• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫লাখ ফেঁচাক আমেৰিকাই দিব মৃ/ত্যু/দ/ণ্ড, কেনিয়াই শেষ কৰিব ১০লাখ ভাৰতীয় কাউৰী, দুই দেশৰ হৈছে কি?

৫লাখ ফেঁচাক আমেৰিকাই দিব মৃ/ত্যু/দ/ণ্ড, কেনিয়াই শেষ কৰিব ১০লাখ ভাৰতীয় কাউৰী, দুই দেশৰ হৈছে কি?

2 years ago
ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

14 minutes ago
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

2 hours ago
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

2 hours ago
বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

3 hours ago
গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

3 hours ago
‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

4 hours ago
সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

4 hours ago
মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

5 hours ago
জনপ্ৰিয় অভিনেতাৰ মৃত্যু! মনোৰঞ্জন জগতত পৰিছে শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ মৃত্যু! মনোৰঞ্জন জগতত পৰিছে শোকৰ ছাঁ

5 hours ago
কৰ্কট ৰাশিকে ধৰি এইকেইটা ৰাশিৰ লোকসকল সাৱধান, এটা ভুলে বৃদ্ধি কৰিব চিন্তা!

কৰ্কট ৰাশিকে ধৰি এইকেইটা ৰাশিৰ লোকসকল সাৱধান, এটা ভুলে বৃদ্ধি কৰিব চিন্তা!

5 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

6 hours ago
Oily Skin ত ভুলতো নলগাব এইবোৰ বস্তু, হ’ব পাৰে সমস্যা!

Oily Skin ত ভুলতো নলগাব এইবোৰ বস্তু, হ’ব পাৰে সমস্যা!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৫লাখ ফেঁচাক আমেৰিকাই দিব মৃ/ত্যু/দ/ণ্ড, কেনিয়াই শেষ কৰিব ১০লাখ ভাৰতীয় কাউৰী, দুই দেশৰ হৈছে কি?

৫লাখ ফেঁচাক আমেৰিকাই দিব মৃ/ত্যু/দ/ণ্ড, কেনিয়াৰ ১০ লাখ ভাৰতীয় কাউৰী শেষ কৰাৰ সিদ্ধান্তৰ পাছতেই আগুৱাইছে আমেৰিকা

editor by editor
July 11, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
৫লাখ ফেঁচাক আমেৰিকাই দিব মৃ/ত্যু/দ/ণ্ড, কেনিয়াই শেষ কৰিব ১০লাখ ভাৰতীয় কাউৰী, দুই দেশৰ হৈছে কি?
0
SHARES
711
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বনৰ পশু-পক্ষী সংৰক্ষণৰ বাবে বিশ্বৰ প্ৰায় প্ৰতিখন দেশৰেই কোনোবা নহয় কোনোবাই পৰিকল্পনা কৰিয়েই থাকে৷ বিশ্বৰ বিভিন্ন স্থানত তৈয়াৰ কৰা হয় ৰাষ্ট্ৰীয় উদ্যান, সংৰক্ষিত এলেকাৰ৷ বিশেষকৈ লুপ্তপ্ৰায় প্ৰাণী বচাই ৰখাটোৱেই সংৰক্ষণৰ প্ৰধান উদ্দেশ্য৷ নিয়মমতে বন্ধ বন্যপ্ৰাণী চিকাৰো৷ পৰিবেশতন্ত্ৰ বজাই ৰাখিবলৈকে এই একাধিক পদক্ষেপ হৈ আহিছে বিভিন্ন দেশে৷

কিন্তু এইসমূহৰ মাজতেই আমেৰিকা আৰু কেনিয়াই লাখ লাখ পখী হত্যা কৰাৰ পৰিকল্পনা চলাইছে৷ আনকি হত্যাৰ বাবে বান্ধি দিছে নিৰ্দিষ্ট সীমাও৷ হঠাৎ কিয় আমেৰিকা আৰু কেনিয়াই এই সিদ্ধান্ত লৈছে?

আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যমে প্ৰকাশ কৰা অনুসৰি আমেৰিকাই ফেঁচা আৰু কেনিয়াই ভাৰতীয় কাউৰী হত্যা কৰাৰ সিদ্ধান্ত লৈছে৷ কেইমাহমানৰ ভিতৰতেই লাখ লাখ কাউৰী আৰু ফেঁচা হত্যা কৰিব এই দুই দেশে৷ প্ৰথমেই আহো কেনিয়াৰ কথালৈ৷ আফ্ৰিকাৰ পূব দিশত অৱস্থিত এখন সৰু দেশ কেনিয়া৷

কেনিয়া বুলিলেই প্ৰথমে মূৰত আহে বিশাল বিশাল জংঘলৰ কথা৷ তাতেই বিভিন্ন ধৰণৰ পশু আৰু পখী থাকে৷ সেই জগতত অবাধে ঘূৰি ফুৰিছে কাউৰীও৷ কেনিয়াৰ মাছাইমাৰা নহয়, এনে আৰু কেইবাখনো বিশাল অভয়াৰণ্য আছে কেনিয়াত৷ বিশ্বৰ বিভিন্ন প্ৰান্তত মানুহে ভিৰ কৰে কেনিয়াত৷ বিভিন্ন জন্তু চাবলৈ এই স্থানলৈ পৰ্যটকো আহে৷ লাখ লাখ ধন ইয়াৰ পৰাই উপাৰ্জন কৰে কেনিয়াই৷

কেনিয়াৰ মানুহৰ বৃহৎ অংশৰে জীৱিকা এই পৰ্যটনেই৷ সেয়ে পৰ্যটন শিল্পক বচাই ৰাখিবলৈ নানান পদক্ষেপ লৈ আহিছে কেনিয়া চৰকাৰে৷ সেই পদক্ষেপৰ অংশ হিচাপেই ভাৰতীয় কাউৰী মৰাৰ পৰিকল্পনা কৰিছে কেনিয়াই৷ সংবাদমাধ্যমৰ সূত্ৰৰ খবৰ অনুসৰি আগন্তুক ছমাহৰ মাজত ১০ লাখ ভাৰতীয় কাউৰীক মাৰিব কেনিয়া চৰকাৰে৷ তাৰবাবে বিশেষ পন্থা অৱলম্বন কৰা হ’ব বুলিও জনোৱা হৈছে৷ কেনেকৈ ইমান কাউৰী হত্যা কৰিব কেনিয়াই? ইয়াৰ মাজতেই আৰু এটা কথা, ভাৰতৰ কাউৰী ইমান দূৰ কেনেকৈ পালেগৈ?

ভাৰতৰ পৰা উৰি কেনিয়ালৈ কোনো কাউৰীয়েই যোৱা নাই৷ ভাৰতৰ দৰে কেনিয়াও আছিল ব্ৰিটিছৰ উপনিৱেশ৷ ভাৰত আৰু কেনিয়াৰ মাজত যিকোনো সময়ত জাহাজৰ চলাচল হৈয়েই থাকে৷ সেই জাহাজত উঠিয়েই ভাৰতৰ পৰা কেনিয়া পাইছেগৈ কাউৰী৷ কেনিয়াৰ উপকূলবৰ্তী এলেকাত মূলত এই কাউৰীসমূহে বংশবৃদ্ধি কৰিবলৈ আৰম্ভ কৰে৷ তাতেই বংশবিস্তাৰ কৰে৷  কেনিয়াত এতিয়া লাখ লাখ ভাৰতীয় কাউৰী আছে৷  কাউৰীসমূহৰ ইমানেই বংশবৃদ্ধি হৈছে যে এতিয়া সেই কাউৰীয়ে মূৰৰ বিষ হৈছে কেনিয়া চৰকাৰৰ৷

