা বা আন্তঃৰাজ্যিক চলাচলত কোনো বাধা নাই। কেন্দ্ৰৰ নতুন নির্দেশনা অনুসিৰ সকলোৱে মাস্ক আৰু সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক। অৱশ্যে কণ্টেইনমেণ্ট জ’নত বন্ধ থাকিব এইসমূহ সেৱা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24unlock 5.0
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ
নিয়োগ

৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

August 27, 2026
চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?
অসম

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

August 27, 2026
ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী
জীৱনশৈলী

ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

August 27, 2026
ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী
ভাৰত

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

August 27, 2026
Next Post
ভয়ানক! পর্যটকক আলিংগন প্ৰকাণ্ড সিহংৰ

ভয়ানক! পর্যটকক আলিংগন প্ৰকাণ্ড সিহংৰ

পৃথিৱীসম আয়তনৰ নতুন গ্ৰহৰ সন্ধান নাছাৰ বিজ্ঞানীৰ

পৃথিৱীসম আয়তনৰ নতুন গ্ৰহৰ সন্ধান নাছাৰ বিজ্ঞানীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.