• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইতিহাস ৰচিলে আফগানিস্তানে, অষ্ট্ৰেলিয়াক ঘৰলৈ বাট দেখুৱাই প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ

ইতিহাস ৰচিলে আফগানিস্তানে, অষ্ট্ৰেলিয়াক ঘৰলৈ বাট দেখুৱাই প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ

2 years ago
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

29 minutes ago
২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

1 hour ago
ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

2 hours ago
Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

3 hours ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

11 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

12 hours ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

13 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

14 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

15 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

15 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

16 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ইতিহাস ৰচিলে আফগানিস্তানে, অষ্ট্ৰেলিয়াক ঘৰলৈ বাট দেখুৱাই প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ

editor by editor
June 25, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
ইতিহাস ৰচিলে আফগানিস্তানে, অষ্ট্ৰেলিয়াক ঘৰলৈ বাট দেখুৱাই প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ
0
SHARES
278
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইতিহাস ৰচিলে আফগানিস্তানে, অষ্ট্ৰেলিয়াক ঘৰলৈ বাট দেখুৱাই প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ

আফগানিস্তানত ৰাজপথলৈ ওলাই আহিল অগনন লোক। ফুৰ্তিতে নাচি-বাগি ফটকা ফুটাই আত্মহাৰা হৈ পৰিছে হাজাৰ হাজাৰ লোক। আফগান ক্ৰিকেট দলে ইতিহাস ৰচি প্ৰথমবাৰৰ বাবে প্ৰৱেশ কৰিলে বিশ্বকাপৰ ছেমি ফাইনেলত। অষ্ট্ৰেলিয়াক ঘৰলৈ বাট দেখুৱাই আফগান দলে কৰি দেখুৱালে চমৎকাৰ।

ছুপাৰ ৮ৰ শেষৰখন খেলত বাংলাদেশক হৰুৱাই ছেমি ফাইনেলত প্ৰৱেশ কৰিলে আফগান দলে। ৮ ৰানৰ ব্যৱধানত পৰাস্ত কৰিলে বাংলাদেশক। আফগান ক্ৰিকেট দলৰ এই বিজয়ে অষ্ট্ৰেলিয়াৰ সপোৰ ভাঙি পেলালে। আশাত চেঁচা পানী ঢালিলে ।

https://x.com/ACBofficials/status/1805473465673089087

অষ্ট্ৰেলিয়াৰ দৰে এটা শক্তিশালি দলে এতিয়া ছুপাৰ ৮ পৰ্যায়ৰ পৰাই বাহিৰ হব লগা হল আফগানিস্তানৰ দৰে এটা দলৰ বাবে। ছুপাৰ ৮ৰ অষ্ট্ৰেলিয়া-আফগানিস্তানৰ মাজৰ খেলখনতো ইতিহাস ৰচি অষ্ট্ৰেলিয়াক হৰুৱাই চমৎকাৰ ৰচিছিল।

এতিয়া ছেমি ফাইনেলৰ দুখন খেলৰ এখনত দক্ষিণ আফ্ৰিকা বনাম আফগানিস্তান হোৱাৰ বিপৰীতে আনখন ছেমিফাইনেলত ভাৰত বনাম ইংলেণ্ড। বহু ক্ৰিকেট অনুৰাগীয়ে এতিয়া আশা কৰিছে ছেমি ফাইনেলৰ পাছত ফাইনেল খেলখন হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত। অৱশ্যে ইয়াতো সকলোকে আচৰিত কৰি আফগানিস্তানেও ফাইনেলত প্ৰৱেশ কৰিব পাৰে বুলি মন্তব্য কৰিছে বহু লোকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AdganistanAsam Live 24 DigitalAsom LiveassamAssam best Web deskassam live 24AssamliveaustraliaCricket teamT 20 World Cup
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!
স্বাস্থ্য

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

March 19, 2026
ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!
জীৱনশৈলী

ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

March 19, 2026
Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক
জীৱনশৈলী

Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

March 19, 2026
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?
বিশ্ব

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

March 18, 2026
Next Post
নিশা পুৰুষ হিচাপে শুইছিল, পুৱা সাৰ পাই উঠে দেখে নিজকে মহিলা হিচাপে, মুজাহিদৰ কাহিনী শুনি চকু পানী টুকিব আপুনিও

নিশা পুৰুষ হিচাপে শুইছিল, পুৱা সাৰ পাই উঠে দেখে নিজকে মহিলা হিচাপে, মুজাহিদৰ কাহিনী শুনি চকু পানী টুকিব আপুনিও

ভাৰতীয় সেনাত শীঘ্ৰেই জড়িত হ’ব ৰবট কুকুৰ, কি কি সুবিধা আছে এনে কুকুৰৰ, কি কি কাম কৰিব

ভাৰতীয় সেনাত শীঘ্ৰেই জড়িত হ'ব ৰবট কুকুৰ, কি কি সুবিধা আছে এনে কুকুৰৰ, কি কি কাম কৰিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.