• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশত বৃদ্ধি পাবলৈ ধৰিছে মগজু খোৱা এমিবাৰ সংক্ৰমণ, ২২ লৈ বৃদ্ধি নিহতৰ সংখ্যা

দেশত বৃদ্ধি পাবলৈ ধৰিছে মগজু খোৱা এমিবাৰ সংক্ৰমণ, ২২ লৈ বৃদ্ধি নিহতৰ সংখ্যা

2 years ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, জানক কোন কোন ৰাশি আছে তালিকাত

30 minutes ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি ভাগ্যই দেখুৱাব ৰং! কেনে যাব ১২ ৰাশিৰ দিনটো?

49 minutes ago
সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

12 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

12 hours ago
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

13 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

13 hours ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

14 hours ago
বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

15 hours ago
Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

16 hours ago
SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

17 hours ago
জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

17 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

দেশত বৃদ্ধি পাবলৈ ধৰিছে মগজু খোৱা এমিবাৰ সংক্ৰমণ, ২২ লৈ বৃদ্ধি নিহতৰ সংখ্যা

editor by editor
July 6, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
দেশত বৃদ্ধি পাবলৈ ধৰিছে মগজু খোৱা এমিবাৰ সংক্ৰমণ, ২২ লৈ বৃদ্ধি নিহতৰ সংখ্যা
0
SHARES
447
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশত বৃদ্ধি পাবলৈ ধৰিছে মগজু খোৱা এমিবাৰ সংক্ৰমণ, ২২ লৈ বৃদ্ধি নিহতৰ সংখ্যা

দেশত দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে এমিবাৰ সংক্ৰমণ। মগজু খোৱা এই ৰোগবিধক লৈ এতিয়া চিন্তাত চিকিৎসা বিজ্ঞানি। বৰ্তমানলৈ ৰোগবিধৰ নাই কোনো ঔষধ তথা প্ৰতিকাৰ। বৰ্তমানেও সংক্ৰমণ বহু কেইগৰাকী। এতিয়ালৈকে প্ৰাণ হেৰুৱালে ২২ গৰাকী লোকে।

সদ্যহতে কেৰালাৰ কোঝিকোডত এই মগজু খোৱা এমিবাই ১৪ বছৰীয়া এটি কিশোৰৰ প্ৰাণ কাঢ়ি নিয়ে। কিশোৰটি এটা সৰু পুখুৰীত গা ধুবলৈ গৈছিল তাৰ পিছতে এমিবা ৰোগত সংক্ৰমিত হয়। এই ৰোগক Amiebic meningoencephalitis (PAM) বুলি জনা যায়, যিটো Naegleria fowleri নামৰ এবিধ এমিবাৰ দ্বাৰা হয়।

এই এমিবা মানৱ শৰীৰত পানীৰ জৰিয়তে প্ৰৱেশ কৰে। যেতিয়া পানীৰ যোগেদি শৰীৰত উপস্থিত হয় তেতিয়া মাত্ৰ চাৰি দিনৰ ভিতৰতে ই মানুহৰ স্নায়ুতন্ত্ৰ অৰ্থাৎ মগজুত আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে।

১৪ দিনৰ ভিতৰত ই মগজুত ফুলি উঠে যাৰ ফলত ৰোগীৰ মৃত্যু হয়। এইবাৰ কেৰালাত এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা এইটো তৃতীয়টো ঘটনা। কিন্তু ইয়াৰ পূৰ্বেও দেশৰ বিভিন্ন চিকিৎসালয়ত এমিবিক মেনিনজো এনচেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে।

কেন্দ্ৰীয় চৰকাৰৰ সংহত ৰোগ চোৱাচিতা কাৰ্যসূচী (আইডিএছপি) অনুসৰি কেৰালাৰ পৰা হাৰিয়ানা আৰু চণ্ডীগড়লৈকে এতিয়ালৈকে ২২ জন লোকৰ মৃত্যু হৈছে, ইয়াৰে ২০২১ চনৰ পিছত ৬ জন লোকৰ মৃত্যু হৈছে। ২০১৬ চনত কেৰালাত প্ৰথমটো ৰোগী পোহৰলৈ আহিছিল। তেতিয়াৰ পৰা ইয়াত আঠজন ৰোগী পোৱা গৈছে আৰু আটাইকেইজনৰ মৃত্যু হৈছে।

