• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোন কোন খেলুৱৈ T20 ৰ প্লেইং ১১ ত থকাৰ সম্ভাৱনা, বাদ পৰিব ৪ জন

কোন কোন খেলুৱৈ T20 ৰ প্লেইং ১১ ত থকাৰ সম্ভাৱনা, বাদ পৰিব ৪ জন

2 years ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

2 hours ago
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

2 hours ago
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

3 hours ago
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

4 hours ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

5 hours ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

5 hours ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

6 hours ago
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

6 hours ago
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

7 hours ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

8 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

9 hours ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

কোন কোন খেলুৱৈ T20 ৰ প্লেইং ১১ ত থকাৰ সম্ভাৱনা, বাদ পৰিব ৪ জন

editor by editor
July 24, 2024
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
কোন কোন খেলুৱৈ T20 ৰ প্লেইং ১১ ত থকাৰ সম্ভাৱনা, বাদ পৰিব ৪ জন
0
SHARES
4.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোন কোন খেলুৱৈ T20 ৰ প্লেইং ১১ ত থকাৰ সম্ভাৱনা, বাদ পৰিব ৪ জন

ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’ব প্ৰথম ৩খন টি-২০ শৃংখলা। এই শৃংখলাৰ প্ৰথমখন খেল অহা ২৭ জুলাইত অনুষ্ঠিত হ’ব। যাৰ বাবে টিম ইণ্ডিয়াৰ খেলুৱৈসকলে নেটত নতুন মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰসহ অনুশীলন কৰি আছে।

২৩ জুলাই মঙলবাৰে নতুন মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ নেতৃত্বত টিম ইণ্ডিয়াই প্ৰথম অনুশীলন কৰে। য’ত সকলো খেলুৱৈয়ে বহু সময় ধৰি অনুশীলন কৰে। পাছে এতিয়া ডাঙৰ প্ৰশ্ন হ’ল ৰোহিত শৰ্মা, বিৰাট কোহলী, ৰবীন্দ্ৰ জাডেজা আৰু যশপ্ৰীত বুমৰাহ নথকাত টিম ইণ্ডিয়াৰ প্লেইং ১১ত কোন কোন খেলুৱৈ থাকিব।

এইবাৰ টিম ইণ্ডিয়াই কেইবাখনো নতুন চেহেৰা লৈ শ্ৰীলংকা ভ্ৰমণত উপনীত হৈছে, তাতে আৰু টি-২০ ছিৰিজত টিম ইণ্ডিয়াৰ কমাণ্ড সূৰ্যকুমাৰ যাদৱৰ হাতত। খবৰ অনুসৰি প্ৰথমখন মেচৰ প্লেইং ১১ত প্ৰায় প্ৰশিক্ষক আৰু অধিনায়কৰ অনুমোদন পোৱা গৈছে। যাৰ ফলত এতিয়া ৪ জন খেলুৱৈক প্লেইং ১১ পৰা বাদ দিয়া হব। পাছে কোন কোন এই ৪ খেলুৱৈ

যশস্বী জয়ছৱাল আৰু শুবমান গিলক প্ৰথম টি-২০ মেচত অ’পেনিং কৰা দেখা যাব। অধিনায়ক সূৰ্যকুমাৰ যাদৱে তিনি নম্বৰত খেলিব, আনহাতে ঋষভ পণ্টে চাৰি নম্বৰত বেটিং কৰিব পাৰিব সেয়া নিশ্চিত বুলি বিবেচিত হৈছে। ইয়াৰ পিছত দেখা যাব হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, ৰিংকু সিং, অক্ষৰ পেটেল, ৰবি বিষ্ণোই, আৰ্শদীপ সিং আৰু মহম্মদ চিৰাজ।

নতুন চেহেৰা হিচাপে ৰিয়ান পৰাগ, সঞ্জু চেমছন, ৱাশ্বিংটন সুন্দৰ আৰু মুকেশ কুমাৰকো টি-২০ শৃংখলাৰ বাবে টিম ইণ্ডিয়াত নিৰ্বাচিত কৰা হৈছে। কিন্তু এতিয়া খবৰ অনুসৰি এই চাৰিজন খেলুৱৈৰ বাবে প্ৰথমখন মেচৰ প্লেইং ১১ত সুযোগ পোৱাটো অতি কঠিন হৈ পৰিছে।

কিন্তু যদিহে ছিৰিজত একেৰাহে দুখন মেচত জয়লাভ কৰি টিম ইণ্ডিয়াই অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰে, তেন্তে এই চাৰিজন খেলুৱৈক তৃতীয় আৰু শেষৰ টি-২০ মেচৰ প্লেইং ১১ অন্তৰ্ভুক্ত কৰিব পৰা যাব।

সাম্ভাব্য প্ৰথম টি-২০ মেচৰ বাবে প্লেয়িং ১১-
শুভমান গিল, যশস্বী জয়ছোৱাল, সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), ঋষভ পন্ত, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, ৰিংকু সিং, অক্ষৰ পেটেল, ৰবি বিষ্ণোই, আৰ্ষদীপ সিং আৰু মহম্মদ চিৰাজ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketIndia Vs Sri lankaIndian CricketT 20team india
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা
ভাৰত

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

April 30, 2026
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী
ক্ৰীড়া

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

April 30, 2026
প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ
ভাৰত

প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

April 29, 2026
বিপদত ৰিয়ান পৰাগ! ড্ৰেছিং ৰূমত ই চিগাৰেট সেৱনৰ গম্ভীৰ অভিযোগ, কি হ’ব ক্ৰিকেটাৰজনৰ ভৱিষ্যৎ?
ক্ৰীড়া

বিপদত ৰিয়ান পৰাগ! ড্ৰেছিং ৰূমত ই চিগাৰেট সেৱনৰ গম্ভীৰ অভিযোগ, কি হ’ব ক্ৰিকেটাৰজনৰ ভৱিষ্যৎ?

April 29, 2026
Next Post
শীঘ্ৰে বৃদ্ধি পাব গুৱাহাটী মহানগৰৰ পৰিসৰ, গুৱাহাটীতো চলিব মেট্ৰ’ ৰে’ল- মেয়ৰ মৃগেন শৰণীয়া

শীঘ্ৰে বৃদ্ধি পাব গুৱাহাটী মহানগৰৰ পৰিসৰ, গুৱাহাটীতো চলিব মেট্ৰ' ৰে'ল- মেয়ৰ মৃগেন শৰণীয়া

৪৮ ঘণ্টা উকলিল, এতিয়াও সন্ধান নাই ৰমেন বৰুৱাৰ

৪৮ ঘণ্টা উকলিল, এতিয়াও সন্ধান নাই ৰমেন বৰুৱাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.