• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিজ্ঞানো য’ত থমকি ৰয়… কৈলাশ পৰ্বতৰ এই ৬ ৰহস্য জানেনে?

বিজ্ঞানো য’ত থমকি ৰয়… কৈলাশ পৰ্বতৰ এই ৬ ৰহস্য জানেনে?

2 years ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

5 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

5 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

6 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

7 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

8 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

9 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

9 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

9 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

10 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

11 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

11 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিজ্ঞানো য’ত থমকি ৰয়… কৈলাশ পৰ্বতৰ এই ৬ ৰহস্য জানেনে?

বিজ্ঞানো য’ত থমকি ৰয়... কৈলাশ পৰ্বতৰ এই ৬ ৰহস্য জানেনে?

editor by editor
June 26, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
বিজ্ঞানো য’ত থমকি ৰয়… কৈলাশ পৰ্বতৰ এই ৬ ৰহস্য জানেনে?
0
SHARES
346
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দুধৰ্মত  কৈলাশ পৰ্বতক ঈশ্বৰৰ বাসভূমি বুলি কোৱা হয়। কৈলাশৰ পৰাই আছে স্বৰ্গ আৰোহণৰ পথ বুলিও লোকবিশ্বাস যুগে যুগে চলি আহিছে। ৰহস্যময় কৈলাশলৈ সেয়ে যুগে যুগে বহু মানুহ আহে। ৰহস্যময় দুৰ্গম পথ পাৰ হৈ আহে বহু পৰ্যটক। উদ্দেশ্যে এটাই এই পৰ্বতৰ বুকুত লুকাই থকা ৰহস্য নিৰীক্ষণ কৰা। কিন্তু এতিয়াও কৈলাশ পৰ্বতৰ বহু তথ্য গোপনেই আছে। তিব্বত মালভূমিৰ পৰা ২২,০০০ ফুট ওপৰত অৱস্থিত এই কৈলাশ পৰ্বত। হিন্দু ধৰ্মাৱলম্বীৰ ওপৰিও বৌদ্ধসকলৰ বাবেও এই মন্দিৰ অত্যন্ত পবিত্ৰ। কিন্তু আজিও কৈলাশৰ সকলো স্থানত পৰ্যটক বা কোনো ঋষি মুনিয়ে প্ৰৱেশ কৰিব নোৱাৰে। কৈলাশৰ বেছিভাগ এলেকাত এতিয়াও মানুহ যোৱা সম্ভৱপৰ নহয়।

কৈলাশ পৰ্বতৰ বৈশিষ্ট্য

কৈলাশ পৰ্বতৰ আকাৰ বহু পৰিমানে পিৰামিডৰ দৰে। এই পাহাৰত আছে বহু প্ৰাচীন গুহা বা গুফা। এই গুহাসমূহত এতিয়াও বহু বৌদ্ধ আৰু হিন্দু সন্যাসীয়ে তপস্যা কৰি থকা দেখা যায়। এই সন্নাসীসকলে লোকচক্ষুৰ পৰা আঁতৰি বছৰ বছৰ ধৰি এই গুহাসমূহত তপস্যা কৰি আছে। প্ৰতি বছৰে হাজাৰ হাজাৰ তীৰ্থযাত্ৰী কৈলাশ আৰু মানস সৰোবহ চাবৰ বাবেই আহে। কিন্তু দুৰ্গম প্ৰাকৃতিক পৰিবেশৰ কাৰণে বহুতে এই যাত্ৰা সম্পূৰ্ণ কৰিবও নোৱাৰে। কৈলাশ পৰ্বতৰ শৃংগ এতিয়াও অৱশ্যে কোনো লোকে আহৰণ কৰিব পৰা নাই। এক নিৰ্দিষ্ট পয়েণ্টৰ ওপৰত আৰু কোনো লোককে যাবলৈ দিয়া নহয়।

কৈলাশ পর্বতৰ ৰহস্য

হিন্দুসকলৰ মতে কৈলাশ পৰ্বত মাউণ্ট মেৰুৰ এটা অংশ। ইয়াৰ পূৰ্বে কৈলাশ পৰ্বতৰ শীৰ্ষলৈ যাত্ৰা কৰিবলৈ পৰ্বতাৰোহীসকলে চেষ্টা কৰিলেও এতিয়ালৈকে কোনোৱে এয়া সম্ভৱ কৰিব পৰা নাই। হিন্দুধৰ্ম অনুসৰি কৈলাশ পৰ্বত যিহেতু মহাদেৱৰ বাসস্থান সেয়ে ইয়াৰ শৃংগ আৰোহন কৰাটো বৈধ নহয়। কৈলাশ পৰ্বতলৈ পদব্ৰজে যোৱাৰ অনুমতি অৱশ্যে আছে। তিব্বতি লোককথা অনুসৰি মিলাৰেপা নামৰ এজন বৌদ্ধ সন্ন্যাসীয়ে এবাৰ কৈলাশ পৰ্বতৰ শীৰ্ষৰ কাষ পাইছিলগৈ। তাৰপৰা তেওঁ ওভতি আহি সকলোকে সাৱধানবাণী দিয়ে যে ঈশ্বৰৰ বাসস্থানৰ কাষলৈ নোযোৱাটোৱেই মংগল।

