• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাকঘৰৰ এবিধ ৰঙা পাচলিৰ সমুখত ফেইল বহু নামি দামী প্ৰসাধন সামগ্ৰী

পাকঘৰৰ এবিধ ৰঙা পাচলিৰ সমুখত ফেইল বহু নামি দামী প্ৰসাধন সামগ্ৰী

2 years ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

3 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

3 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

3 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

4 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

4 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

5 hours ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

5 hours ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

5 hours ago
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

6 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

6 hours ago
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

7 hours ago
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পাকঘৰৰ এবিধ ৰঙা পাচলিৰ সমুখত ফেইল বহু নামি দামী প্ৰসাধন সামগ্ৰী

editor by editor
July 9, 2024
in জীৱনশৈলী, ফেশ্বন, বিনোদন, বিবিধ
0
পাকঘৰৰ এবিধ ৰঙা পাচলিৰ সমুখত ফেইল বহু নামি দামী প্ৰসাধন সামগ্ৰী
0
SHARES
203
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাকঘৰৰ এবিধ ৰঙা পাচলিৰ সমুখত ফেইল বহু নামি দামী প্ৰসাধন সামগ্ৰী

আজিৰ দিনত বুলি নহয়, অতীজৰে পৰা নাৰী সকলে নিজকে সুন্দৰ কৰি ৰাখিবলৈ বহু প্ৰসাধন সামগ্ৰীৰ ব্যৱহাৰ কৰে। পূৰ্বৰ দিনত মহিলাসকলে ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰি নিজকে সুন্দৰ কৰি ৰাখিছিল। আজিৰ দিনত চেহেৰা সুন্দৰ কৰিবলৈ বহু দামী সামগ্ৰী ব্যৱহাৰ কৰে, কিন্তু বহু চেষ্টা কৰিও কিছুমান মানুহে মুখত কোনো প্ৰভাৱ দেখা নাপায়।

পাছে এবিধ এন পাচলি আছে, যি সহজেই পাকঘৰত পোৱা যায়। যাৰ ব্যৱহাৰ নামি দামী প্ৰসাধন সামগ্ৰীতকৈয়ো ভাল। যাৰ ব্যৱহাৰ কৰি ছালৰ উজ্জলতা, কোমলতা আৰু সুন্দৰ কৰি তুলিব পাৰে। সেই পাচলি হৈছে বিলাহী।

বিলাহী খাবলৈ সুস্বাদু হোৱাৰ উপৰিও স্বাস্থ্যৰ বাবেও উপকাৰী বুলি গণ্য কৰা হয়। কেৱল এয়াই নহয়, যদি বিলাহী ছালৰ বাবে ব্যৱহাৰ কৰা হয়, তেন্তে ই অতিকে উপকাৰী। ভিটামিন চি, লাইকোপিন আৰু এন্টিঅক্সিডেন্টৰ দৰে পুষ্টিকৰ উপাদান পোৱা যায় বিলাহীত, যিয়ে ছালত বহু উপকাৰ প্ৰদান কৰে।

বিলাহী আৰু মৌৰ ফেচ পেক-
মুখত বিলাহী ব্যৱহাৰ কৰিবলৈ ইয়াৰ পেষ্ট বনাই তাত মৌ মিহলাই মুখত লগাব পাৰে। ইয়াৰ দ্বাৰা শালমনৰ সমস্যা দূৰ হ’ব, কাৰণ মৌত বহুতো গুণ থাকে, যিয়ে শালমন আৰু ব্ৰণ আঁতৰোৱাত সহায় কৰে।

বিলাহী আৰু দৈৰ ফেচ পেক-
বিলাহী আৰু দৈৰ ফেচ পেক এটাও বনাব পাৰে। এইটো বনাবলৈ এটা বাটিত বিলাহীৰ ৰস উলিয়াই, তাৰ পিছত তাত এচামুচ দৈ দিব। এই মিশ্ৰণটো ১৫ৰ পৰা ২০ মিনিট মুখত লগাব, তাৰ পিছত ঠাণ্ডা পানীৰে মুখখন ধুব। ইয়াৰ ফলত মুকলি ছিদ্ৰৰ সমস্যা নাইকিয়া হ’ব।

বিলাহী আৰু বিচন স্ক্ৰাব
বিলাহী আৰু বেচনৰ স্ক্ৰাব এটাও প্ৰস্তুত কৰিব পাৰে। এইটো বনাবলৈ এক চামুচ বিলাহীৰ ৰস আৰু এক চামুচ বেচন মিহলাই দুয়োটা ভালদৰে মিহলাই হাতেৰে ৫ৰ পৰা ১০ মিনিট মান মুখখন মালিচ কৰিব লাগে, তাৰ পিছত ঠাণ্ডা পানীৰে মুখখন ধুব লাগে। ইয়াৰ ফলত ছালৰ মৃত কোষবোৰ আঁতৰোৱাত সহায় কৰে।

বিলাহী ৰস
এতিয়া বিলাহীৰ ৰস টোনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। বিলাহীৰ ৰস এটা স্প্ৰে বটলত ভৰাই তাৰ পিছত মুখত স্প্ৰে কৰি ১৫ৰ পৰা ২০ মিনিট ৰাখিব লাগে। ইয়াৰ পিছত ঠাণ্ডা পানীৰে মুখখন ধুব। ইয়াৰ ফলত আপোনাৰ মুখখন জিলিকি উঠিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Beauty Hacks skin Carebeauty tipsSkin TipsTomato
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল
জীৱনশৈলী

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

April 6, 2026
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ
জীৱনশৈলী

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

April 6, 2026
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?
জীৱনশৈলী

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

April 6, 2026
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা
জীৱনশৈলী

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

April 6, 2026
Next Post
বিৰাট কোহলীৰ ৰেষ্টুৰেণ্টৰ বিৰুদ্ধে FIR, পূৰ্বেও দাখিল হৈছিল অভিযোগ

বিৰাট কোহলীৰ ৰেষ্টুৰেণ্টৰ বিৰুদ্ধে FIR, পূৰ্বেও দাখিল হৈছিল অভিযোগ

হোৱাটছ এপ ব্যৱহাৰকাৰী সাৱধান হওক, হোৱাটছ এপো হ’ব পাৰে হেক, কৰক এই কাম

হোৱাটছ এপ ব্যৱহাৰকাৰী সাৱধান হওক, হোৱাটছ এপো হ'ব পাৰে হেক, কৰক এই কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.