নতুন দিল্লীস্থিত ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (আইচিএমআৰ)ৰ তথ্য অনুসৰি ২০১৯ বৰ্ষলৈকে দেশত এই ৰোগৰ ১৭জন ৰোগী ধৰা পৰিছিল। ২০১৯ চনৰ ২৬ মে’ত হাৰিয়ানাৰ এটি আঠ মহীয়া শিশু এই ৰোগত আক্ৰান্ত ধৰা পৰিছিল।

এতিয়ালৈকে এই ৰোগ প্ৰতিৰোধৰ বাবে কোনো ঔষধ বা ভেকচিন উপলব্ধ নহয়। ইয়াৰ পিছতো ভাৰতত এতিয়ালৈকে ৭ জন ৰোগীক মৃত্যুৰ পৰা ৰক্ষা কৰা হৈছে। ইয়াৰ বাবে বিভিন্ন ধৰণৰ এন্টিবায়টিক দি চিকিৎসা কৰা হয়, যাৰ বাবে সময়মতে ৰোগ ধৰা পেলোৱাটো অতি প্ৰয়োজনীয়।

মূৰৰ বিষ, জ্বৰ, বমি আদি ইয়াৰ প্ৰাৰম্ভিক লক্ষণ, তাৰ পিছত ডিঙিৰ জঠৰতা, বিভ্ৰান্তি দৃষ্টি, ভ্ৰম বকা আৰু শেষত ক’মা। এনে লক্ষণ দেখা দিয়াৰ ১৪ৰ পৰা ১৮ দিনৰ ভিতৰত ৰোগীৰ মৃত্যু হ’ব পাৰে।

এই ৰোগ মাটিত খেলা-ধুলা কৰিলে মাটিৰ জৰিয়তে, নদী বা পুখুৰীত গা ধুলে নাক আৰু মুখৰ মাজেৰে মানুহৰ শৰীৰত প্ৰৱেশ কৰে। ই স্নায়ুৰ জৰিয়তে মগজুলৈ যায়, যাৰ ফলত মগজুৰ কলাবোৰ ফুলি উঠে আৰু তাৰ পিছত এই কলাবোৰ ধ্বংস হ’বলৈ আৰম্ভ কৰে। অৱশ্যে এই ৰোগ কৰ’ণাৰ দৰে এজনৰ পৰা আন এজনলৈ বিয়পি নাযায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AmiebicAmiebic meningoencephalitisAmoebainfectionVirus
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, জানক কোন কোন ৰাশি আছে তালিকাত

October 22, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

আজি ভাগ্যই দেখুৱাব ৰং! কেনে যাব ১২ ৰাশিৰ দিনটো?

October 22, 2026
সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!
জীৱনশৈলী

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

October 21, 2026
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

October 21, 2026
Next Post
ঘৰত ভুলতো নাৰাখিব এইকেইবিধ বিশেষ মূৰ্তি, অন্যথা ভালৰ সলনি বেয়া প্ৰভাৱ পৰিব জীৱনত

ঘৰত ভুলতো নাৰাখিব এইকেইবিধ বিশেষ মূৰ্তি, অন্যথা ভালৰ সলনি বেয়া প্ৰভাৱ পৰিব জীৱনত

ৰাহুলৰ মন্তব্যত তোলপাৰ সদন! এজন শ্বহীদ অগ্নিবীৰৰ পৰিয়ালক কিমান আৰ্থিক সাহায্য দিয়ে কেন্দ্ৰই?

ৰাহুলৰ মন্তব্যত তোলপাৰ সদন! এজন শ্বহীদ অগ্নিবীৰৰ পৰিয়ালক কিমান আৰ্থিক সাহায্য দিয়ে কেন্দ্ৰই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.