• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পূৰৱী গাখীৰৰ মূল্য বৃদ্ধি, গাখীৰৰ লগতে পনীৰৰো দাম বৃদ্ধি কৰিলে অসমৰ দুগ্ধ কোম্পানীটোৱে

পূৰৱী গাখীৰৰ মূল্য বৃদ্ধি, গাখীৰৰ লগতে পনীৰৰো দাম বৃদ্ধি কৰিলে অসমৰ দুগ্ধ কোম্পানীটোৱে

2 years ago
পাকিস্তানত হাহাকাৰ! দুৰ্বল হৈ পৰিছে অৰ্থনীতি

পাকিস্তানত হাহাকাৰ! দুৰ্বল হৈ পৰিছে অৰ্থনীতি

12 minutes ago
হালধীয়া হৈছে নেকি আপোনাৰ দাঁত? ধুনীয়া হাঁহিৰ বাবে লওক দাঁতৰ যতন

হালধীয়া হৈছে নেকি আপোনাৰ দাঁত? ধুনীয়া হাঁহিৰ বাবে লওক দাঁতৰ যতন

33 minutes ago
খাদ্যত অত্যাধিক নিমখ ব্যৱহাৰ কৰে নেকি? বিপদত পৰিব পাৰে আপুনি!

খাদ্যত অত্যাধিক নিমখ ব্যৱহাৰ কৰে নেকি? বিপদত পৰিব পাৰে আপুনি!

1 hour ago
পুৰণি কাপোৰেৰে ঘৰ মচে নেকি? ভুগিব ডাঙৰ সমস্যাত!

পুৰণি কাপোৰেৰে ঘৰ মচে নেকি? ভুগিব ডাঙৰ সমস্যাত!

2 hours ago
কাইলৈ ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ ফলাফল, কাৰ হাতত জনতাই তুলি দিব শাসনৰ বাঘজৰী?

কাইলৈ ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ ফলাফল, কাৰ হাতত জনতাই তুলি দিব শাসনৰ বাঘজৰী?

3 hours ago
বুধ আৰু শনিৰ মিলন, ২২ মে’ৰ পৰা সলনি এই ৫টা ৰাশিৰ ভাগ্য!

বুধ আৰু শনিৰ মিলন, ২২ মে’ৰ পৰা সলনি এই ৫টা ৰাশিৰ ভাগ্য!

4 hours ago
কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

8th Pay Commission ৰ নতুন আপডেট, আৰম্ভ দৰমহা, পদোন্নতি আৰু পেঞ্চনৰ পৰিবৰ্তনৰ ওপৰত আলোচনা

5 hours ago
আপোনাৰ শিশুৱে বাৰে বাৰে মূৰত আঘাত পাইছে নেকি? বিপদৰ পূৰ্বে হওক সাৱধান!

আপোনাৰ শিশুৱে বাৰে বাৰে মূৰত আঘাত পাইছে নেকি? বিপদৰ পূৰ্বে হওক সাৱধান!

5 hours ago
আপোনাৰ সংগীৰ প্ৰিয় ফুলৰ পৰা জানক প্ৰেমৰ গভীৰতা!

আপোনাৰ সংগীৰ প্ৰিয় ফুলৰ পৰা জানক প্ৰেমৰ গভীৰতা!

6 hours ago
পুৱাই আহিছে দুঃখবৰ! ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৯ জন লোক

পুৱাই আহিছে দুঃখবৰ! ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৯ জন লোক

7 hours ago
বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

18 hours ago
নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পূৰৱী গাখীৰৰ মূল্য বৃদ্ধি, গাখীৰৰ লগতে পনীৰৰো দাম বৃদ্ধি কৰিলে অসমৰ দুগ্ধ কোম্পানীটোৱে

editor by editor
July 28, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
পূৰৱী গাখীৰৰ মূল্য বৃদ্ধি, গাখীৰৰ লগতে পনীৰৰো দাম বৃদ্ধি কৰিলে অসমৰ দুগ্ধ কোম্পানীটোৱে
0
SHARES
251
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পূৰৱী গাখীৰৰ মূল্য বৃদ্ধি, গাখীৰৰ লগতে পনীৰৰো দাম বৃদ্ধি কৰিলে অসমৰ দুগ্ধ কোম্পানীটোৱে