মানস সৰোবৰ আৰু ৰাক্ষস তাল

কৈলাশ পৰ্বতৰ তলতেই আছে মানস সৰোবৰ আৰু লগতে আছে অপৰূপ সুন্দৰ হ্ৰদ ৰাক্ষস তাল। ১৪,৯৫০ ফুট ওপৰত অৱস্থিত মানস সৰোবৰ হৈছে বিশ্বৰ উচ্চতম মিঠা পানীৰ হ্ৰদ। উল্লেখ্য যে মানস সৰোবৰৰ পানী সকলো সময়তে শান্ত কিন্তু ৰাক্ষসতালৰ পানী সকলো সময়তে অশান্ত।শিৱক প্ৰসন্ন কৰিবৰ বাবে ৰাক্ষসৰাজ ৰাৱণে যি প্ৰখৰ তপস্যা কৰিছিল তাৰ পৰাই ৰাক্ষসতালৰ উত্‍পত্তি বুলি কোৱা হয়। সেয়ে এই হ্ৰদৰ পানী অশান্ত। ৰাক্ষসতালৰ পানীত কোনোধৰণৰ জলজ উদ্ভিদ বা প্ৰাণী দেখা নাযায়।

পৃথিবীৰ কেন্দ্র

কৈলাশ পৰ্বতক পৃথিৱীৰ কেন্দ্ৰ বুলি কোৱা হয়। কৈলাশ পৰ্বত কছমিক অক্সিছ বা ৱাৰ্ল্ড পিলাৰ নামেৰেও পৰিচিত। কৈলাশ পৰ্বতেৰেই স্বৰ্গৰ পথ আছে বুলিও বহুতে দাবী কৰে। বহুতৰে মতে কৈলাশ পৰ্বতৰ পৰা ওভতি আহিলে হঠাত্‍ চুলি আৰু নখ অত্যাধিক দীঘলো হয়। কথিত অনুসৰি এবাৰ এজন ছাইবেৰিয়াল পৰ্বতাৰোহীয়ে কৈলাশ পৰ্বতৰ নিষিদ্ধ এলেকাত প্ৰৱেশ কৰিছিল। সেই স্থানত প্ৰৱেশ কৰাৰ পাছতেই তেওঁৰ বয়স কেইবা দশক বাঢ়ি যায় আৰু এই ঘটনাৰ এবছৰৰ পাছতেই বাৰ্ধক্যজনিত কাৰণত পৰ্বতাৰোহীজনৰ মৃত্যু হয়।

ডম্বৰুৰ শব্দ বাজি থাকে কৈলাশত

কৈলাশ পৰ্বত আৰু মানস সৰোবৰত সকলো সময়তে ডম্বৰু বজাৰ শব্দ শুনা যায়৷ ইয়াৰ সৈতে ওম ধ্বনি শুনিবলৈ যোৱা যায়৷ ইয়াত এই শব্দ নিৰন্তৰে শুনা যায়৷ কিন্তু কৰ পৰা এই শব্দ আহে সেই বিষয়ে আজিও কোনো তথ্য আৱিস্কাৰ কৰিব পৰা নাই বিজ্ঞানীয়ে৷ বহুতৰে দাবী যে বৰফ গলি পৰাৰ শব্দই ডম্বৰুৰ শব্দ যেন লাগে৷

কৈলাশ পৰ্বতৰ ৭টা পোহৰ

কৈলাশ পৰ্বতত সাত ৰঙৰ পোহৰ দেখা যায়৷ নিশাৰ ভাগত এই পৰ্বতত ৭ ৰঙৰ পোহৰ দেখা যায়৷ এই পোহৰৰ ৰহস্য আজিও ভেদ কৰিব পৰা নাই বিজ্ঞানীয়ে৷ চৌম্বকীয় শক্তিৰ পৰাই এই পোহৰ নিৰ্গত হয় বুলি বহুতৰে ধাৰণা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?
বাণিজ্য

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

April 3, 2026
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!
বাণিজ্য

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

April 3, 2026
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
Next Post
ভালে ভালে ঘূৰি আহক, প্ৰাৰ্থনা পৃথিৱীবাসীৰ, মহাকাশত বন্দী সুনীতা উইলিয়ামছ! আকৌ কল্পনাৰ দৰেই ঘটনা ঘটিব নেকি সুনীতাৰ সৈতেও? 

ভালে ভালে ঘূৰি আহক, প্ৰাৰ্থনা পৃথিৱীবাসীৰ, মহাকাশত বন্দী সুনীতা উইলিয়ামছ! আকৌ কল্পনাৰ দৰেই ঘটনা ঘটিব নেকি সুনীতাৰ সৈতেও? 

ছেলফী অভ্যাস হৈ গৈছে নেকি? ভুলতো এইকেইটা স্থানত ছেলফী নল’ব, ল’লেই আপোনাৰ ঠিকনা হ’ব কাৰাগাৰ

ছেলফী অভ্যাস হৈ গৈছে নেকি? ভুলতো এইকেইটা স্থানত ছেলফী নল’ব, ল’লেই আপোনাৰ ঠিকনা হ’ব কাৰাগাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.