উপকূলবৰ্তী এলেকাত যিসমূহ সৰু সৰু চৰাই আছে সেই সমূহক মাৰি মাৰি শেষ কৰিছে কাউৰীসমূহে৷ সৰু সৰু চৰাইসমূহক খাই খাই শেষ কৰিছে কাউৰীসমূহে৷ কেৱল সেয়াই নহয়, সমুদ্ৰ উপকূলত ফুৰিবলৈ অহা পৰ্যটকসকলকো বিৰক্ত কৰে কাউৰীসমূহে৷ ভাৰতীয় কাউৰী সেয়ে হত্যা কৰাৰ সিদ্ধান্ত লৈছে৷ এই কাউৰীসমূহ বিষ দি মাৰি পেলোৱাৰ সিদ্ধান্ত লৈছে কেনিয়া চৰকাৰে৷ বিভিন্ন হোটেলত, খাদ্যৰ দোকানত ষ্টাৰলাইছাইড নামৰ এবিধ বিষ মিহলাই সেই খাদ্য কাউৰীসমূহক দিয়া হ’ব৷ সেই বিষ মাংস বা খাদ্য খোৱাৰ লগে লগেই মৃত্যুৰ মুখত পৰিব কাউৰীসমূহ৷ এই বিষৰ এটা গুণ হৈছে যে মৃত কাউৰীসমূহৰ শৰীৰ যদি কোনো পশু-পখীয়ে ভক্ষণ কৰে তেতিয়া একো অপকাৰ নহয়৷

ইফালে আমেৰিকাইয়ো ফেঁচা মৰাৰ সিদ্ধান্ত লৈছে৷ এটা বিশেষ প্ৰজাতিৰ ফেঁচা ধ্বংস কৰিব আমেৰিকাই৷ প্ৰায় ৪ লাখ ফেঁচা হত্যা কৰিব আমেৰিকা চৰকাৰে৷ ফেঁচা ধ্বংস কৰিবৰ বাবে চিকাৰীসকলক দি থকা হৈছে প্ৰশিক্ষণো৷ সেই জাতৰ ফেঁচা দেখামাত্ৰকেই যাতে গুলি কৰি হত্যা কৰা হয় সেই নিৰ্দেশ দিয়া হৈছে চিকাৰীসকলক৷ এই ফেঁচাৰ দাদাগিৰি বৃদ্ধি হোৱাৰ বাবেই এই সিদ্ধান্ত লৈছে আমেৰিকাই৷ ডাঙৰ ডাঙৰ ফেঁচাসমূহে সৰু ফেঁচাসমূহ মাৰি শেষ কৰাৰ বাবেই এই সিদ্ধান্ত লৈছে আমেৰিকা চৰকাৰে৷ অৱশ্যে আমেৰিকা চৰকাৰে লোৱা এই সিদ্ধান্তক বিৰোধীতা কৰিছে বহুকেইটা পশুপ্ৰেমী সংগঠনে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!
বিনোদন

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

July 6, 2026
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

July 6, 2026
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক
জীৱনশৈলী

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

July 6, 2026
বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink
প্ৰযুক্তি

বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

July 6, 2026
Next Post
ওলোটাকৈ ঘূৰিবলৈ আৰম্ভ কৰিছে পৃথিৱীৰ কেন্দ্ৰ! কি প্ৰভাৱ পৰিব জীৱজগতৰ ওপৰত?

ওলোটাকৈ ঘূৰিবলৈ আৰম্ভ কৰিছে পৃথিৱীৰ কেন্দ্ৰ! কি প্ৰভাৱ পৰিব জীৱজগতৰ ওপৰত?

এজন ভাৰতীয় ক্ৰিকেটাৰৰ প্ৰতি মাধুৰীৰ আছিল পাগল প্ৰেম, তাৰপিছতো কিয় ডাঃ নেনেৰ সৈতে সংসাৰ কৰিলে মাধুৰীয়ে? মাধুৰীৰ প্ৰিয় সেই ক্ৰিকেটাৰ কোন?

এজন ভাৰতীয় ক্ৰিকেটাৰৰ প্ৰতি মাধুৰীৰ আছিল পাগল প্ৰেম, তাৰপিছতো কিয় ডাঃ নেনেৰ সৈতে সংসাৰ কৰিলে মাধুৰীয়ে? মাধুৰীৰ প্ৰিয় সেই ক্ৰিকেটাৰ কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.