অসমৰ দুগ্ধ কোম্পানী পূৰৱীয়ে মূল্য বৃদ্ধি কৰিলে কোম্পানীটোৰ সকলো দুগ্ধজাত সামগ্ৰীৰ। গাখীৰৰ লগতে পূৰৱী বেণ্ডৰ প্ৰতিবিধি দুগ্ধজাত সামগ্ৰীৰ বৃদ্ধি পালে দাম। ১ টকাৰ পৰা ২ টকাকৈ বৃদ্ধি পালে মূল্য।

নতুন নিৰিখ অনুসৰি-
৫০০ মিলি লিটাৰৰ পূৰৱী স্মাৰ্ট প্লাছ গাখীৰ মূল্য ৩২ টকাৰ পৰিৱৰ্তে ৩৩ টকালৈ বৃদ্ধি। ৫০০ মিলি লিটাৰৰ পূৰৱী ষ্টেডাৰ্ড গাখীৰ মূল্য ৩৩ টকাৰ পৰিৱৰ্তে ৩৪ টকালৈ বৃদ্ধি।

৫০০ মিলি লিটাৰৰ পূৰৱী গ’ল্ড গাখীৰ মূল্য ৩৬ টকাৰ পৰিৱৰ্তে ৩৭ টকালৈ বৃদ্ধি। ১ লিটাৰৰ পূৰৱী স্মাৰ্ট প্লাছ গাখীৰ মূল্য ৬৪ টকাৰ পৰিৱৰ্তে ৬৬ টকালৈ বৃদ্ধি। ১ লিটাৰৰ পূৰৱী গ’ল্ড গাখীৰ মূল্য ৭০ টকাৰ পৰিৱৰ্তে ৭২ টকালৈ বৃদ্ধি।

গাখীৰৰ লগতে প্ৰতি ২০০ গ্ৰাম পনীৰ মূল্য ৯০ টকাৰ পৰা ৯৫ টকালৈ বৃদ্ধি পালে। আনহাতে ৪০০গ্ৰাম পূৰৱী দৈৰ মূল্য ৩৩ টকাৰ পৰা ৩৪ টকালৈ বৃদ্ধি পালে। ২০০ গ্ৰাম পূৰৱী ঘিঁউৰ মূল্য ১৮০ টকাৰ পৰা ১৯০ টকা লৈ বৃদ্ধি পোৱাৰ লগেত ৫০০ গ্ৰাম পূৰৱী ঘিঁউৰ মূল্য ৪৩০ৰ পৰা ৪৫০ টকালৈ বৃদ্ধি পালে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Assam DairyAssam Milk ProductDairy Productprice hikePurabiPurabi DairyPurabi Milk
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ ফলাফল, কাৰ হাতত জনতাই তুলি দিব শাসনৰ বাঘজৰী?
ৰাজনীতি

কাইলৈ ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ ফলাফল, কাৰ হাতত জনতাই তুলি দিব শাসনৰ বাঘজৰী?

May 3, 2026
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?
অসম

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

April 30, 2026
Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!
অসম

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

April 29, 2026
Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?
অসম

Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

April 29, 2026
Next Post
২০২৪ বৰ্ষৰ ৰক্ষা বন্ধন কেতিয়া, কোন শুভ মুহূৰ্তত বান্ধিব ৰাখী

২০২৪ বৰ্ষৰ ৰক্ষা বন্ধন কেতিয়া, কোন শুভ মুহূৰ্তত বান্ধিব ৰাখী

কিয় অন্য সকলো মাহৰ তুলনাত শাওন মাহ মহাদেৱৰ প্ৰিয়? জানক প্ৰকৃত কাৰণ

কিয় অন্য সকলো মাহৰ তুলনাত শাওন মাহ মহাদেৱৰ প্ৰিয়? জানক প্ৰকৃত কাৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.