• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুলডোজাৰ একশ্ব্যন বন্ধ! বৃহৎ সিদ্ধান্ত যোগী চৰকাৰৰ

বুলডোজাৰ একশ্ব্যন বন্ধ! বৃহৎ সিদ্ধান্ত যোগী চৰকাৰৰ

2 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

1 week ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

1 week ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

1 week ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

1 week ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

2 weeks ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

2 weeks ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

2 weeks ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

2 weeks ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

2 weeks ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

2 weeks ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

2 weeks ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বুলডোজাৰ একশ্ব্যন বন্ধ! বৃহৎ সিদ্ধান্ত যোগী চৰকাৰৰ

বুলডোজাৰ একছন বন্ধ! বৃহৎ সিদ্ধান্ত যোগী চৰকাৰৰ

editor by editor
July 16, 2024
in জীৱনশৈলী, ভাৰত, ৰাজনীতি, লেখা
0
বুলডোজাৰ একশ্ব্যন বন্ধ! বৃহৎ সিদ্ধান্ত যোগী চৰকাৰৰ
0
SHARES
160
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তেওঁৰ পৰিচয়েই হৈছে বুলডোজাৰ বাবা৷ আজি যদি এই স্থানত বুলডোজাৰ চলাইছে কাইলৈ অইন স্থানত বুলডোজাৰ৷ শূন্য সহনশীল নীতি মানি অপৰাধী বুলিলেই ঘৰত চলাই দিয়া হয় বুলডোজাৰ৷ ভাঙি গুৰি কৰি দিয়া হয় অভিযুক্তৰ ঘৰ-বাৰী৷ আইন ঘৰত বিচাৰ চলাৰ আগতেই সকলো বিচাৰ তেওঁ কৰি পেলাই৷ এই বিশেষ বুলডোজাৰ বাবা আন কোনো নহয় তেওঁ হৈছে যোগী আদিত্যনাথ৷

যোগীৰ এই কাৰ্যকলাপক লৈ দেশজুৰি বিতৰ্ক হ’লেও তেওঁ সেই কাম বাদ দিয়া নাই৷ আইনক উলংঘা কৰি নিজাকৈ সিদ্ধান্ত লোৱাৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ চৰকাৰক সমালোচনা কৰি আহিছে বিৰোধী দলসমূহেও৷ মধ্যপ্ৰদেশ, উত্তৰাখণ্ডকে ধৰি কেইবাখনো ৰাজ্যই  যোগীৰ এই কামৰ বিৰোধীতা কৰিছে৷ সকলোবোৰৰ মাজত বৃহৎ ঘোষণা কৰিছে এইবাৰ যোগী আদিত্যনাথেও৷

মঙলবাৰে এক বৃহৎ সিদ্ধান্ত লৈছে উত্তৰপ্ৰদেশ চৰকাৰে৷ কুকাইন নদীৰ পাৰত লক্ষ্ণৌৰ পন্থনগৰ আৰু ৰহিম নগৰ এলেকাত তৈয়াৰ হোৱা ঘৰসমূহৰ ওপৰত আৰু বুল়়ডোজাৰ চলোৱা নহ’ব বুলি জনাইছে যোগী চৰকাৰে৷ ইয়াৰ পূৰ্বে এই এলেকাত বেছ কেইবাটাও ঘৰৰ গাত ৰঙা চিন দি বুলডোজাৰ চলোৱাৰ ইংগিত দিয়া হৈছিল৷ ঘৰসমূহ বেআইনীভাৱে নিৰ্মাণ কৰা হৈছিল বুলি ঘৰ ভাঙি দিয়াৰ হুংকাৰ দিছিল যোগী চৰকাৰে৷ এই দিনটোত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে পন্থ নগৰ, খুৰৰম নগৰ আৰু আকবৰ নগৰ এলেকাৰ বাসিন্দাসকল বিশেষ মিটিঙত মিলিত হৈছে৷

এই মিটিঙৰ পাছতেই কুকৰাইল নদীৰ তীৰত অৱস্থিত তেওঁলোকৰ ঘৰসমূহ অবৈধ নহয়৷ তেওঁলোকৰ ঘৰসমূহ আইন মানিয়েই নিৰ্মাণ কৰা হৈছে৷ প্ৰমাণ হিচাপে চৰকাৰৰ ওপৰত তেওঁলোকৰ ঘৰ নিৰ্মাণৰ ৰেজিষ্ট্ৰেচন পেপাৰৰ প্ৰতিলিপি জমা হৈছে বুলিও জনাই যোগীয়ে৷

যোগী আদিত্যনাথৰ এই আশ্বাস পোৱাৰ পাছতেই লক্ষ্ণৌত উদযাপন আৰম্ভ হৈছে৷ তেওঁলোকৰ ঘৰসমূহ থাকিব বাবেই আনন্দেৰে মিঠাইয়ো বিতৰণ কৰিছে সেই স্থানৰ বাসিন্দাই৷ মুখ্যমন্ত্ৰীৰ সৈতে সাক্ষাতৰ পাছতেই বাসিন্দাসকলৰ প্ৰতিনিধি দলৰ সদস্যসকলে কয়, ‘আজি আমাৰ আনন্দ প্ৰকাশৰ ভাষা নাই৷ আমাৰ ঘৰসমূহ নিৰাপদ হ’ল৷ উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক আমি ধন্যবাদ জনাইছো৷ সকলোবোৰ আমাৰ পক্ষত ৰায় আহিছে৷ আমাৰ ঘৰসমূহৰ ৰেজিষ্ট্ৰেচন আৰু বাতিল নহয়৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
জিঅ’, এয়াৰটেলৰ পৰা BSNLলৈ কেনেকৈ পোৰ্ট কৰিব? জানক পোৰ্ট কৰাৰ নিয়ম

জিঅ’, এয়াৰটেলৰ পৰা BSNLলৈ কেনেকৈ পোৰ্ট কৰিব? জানক পোৰ্ট কৰাৰ নিয়ম

দেশত নতুন আতংকৰ নাম ‘চান্দিপুৰা’! এই ভাইৰাছৰ পৰা নিজকে কেনেকৈ বচাই ৰাখিব?

দেশত নতুন আতংকৰ নাম ‘চান্দিপুৰা’! এই ভাইৰাছৰ পৰা নিজকে কেনেকৈ বচাই ৰাখিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.