• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভোলে বাবা সন্দৰ্ভত বন্ধুই প্ৰকাশ কৰিলে ডাঙৰ তথ্য, আশ্ৰমত ৩০-৪০ গৰাকী কন্যা ….

ভোলে বাবা সন্দৰ্ভত বন্ধুই প্ৰকাশ কৰিলে ডাঙৰ তথ্য, আশ্ৰমত ৩০-৪০ গৰাকী কন্যা ….

2 years ago
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

1 hour ago
পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

2 hours ago
সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

2 hours ago
নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

2 hours ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

চাকৰিত যোগদান কৰিলে পাব ১৫ হাজাৰ টকা! এই আঁচনিৰ বিষয়ে জানেনে?

3 hours ago
দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব  কিহৰ অস্ত্ৰোপচাৰ?

দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব কিহৰ অস্ত্ৰোপচাৰ?

3 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

সপোনে দিব ভৱিষ্যতৰ সংকেত! জানক কোনটো শুভ আৰু কোনটো অশুভ

4 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

14 hours ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

15 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

15 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

15 hours ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভোলে বাবা সন্দৰ্ভত বন্ধুই প্ৰকাশ কৰিলে ডাঙৰ তথ্য, আশ্ৰমত ৩০-৪০ গৰাকী কন্যা ….

editor by editor
July 12, 2024
in বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
ভোলে বাবা সন্দৰ্ভত বন্ধুই প্ৰকাশ কৰিলে ডাঙৰ তথ্য, আশ্ৰমত ৩০-৪০ গৰাকী কন্যা ….
0
SHARES
483
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভোলে বাবা সন্দৰ্ভত বন্ধুই প্ৰকাশ কৰিলে ডাঙৰ তথ্য, আশ্ৰমত ৩০-৪০ গৰাকী কন্যা ….

হাথৰছৰ সুৰজপাল সিং ওৰফে ভোলে বাবাৰ দৰবাৰত হোৱা ভয়াবহতাৰ বাবে ১২১ গৰাকী লোকে প্ৰাণ হেৰুৱা ঘটনাই আজিয়ো সেমেকাই তোলে । আৰক্ষীয়ে সেই দুৰ্ঘটনাৰ তদন্ত কৰিছে। এই দুৰ্ঘটনাৰ পিছত ভোলে বাবা ওৰফে সুৰজপালক লৈ ধাৰাবাহিকভাৱে নতুন নতুন তথ্য প্ৰকাশ পাই আছে।

এই তদন্ততে সুৰজপালৰ বন্ধু তথা দীৰ্ঘদিন ধৰি উত্তৰ প্ৰদেশৰ আৰক্ষীত কাম কৰা নজৰ সিং নামৰ এগৰাকী লোকে সংবাদ মাধ্যমৰ আগত সুৰজপালৰ বিষয়ে বহু ডাঙৰ ডাঙৰ কথা প্ৰকাশ কৰিছে। বন্ধু গৰাকীয়ে কয় যে, তেওঁ বাবাক বহুদিনৰ পৰা চিনি পায়। তেওঁলোকে একেলগে কাম কৰিছিল। পূৰ্বে সুৰজপালৰ কোনো ঐশ্বৰিক শক্তি নাছিল আৰু এতিয়া কোনো শক্তি নাই।

বাবাৰ বন্ধু নজৰ সিঙে লগতে ইয়াকো কয় যে, ‘আমি আগ্ৰাত একেলগে আছিলো। চাকৰিৰ সময়ত তেওঁৰ আধ্যাত্মিকতাৰ প্ৰতি কোনো প্ৰৱণতা নাছিল। তেওঁৰ পত্নীয়ে সকলোকে কৈছিল যে তেওঁ ভগৱান বিষ্ণুৰ অৱতাৰ। তেওঁ আৰু কয়, ‘বাবাই চাকৰি এৰি যোৱাৰ কাৰণৰ কোনো তথ্য তেওঁৰ হাতত নাই।

বন্ধুগৰাকীয়ে লগতে ইয়াকো কয় যে, ‘সুৰজপালৰ কোনো সন্তান নাছিল। যাৰ বাবে তেওঁ পত্নীৰ ভায়েকৰ কন্যাক দত্তক লৈছিল। কিন্তু পাছত হঠাৎ কোনো ৰোগৰ বাবে মৃত্যু হয়। তেতিয়া ভোলে বাবাই ভাল কৰিব বুলি দাবি কৰিছিল, কিন্তু দুদিন পিছত মৃতদেহটোৰ পৰা দুৰ্গন্ধ ওলাবলৈ ধৰে। যাৰ বাবে শেষত কন্যাৰ শেষ কৃত্য সম্পন্ন কৰা হয়।

সকলোতকৈ চাঞ্চল্যকৰ কথা যে, এবাৰ বাবাৰ আশ্ৰমলৈ যোৱাৰ সময়ত তাত ৩০-৪০ গৰাকী ছোৱালীয়ে নাচি থকা দেখা পাইছিল। বাবাই এই নৃত্য ওপৰৰ পৰা চাই আছিল। তাৰোপৰি আশ্ৰমত বাস কৰা অধিকাংশই মহিলা। যি সকল পুৰুষ আছিল সেয়া আশ্ৰমৰ বাহিৰতহে বাস কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bhole BabaBhole Baba AsramUttar PredeshWomen Employee
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!
জীৱনশৈলী

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

August 19, 2026
পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!
জীৱনশৈলী

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

August 19, 2026
সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক
বাণিজ্য

সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

August 19, 2026
নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…
বিনোদন

নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

August 19, 2026
Next Post
অঘটন, মেৰামতিৰ পাছত পুনৰ যাত্ৰা কৰা যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলট সহ সকলো ক্ৰু মেম্বাৰ নিহত

অঘটন, মেৰামতিৰ পাছত পুনৰ যাত্ৰা কৰা যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলট সহ সকলো ক্ৰু মেম্বাৰ নিহত

ৰাহু শনিৰ অশুভ যোৰ, ১৮ মাহলৈ এই ৩ ৰাশিৰ লোকৰ সমস্যা থাকিব

ৰাহু শনিৰ অশুভ যোৰ, ১৮ মাহলৈ এই ৩ ৰাশিৰ লোকৰ সমস্যা থাকিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.