• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভালে ভালে ঘূৰি আহক, প্ৰাৰ্থনা পৃথিৱীবাসীৰ, মহাকাশত বন্দী সুনীতা উইলিয়ামছ! আকৌ কল্পনাৰ দৰেই ঘটনা ঘটিব নেকি সুনীতাৰ সৈতেও? 

ভালে ভালে ঘূৰি আহক, প্ৰাৰ্থনা পৃথিৱীবাসীৰ, মহাকাশত বন্দী সুনীতা উইলিয়ামছ! আকৌ কল্পনাৰ দৰেই ঘটনা ঘটিব নেকি সুনীতাৰ সৈতেও? 

2 years ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

27 minutes ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

1 hour ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

2 hours ago
Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

2 hours ago
Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

19 hours ago
Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

20 hours ago
Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

21 hours ago
কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

22 hours ago
মে’ মাহৰ এই দিনকেইটাত বন্ধ বেংক, কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম-কাজ?

মে’ মাহৰ এই দিনকেইটাত বন্ধ বেংক, কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম-কাজ?

22 hours ago
শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!

শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!

23 hours ago
ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

24 hours ago
প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভালে ভালে ঘূৰি আহক, প্ৰাৰ্থনা পৃথিৱীবাসীৰ, মহাকাশত বন্দী সুনীতা উইলিয়ামছ! আকৌ কল্পনাৰ দৰেই ঘটনা ঘটিব নেকি সুনীতাৰ সৈতেও? 

ভালে ভালে ঘূৰি আহক, প্ৰাৰ্থনা পৃথিৱীবাসীৰ, মহাকাশত বন্দী সুনীতা উইলিয়ামছ! আকৌ কল্পনাৰ দৰেই ঘটনা ঘটিব নেকি সুনীতাৰ সৈতেও? 

editor by editor
June 26, 2024
in জীৱনশৈলী, প্ৰযুক্তি, বিজ্ঞান, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
ভালে ভালে ঘূৰি আহক, প্ৰাৰ্থনা পৃথিৱীবাসীৰ, মহাকাশত বন্দী সুনীতা উইলিয়ামছ! আকৌ কল্পনাৰ দৰেই ঘটনা ঘটিব নেকি সুনীতাৰ সৈতেও? 
0
SHARES
489
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহাকাশত বন্দী সুনীতা উইলিয়ামছ৷ তেওঁ আৰু তেওঁৰ সহযাত্ৰী বেৰি উইলমোয়ে এতিয়া পৃথিৱীলৈ উভতি অহাত বাধা আহিছে৷ এই কথা আমি কোৱা নাই৷ এই কথা কৈছে নাছাই৷ প্ৰথমে নাছাই প্ৰকাশ কৰা তথ্যমতে তেওঁলোক আজি অৰ্থাৎ ২৬ জুনত পৃথিৱীলৈ উভতি অহাৰ কথা৷ কিন্তু এতিয়া জনা গৈছে যে এয়া আৰু সম্ভৱ নহয়৷ ত্ৰুটি ধৰা পৰিছে সুনীতা উইলিয়ামছৰ দলটোক কঢ়িয়াই নিয়া মহাকাশযানত৷ ইফালে উভতি আহিবলৈকো লাহে লাহে কমি আহিছে ইন্ধন৷ আৰু মাত্ৰ ২৭ দিন ইন্ধন বাকী আছে বুলি জনাইছে নাছাই৷ যাৰ বাবে এতিয়া ভয়ো খাইছে একাংশই৷ যদি ২৭ দিনৰ ভিতৰত যান্ত্ৰিক বিজুতি দূৰ কৰি ভালে ভালে উভতাই আনিব নোৱাৰি তেন্তে কল্পনা চাওলাৰ দৰেই হ’ব নেকি সুনীতা উইলিয়ামছৰো সেই বিষয়টো চৰ্চাৰ আওতালৈ আহিছে৷

বিগত ৭ জুনত আন্তৰ্জাতিক মহাকাশ ষ্টেচনত ভৰি দিছিল সুনীতাই৷ উৎক্ষেপণৰ পাছতেই একাধিক যান্ত্ৰিক ত্ৰুটি ধৰা পৰিছে মহাকাশযানখনত৷ দিন ৰাতি একাকাৰ কৰি এতিয়া সেই ত্ৰুটি মেৰামতিৰ কামত লাগিছে নভশ্চৰসকল৷ কিন্তু যাৱতীয় সমস্যা দূৰ কৰি গন্তব্য স্থানত উপস্থিত হৈছে তেওঁলোকক কঢ়িয়াই নিয়া মহাকাশযানখন৷ মহাকাশ কেন্দ্ৰত উপস্থিত হোৱাৰ পাছতেই আকৌ বোয়িং ষ্টাৰলাইনাৰক লৈ চলিছে একাংশ পৰীক্ষা৷ আনকি সেই মহাকাশযানখনত যে ত্ৰুটি আছে সেই কথা জানিও কিয় মহাকাশলৈ সুনীতাক সেই যানতেই পঠিয়াই দিয়া হ’ল সেই বিষয়টো লৈয়ো প্ৰশ্ন কৰিছে একাংশই৷ মহাকাশ সংস্থা নাছাৰ বিৰুদ্ধেও উত্থাপিত হৈছে অভিযোগ৷

এই পৰিস্থিতিক লৈ নাছাই কৈছে, সুনীতা আৰু বেৰি উভতি আহিবৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাত লাগিছে নাছা কিন্তু কেইটামান দিন সময় লাগিব বুলিও জনাইছে নাছাই৷  ইয়াৰ পূৰ্বেও ২০০৬ আৰু ২০১২ চনত মহাকাশ অভিযানত অংশ লৈছিল সুনীতাই৷ সকলো মিলি মুঠ ৩২২ দিন মহাকাশত থকাৰ অভিজ্ঞতা আছে তেওঁৰ৷ তেওঁ কেৱল ভাৰতীয় বংশোদ্ভূত নহয়, ভাৰতীয় সংস্কৃতিৰ সৈতেও তেওঁৰ যোগসূত্ৰ আছে৷ সুনীতা যেন নিৰাপদে পৃথিৱীলৈ উভতি আহিবৱ পাৰে তাৰ বাবে প্ৰাৰ্থনা কৰিছে প্ৰায়সংখ্যক লোকেই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?
অসম

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

April 30, 2026
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?
নিয়োগ

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

April 30, 2026
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক
জীৱনশৈলী

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

April 30, 2026
Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!
জীৱনশৈলী

Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

April 30, 2026
Next Post
ছেলফী অভ্যাস হৈ গৈছে নেকি? ভুলতো এইকেইটা স্থানত ছেলফী নল’ব, ল’লেই আপোনাৰ ঠিকনা হ’ব কাৰাগাৰ

ছেলফী অভ্যাস হৈ গৈছে নেকি? ভুলতো এইকেইটা স্থানত ছেলফী নল’ব, ল’লেই আপোনাৰ ঠিকনা হ’ব কাৰাগাৰ

ৰবি যোগত কাইলৈ অৰ্থলাভ কৰিব ৫ ৰাশিৰ জাতকে, শ্ৰীহৰিৰ কৃপাত কাইলৈ লাভেই লাভ আপোনাৰ

ৰবি যোগত কাইলৈ অৰ্থলাভ কৰিব ৫ ৰাশিৰ জাতকে, শ্ৰীহৰিৰ কৃপাত কাইলৈ লাভেই লাভ আপোনাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.