• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শীঘ্ৰে বৃদ্ধি পাব গুৱাহাটী মহানগৰৰ পৰিসৰ, গুৱাহাটীতো চলিব মেট্ৰ’ ৰে’ল- মেয়ৰ মৃগেন শৰণীয়া

শীঘ্ৰে বৃদ্ধি পাব গুৱাহাটী মহানগৰৰ পৰিসৰ, গুৱাহাটীতো চলিব মেট্ৰ’ ৰে’ল- মেয়ৰ মৃগেন শৰণীয়া

2 years ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

33 minutes ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

2 hours ago
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

3 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

4 hours ago
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

4 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

হনুমান পূজা কৰাৰ সময়ত নকৰিব ভুল, নহ’লে নাপাব পূজাৰ ফল!

4 hours ago
Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

5 hours ago
IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

5 hours ago
Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

6 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

7 hours ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

8 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

শীঘ্ৰে বৃদ্ধি পাব গুৱাহাটী মহানগৰৰ পৰিসৰ, গুৱাহাটীতো চলিব মেট্ৰ’ ৰে’ল- মেয়ৰ মৃগেন শৰণীয়া

editor by editor
July 24, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
শীঘ্ৰে বৃদ্ধি পাব গুৱাহাটী মহানগৰৰ পৰিসৰ, গুৱাহাটীতো চলিব মেট্ৰ’ ৰে’ল- মেয়ৰ মৃগেন শৰণীয়া
0
SHARES
146
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শীঘ্ৰে বৃদ্ধি পাব গুৱাহাটী মহানগৰৰ পৰিসৰ, গুৱাহাটীতো চলিব মেট্ৰ’ ৰে’ল- মেয়ৰ মৃগেন শৰণীয়া

পুনৰ বৃদ্ধি পাব গুৱাহাটী মহনগৰৰ চাৰিসীমা। এই বিষয়ে সদৰি কৰে মহানগৰৰ মেয়ৰ মৃগেন শৰণীয়াই। মেয়ৰ গৰাকীয়ে এই বিষয়ে সদৰি কৰি কয় যে, পলাশবাৰী-জাগীৰোড–চন্দ্ৰপুৰ- চাংচাৰীলৈকে বৃদ্ধি পাব গুৱাহাটীৰ সীমা। লগতে ভৱিষ্যতে গুৱাহাটীত চলিব মেট্ৰ’ ৰে’ল।

মহানগৰখনৰ পৰিসৰ বৃদ্ধিৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে মাষ্টাৰ প্লেন প্ৰস্তুত কৰিছে। সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, এই মাষ্টাৰ প্লেন অনুসৰি মহানগৰখন পলাশবাৰী, চাংচাৰী, চন্দ্ৰপুৰ আৰু জাগীৰোডলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে।

ইতিমধ্যে এই সন্দৰ্ভত সকলোধৰণৰ পৰিকল্পনা প্ৰস্তুত কৰা হৈছে বুলি সদৰি কৰে গুৱাহাটীৰ মেয়ৰ মৃগেণ শৰণীয়াই। এই উদ্দেশ্যে গুৱাহাটী পৌৰনিগমৰ নতুন কাৰ্যালয়ো নিৰ্মাণৰ কাম চলি আছে।

পৌৰনিগমৰ এই নতুন কাৰ্যালয়ত একেলগে ১০০গৰাকী পৰিষদ বহিব পৰা ব্যৱস্থা কৰা হব বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ মেয়ৰৰ। ইয়াৰ উপৰিও আন এক গুৰুত্বপূৰ্ণ কথা সদৰি মেয়ৰগৰাকীৰ।

ভৱিষ্যতে দেশৰ অন্য মেট্ৰ’ চহৰবোৰৰ দৰে গুৱাহাটী মহানগৰীটো মেট্ৰ’ ৰে’ল অথবা ম’ন’ ৰে’ল চলাচলৰ চিন্তা-চৰ্চা কৰি থকা হৈছি বুলি সদৰি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamGhy CityguwahatiGuwahati CityMetro Rail
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?
অসম

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

October 6, 2026
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

October 6, 2026
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?
অসম

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

October 6, 2026
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক
অসম

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

October 6, 2026
Next Post
৪৮ ঘণ্টা উকলিল, এতিয়াও সন্ধান নাই ৰমেন বৰুৱাৰ

৪৮ ঘণ্টা উকলিল, এতিয়াও সন্ধান নাই ৰমেন বৰুৱাৰ

১৮ বছৰৰ পাছত আজি শনিগ্ৰহৰ ওপৰত পৰিব চন্দ্ৰগ্ৰহনৰ প্ৰভাৱ, ৫ ৰাশি বিশেষভাৱে প্ৰভাৱিত হ’ব

১৮ বছৰৰ পাছত আজি শনিগ্ৰহৰ ওপৰত পৰিব চন্দ্ৰগ্ৰহনৰ প্ৰভাৱ, ৫ ৰাশি বিশেষভাৱে প্ৰভাৱিত হ'ব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.