• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পেৰিছ অলিম্পিকত ভাৰতৰ প্ৰথম সাফল্য, আৰ্চাৰীৰ কোৱাৰ্টাৰ ফাইনেললৈ ভাৰতীয় মহিলা আৰ্চাৰী দল

পেৰিছ অলিম্পিকত ভাৰতৰ প্ৰথম সাফল্য, আৰ্চাৰীৰ কোৱাৰ্টাৰ ফাইনেললৈ ভাৰতীয় মহিলা আৰ্চাৰী দল

2 years ago
একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

5 hours ago
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

6 hours ago
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

6 hours ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

7 hours ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

7 hours ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

8 hours ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

8 hours ago
‘হত শৈশৱ’

‘হত শৈশৱ’

10 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

11 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

11 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

12 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পেৰিছ অলিম্পিকত ভাৰতৰ প্ৰথম সাফল্য, আৰ্চাৰীৰ কোৱাৰ্টাৰ ফাইনেললৈ ভাৰতীয় মহিলা আৰ্চাৰী দল

পেৰিছ অলিম্পিকত ভাৰতৰ প্ৰথম সাফল্য, আৰ্চাৰীৰ কোৱাৰ্টাৰ ফাইনেললৈ ভাৰতীয় মহিলা আৰ্চাৰী দল

editor by editor
July 25, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
পেৰিছ অলিম্পিকত ভাৰতৰ প্ৰথম সাফল্য, আৰ্চাৰীৰ কোৱাৰ্টাৰ ফাইনেললৈ ভাৰতীয় মহিলা আৰ্চাৰী দল
0
SHARES
5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সকলো ক্ৰীড়াপ্ৰেমীৰেই দৃষ্টি এতিয়া পেৰিছ৷ ভাৰতৰ পৰাও ১১৭গৰাকী ক্ৰীড়াবিদে ভৰি দিছে পেৰিছত৷ আটাইকেইগৰাকী ক্ৰীড়াবিদে সাজু দেশলৈ পদক আনিব লাগিব৷ লক্ষ্য সকলোৰে একোটা সোণৰ পদক৷ অলিম্পিক্সৰ আৰম্ভণিৰ দিনটোতেই ভাৰতীয় মহিলা খেলুৱৈয়ে দৃষ্টি কাঢ়িলে বহুজনৰ৷ পেৰিছ অলিম্পিকত প্ৰথম সাফল্য ভাৰতৰ৷ যোগ্যতা অৰ্জন পৰ্ব খেলত আৰ্চাৰীৰ কোৱাৰ্টাৰ ফাইনেলত স্থান দখল কৰিবলৈ সক্ষম হৈছে ভাৰতীয় মহিলা দলে৷

দলত আছে দীপিকা কুমাৰী, অংকিতা ভকত আৰু ভজন কৌৰ৷ ২৬ জুলাইত অলিম্পিক্সৰ উদ্বোধনী অনুষ্ঠান হ’লেও কেইটামান প্ৰতিযোগীতা পূৰ্বেই আৰম্ভ হৈছে৷ বৃহস্পতিবাৰে আৰ্চাৰীত মহিলাসকলৰ ব্যক্তিগত আৰু দলগত ৰেংকিং ইভেণ্ট আছিল৷ তাতেই দীপিকা, অংকিতা আৰু ভজনে চতুৰ্থ স্থান দখল কৰে৷ তেওঁলোকৰ মুঠ স্কৰ পয়েণ্ট হৈছে ১৯৮৩৷ সকলোবোৰৰ মাজত অংকিতাই সকলোতকৈ বেছি ৬৬৬ পয়েণ্ট স্কোৰ কৰে৷ ভজনৰ স্কোৰ পয়েণ্ট হৈছে ৬৫৯৷ আৰু দীপিকাৰ স্কোৰ পয়েণ্ট হৈছে ৬৫৮৷ এই বিভাগত প্ৰথম স্থানত আছে দক্ষিণ কোৰিয়া৷ দ্বিতীয় স্থানত চীন আৰু তৃতীয় স্থানত মেক্সিকো৷ ভাৰত আছে চতুৰ্থ স্থানত৷ মাত্ৰ ৩পয়েণ্টৰ বাবে মেক্সিকোক তৃতীয় স্থান এৰি ভাৰত চতুৰ্থ স্থানত থাকে৷

মহিলাসকলৰ দলগত বিভাগৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স বনাম নেদাৰলেণ্ডৰ মেচৰ জয়ী দলৰ বিৰুদ্ধে খেলিব ভাৰতে৷ সেই মেচত দীপিকাহঁত জয়ী হ’লে ছেমিফাইনেলত দক্ষিণ কোৰিয়াৰ মুখামুখি হ’ব ভাৰত৷ আৰু তাত জয়ী হ’ব পাৰিলে ভাৰতে খেলিব লাগিব চীনৰ বিৰুদ্ধে৷ দলগত বিভাগত ভাল কাম কৰিলেও ব্যক্তিগত বিভাগত বিশেষ ভাল ফল কৰিব নোৱাৰিলে ভাৰতীয় আৰ্চাৰী খেলুৱৈ তিনিগৰাকীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?
বাণিজ্য

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

September 27, 2026
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি
অসম

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

September 27, 2026
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?
বাণিজ্য

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

September 27, 2026
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!
বাণিজ্য

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

September 27, 2026
Next Post
ভাৰতীয় কম্পিউটাৰ আৰু স্মাৰ্টফোনৰ সময় ঠিক কৰিব ইছৰোৰ ঘড়ীয়ে! মহাকাশলৈ পঠিওৱা হ’ল পাৰমাণৱিক ঘড়ী

ভাৰতীয় কম্পিউটাৰ আৰু স্মাৰ্টফোনৰ সময় ঠিক কৰিব ইছৰোৰ ঘড়ীয়ে! মহাকাশলৈ পঠিওৱা হ’ল পাৰমাণৱিক ঘড়ী

বিশেষভাৱে উপকৃত হ’ব অসম, খনিজ সম্পদৰ ওপৰত ৰয়েলটি আদায়ৰ অধিকাৰ কেৱল ৰাজ্যৰঃ উচ্চতম ন্যায়ালয়

বিশেষভাৱে উপকৃত হ’ব অসম, খনিজ সম্পদৰ ওপৰত ৰয়েলটি আদায়ৰ অধিকাৰ কেৱল ৰাজ্যৰঃ উচ্চতম ন্যায়ালয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.