• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাংসদ পদ হেৰুওৱাব নেকি কংগনাই? হাইকৰ্টে জাৰি কৰিলে বিশেষ নটিছ

সাংসদ পদ হেৰুওৱাব নেকি কংগনাই? হাইকৰ্টে জাৰি কৰিলে বিশেষ নটিছ

2 years ago
বেংকৰ নহয় কোনো ধৰ্মঘট, শেষ মুহূৰ্তত নিশা  ৯:৩০ বজাত কি আলোচনা হ’ল?

বেংকৰ নহয় কোনো ধৰ্মঘট, শেষ মুহূৰ্তত নিশা ৯:৩০ বজাত কি আলোচনা হ’ল?

4 minutes ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

৫ ৰাশি পাব পাৰে সুখবৰ, জানক আপোনাৰ দিনটো কেনেকুৱা যাব

2 hours ago
একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

10 hours ago
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

11 hours ago
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

11 hours ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

12 hours ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

12 hours ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

13 hours ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

13 hours ago
‘হত শৈশৱ’

‘হত শৈশৱ’

15 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

16 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সাংসদ পদ হেৰুওৱাব নেকি কংগনাই? হাইকৰ্টে জাৰি কৰিলে বিশেষ নটিছ

সাংসদ পদ হেৰুওৱাব নেকি কংগনাই? হাইকৰ্টে জাৰি কৰিলে বিশেষ নটিছ

editor by editor
July 25, 2024
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
সাংসদ পদ হেৰুওৱাব নেকি কংগনাই? হাইকৰ্টে জাৰি কৰিলে বিশেষ নটিছ
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাংসদ পদ হেৰুওৱাব কংগনা ৰানাউটে? হিমাচল প্ৰদেশৰ মাণ্ডি আসনৰ পৰা বিজেপিৰ টিকটত জয়ী হৈ সংসদত প্ৰৱেশ কৰিছে অভিনেত্ৰী কংগনাই৷ বুধবাৰে কংগনাক এখন বিশেষ নটিছ পঠিয়াইছে হিমাচল প্ৰদেশ হাইকৰ্টে৷ কংগনাৰ নিৰ্বাচন বাতিল কৰাৰ আৱেদন কৰিছে কিন্ন জিলাৰ এগৰাকী বাসিন্দাই৷ তেওঁ মাণ্ডি আসনৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বিচাৰিছিল৷ কিন্তু তেওঁৰ মনোনয়নপত্ৰ ভুল বুলি প্ৰত্যাখ্যান কৰা হৈছিল বুলি তেঁওৰ অভিযোগ৷ সেয়ে তেওঁ কংগনাৰ নিৰ্বাচন বাতিল কৰাৰ দাবী জনাইছে৷ এই বিষয়ে নটিছ জাৰি কৰি, ২১ আগষ্টৰ মাজত কংগনাৰ জৱাব দিবলৈ নিৰ্দেশ দিছে ন্যায়াধীশ জোৎস্না ৰাৱালে৷

মাণ্ডি লোকসভা আসনৰ পৰা ৭৪,৭৫৫ ভোটত জয়ী হৈছে কংগনা ৰানাওট৷ তেওঁৰ প্ৰতিদ্বন্দী কংগ্ৰেছ প্ৰাৰ্থী বিক্ৰমাদিত্য সিঙে পাইছিল ৪,৬২,২৬৭ ভোট। কংগনাই পাইছিল ৫,৩৭,০০২ টা ভোট৷ এই আসনৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব বিচাৰিছিল কিন্নৰৰ বাসিন্দা লায়ক ৰাম নেগিয়ে৷ মাণ্ডিৰ জিলা শাসকলৰ কাৰ্যালয়ে তেওঁৰ  মনোনয়নপত্ৰ ভুলভাৱে প্ৰত্যাখান কৰা বুলি দাবী কৰিছে এইগৰাকী লায়ক ৰাম নেগিয়ে৷

লায়ক ৰাম নেগি হিমাচল প্ৰদেশ বন বিভাগৰ এগৰাকী প্ৰাক্তন কৰ্মী৷ অকাল অৱসৰ লৈ তেওঁ নিৰ্বাচন খেলিব খুজিছিল৷ তেওঁৰ দাবী যে পৰিকল্পিতভাৱে তেঁওৰ মনোনয়নপত্ৰ নাকচ কৰি কংগনাক সেই সমষ্টিত নিৰ্বাচন খেলুওৱা হৈছে৷ বিষয়টোক লৈ হাইকৰ্টত আৱেদন জনাইছিল নেগীয়ে৷ কংগনা জয়ী হ’লেও এই ইলিগেল নিৰ্বাচন বাতিল হ’ব লাগে বুলি হাইকৰ্টত আবেদন জনাইছিল নেগীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

৫ ৰাশি পাব পাৰে সুখবৰ, জানক আপোনাৰ দিনটো কেনেকুৱা যাব

September 28, 2026
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি
অসম

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

September 27, 2026
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…
জীৱনশৈলী

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

September 27, 2026
‘হত শৈশৱ’
সমীক্ষণ (আলোচনী)

‘হত শৈশৱ’

September 27, 2026
Next Post
পেৰিছ অলিম্পিকত ভাৰতৰ প্ৰথম সাফল্য, আৰ্চাৰীৰ কোৱাৰ্টাৰ ফাইনেললৈ ভাৰতীয় মহিলা আৰ্চাৰী দল

পেৰিছ অলিম্পিকত ভাৰতৰ প্ৰথম সাফল্য, আৰ্চাৰীৰ কোৱাৰ্টাৰ ফাইনেললৈ ভাৰতীয় মহিলা আৰ্চাৰী দল

ভাৰতীয় কম্পিউটাৰ আৰু স্মাৰ্টফোনৰ সময় ঠিক কৰিব ইছৰোৰ ঘড়ীয়ে! মহাকাশলৈ পঠিওৱা হ’ল পাৰমাণৱিক ঘড়ী

ভাৰতীয় কম্পিউটাৰ আৰু স্মাৰ্টফোনৰ সময় ঠিক কৰিব ইছৰোৰ ঘড়ীয়ে! মহাকাশলৈ পঠিওৱা হ’ল পাৰমাণৱিক ঘড়ী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.