• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহানগৰীত চাঞ্চল্যকৰ ঘটনা, ভাড়াঘৰত উদ্ধাৰ CRPF জোৱানৰ নিথৰ দেহ, পত্নীৰ অবৈধ প্ৰেমৰ সন্দেহ

মহানগৰীত চাঞ্চল্যকৰ ঘটনা, ভাড়াঘৰত উদ্ধাৰ CRPF জোৱানৰ নিথৰ দেহ, পত্নীৰ অবৈধ প্ৰেমৰ সন্দেহ

2 years ago
খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

30 minutes ago
ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

54 minutes ago
উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

1 hour ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

3 hours ago
২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

3 hours ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

12 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

12 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

12 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

13 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

14 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

16 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মহানগৰীত চাঞ্চল্যকৰ ঘটনা, ভাড়াঘৰত উদ্ধাৰ CRPF জোৱানৰ নিথৰ দেহ, পত্নীৰ অবৈধ প্ৰেমৰ সন্দেহ

editor by editor
June 25, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
মহানগৰীত চাঞ্চল্যকৰ ঘটনা, ভাড়াঘৰত উদ্ধাৰ CRPF জোৱানৰ নিথৰ দেহ, পত্নীৰ অবৈধ প্ৰেমৰ সন্দেহ
0
SHARES
694
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহানগৰীত চাঞ্চল্যকৰ ঘটনা, ভাড়াঘৰত উদ্ধাৰ CRPF জোৱানৰ নিথৰ দেহ, পত্নীৰ অবৈধ প্ৰেমৰ সন্দেহ

মহানগৰীৰ কাহিলিপাৰাত সংঘটিত হৈছে এক হত্যাকাণ্ডৰ ঘটনা। অবৈধ প্ৰেমৰ বাবে স্বামীক হত্যা কৰাৰ সন্দেহ। ভাড়াঘৰৰ ভিতৰত উদ্ধাৰ CRPF জোৱানগৰাকীৰ নিথৰ দেহ।

প্ৰেমজনিত কাৰণত CRPF জোৱান দিটুমণি হালৈক হত্যাৰ সন্দেহ দিটুমণিৰ পৰিয়ালৰ। মণিপুৰৰ 175 CRPF বেটেলিয়ানত কৰ্মৰত আছিল দিটুমণি হালৈ। বিয়াৰ পিছৰে পৰা স্বামী-স্ত্ৰীৰ মাজত কাজিয়া পেচাল আদি লাগি আহিছিল।

মৃত্যু হোৱা দিটুমণিৰ প্ৰকৃত ঘৰ টিহুত। আনহাতে পত্নী হীৰামণি হালৈৰ ঘৰ সৰ্থেবাৰীত। বিবাহৰ পাছত গুৱাহাটীৰ কাহিলিপাৰাৰ আদৰ্শপুৰ পথৰ এটা ভাড়াঘৰত বা কৰি সংসাৰ কৰিছিল দিটুমণি আৰু হীৰামণিয়ে। সেই ভাড়াঘৰতে সংগঠিত হৈছে এই ঘটনা।

পৰিয়ালৰ সন্দেহ এয়া দেখদেখকৈ হত্যাকাণ্ড। পত্নীয়েই প্ৰেমিকৰ সৈতে মিলি হত্যা কৰিছে দিটুমণিক। দুয়োৰে সংসাৰত আছিল দুটা সন্তানো।

ঘটনাৰ খবৰ লাভৰ পাছতে ঘটনাস্থলীত উপস্থিত আৰক্ষী। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। লগতে ঘটনা সন্দৰ্ভতো তদন্ত আৰম্ভ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Asam Live 24 DigitalAsom LiveassamAssam best Web deskassam live 24Assam Murder CaseAssamliveguwahati police
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!
অসম

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

July 22, 2026
মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম
জীৱনশৈলী

মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম

July 20, 2026
ৰাজ্যত বতৰে লৈছে কালৰূপ, কৰোবাত যদি জয়প্ৰলয় কৰোবাত ছিগিলে মথাউৰি
অসম

ৰাজ্যত বতৰে লৈছে কালৰূপ, কৰোবাত যদি জয়প্ৰলয় কৰোবাত ছিগিলে মথাউৰি

July 20, 2026
বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা
বিনোদন

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

July 17, 2026
Next Post
নিৰ্দয় পিতৃ, জন্ম হোৱাৰ পাছতে দুই যমজ কন্যা সন্তানক লৈ গৈ কৰিলে এনে কাম, আৰক্ষীয়ে ৭টা দল গঠন কৰি সন্ধানত নামি পৰিছে

নিৰ্দয় পিতৃ, জন্ম হোৱাৰ পাছতে দুই যমজ কন্যা সন্তানক লৈ গৈ কৰিলে এনে কাম, আৰক্ষীয়ে ৭টা দল গঠন কৰি সন্ধানত নামি পৰিছে

২২ গজত আফগানৰ জয়…যুঁজ তেওঁলোকৰ মজ্জাগত, ছেমিফাইনেলত কাবুলিৱালাৰ দেশ

২২ গজত আফগানৰ জয়...যুঁজ তেওঁলোকৰ মজ্জাগত, ছেমিফাইনেলত কাবুলিৱালাৰ দেশ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.