• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিয় অন্য সকলো মাহৰ তুলনাত শাওন মাহ মহাদেৱৰ প্ৰিয়? জানক প্ৰকৃত কাৰণ

কিয় অন্য সকলো মাহৰ তুলনাত শাওন মাহ মহাদেৱৰ প্ৰিয়? জানক প্ৰকৃত কাৰণ

2 years ago
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

52 seconds ago
ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

35 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

1 hour ago
পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

2 hours ago
চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

2 hours ago
‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

3 hours ago
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

20 hours ago
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

20 hours ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

21 hours ago
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

21 hours ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

22 hours ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কিয় অন্য সকলো মাহৰ তুলনাত শাওন মাহ মহাদেৱৰ প্ৰিয়? জানক প্ৰকৃত কাৰণ

কিয় অন্য সকলো মাহৰ তুলনাত শাওন মাহ মহাদেৱৰ প্ৰিয়? জানক প্ৰকৃত কাৰণ

editor by editor
July 28, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
কিয় অন্য সকলো মাহৰ তুলনাত শাওন মাহ মহাদেৱৰ প্ৰিয়? জানক প্ৰকৃত কাৰণ
0
SHARES
446
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লোকবিশ্বাস যে এই বিশ্বব্ৰহ্মাণ্ডত যি হয় সকলো ঈশ্বৰৰেই সৃষ্টি৷ হিন্দুধৰ্ম অনুসৰি এই সংসাৰৰ প্ৰতিটো অনু পৰমাণুতেই ভগৱানে অৱস্থান কৰে৷ এতিয়া প্ৰশ্ন হয়, যদি সকলো ঈশ্বৰৰ সৃষ্টি হয় তেন্তে কিয় শাওন মাহ বিশেষভাৱে প্ৰিয় দেৱাদিদেৱ মহাদেৱৰ? পঞ্জিকা অনুসৰি বিগত ১৭ জুলাইৰ পৰা শাওন মাহ আৰম্ভ হৈছে৷ শাওন মাহ মহাদেৱৰ বিশেষ প্ৰিয় বুলি এই মাহত তেওঁক বিশেষভাৱে আৰাধনা কৰাৰ ৰীতি প্ৰচলিত আছে৷ এই সময়ত শিৱলিংগত পানী, গাখীৰ আদি ঢলাৰ পৰম্পৰাও যুগে যুগে চলি আহিছে৷

শাওন মাহ কিয় মহাদেৱৰ প্ৰিয়?

শাওন মাহ কিয় বিশেষকৈ মহাদেৱৰ ইমান প্ৰিয়? এই মাহৰ সৈতে মহাদেৱৰ বিশেষ সংযোগ আছে৷ বছৰৰ ১২ মাহৰ ভিতৰত শাওন মাহেই সকলোতকৈ বেছি প্ৰিয় শিৱ শংকৰ৷ ইয়াৰ কাৰণ উল্লেখ আছে পুৰাণত৷ পুৰাণ অনুসৰি দেৱী সতী আছিল দক্ষ ৰজাৰ জীয়েক৷ মহাদেৱকেই তেওঁ স্বামী হিচাপে গ্ৰহণ কৰিব বুলি শপত গ্ৰহণ কৰে৷ কিন্তু দক্ষ ৰজাৰ কন্যাৰ এই সিদ্ধান্তক সমৰ্থন কৰিব নোৱাৰিলে দক্ষ ৰজাই৷ ৰজা দক্ষই মহাদেৱৰ সৈতে তেওঁৰ কন্যাৰ বিবাহ দিবলৈ ৰাজি নোহোৱাৰ বাবেই তেওঁ দেহত্যাগ কৰে৷ ইয়াৰ পাছতেই পাৰ্বতী ৰূপে হিমালয় পৰ্বতৰ কন্যাৰূপে জন্মগ্ৰহণ কৰে৷

শাওনতেই প্ৰথম শহুৰৰ ঘৰলৈ আহে মহাদেৱ

পৌৰাণিক কাহিনী অনুসৰি প্ৰৱল সাধনাৰ পাছতেই মহাদেৱক স্বামী হিচাপে লাভ কৰে পাৰ্বতীয়ে৷ পাৰ্বতীৰ সাধনাত তুষ্ট হৈ শেষ পৰ্যন্ত মহাদেৱে তেওঁক স্ত্ৰী হিচাপে গ্ৰহণ কৰিবলৈ সন্মত হয়৷ সেই সময়ত লাখ লাখ নাৰী পুৰুষে তেওঁক স্বাগত জনাবলৈ আহে৷ ইয়াৰ ফলত প্ৰসন্ন হৈ মহাদেৱ সেই স্থানত উপস্থিত হৈ সকলোকে আশীৰ্বাদ কৰে৷

শাওনতেই সৰ্বাধিক তীৰ্থযাত্ৰাও হয়

শাওন মাহতেই মৰ্ত্যলোকলৈ নামি আহে মহাদেৱ৷ সেয়ে শাওন মাহত যিসকলে মহাদেৱৰ আৰাধনা কৰে তেওঁলোকৰ ওপৰত প্ৰসন্ন হৈ আশীৰ্বাদ দিয়ে মহাদেৱে৷ এই বিশ্বাসৰ বাবেই শাওনত বেছিভাগ তীৰ্থযাত্ৰা চলে৷ এই সময়ত গংগাৰ পৰা পানী তুলি বহুতেই শিৱলিংগত অৰ্পন কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!
অসম

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

October 11, 2026
ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?
প্ৰযুক্তি

ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

October 11, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

October 11, 2026
পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল
বিশ্ব

পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

October 11, 2026
Next Post
পেৰিছ অলিম্পিকত প্ৰথমটো পদক আঁজুৰিলে মনু ভাকেৰে, ব্ৰঞ্জ জয়েৰে পদক জয়ৰ পৃষ্ঠা খুলিলে ভাৰতে

পেৰিছ অলিম্পিকত প্ৰথমটো পদক আঁজুৰিলে মনু ভাকেৰে, ব্ৰঞ্জ জয়েৰে পদক জয়ৰ পৃষ্ঠা খুলিলে ভাৰতে

শাওনৰ প্ৰতি সাত দিনত কৰক এইকেইটা কাম, সুখ-শান্তি নিশ্চিত আপোনাৰ

শাওনৰ প্ৰতি সাত দিনত কৰক এইকেইটা কাম, সুখ-শান্তি নিশ্চিত আপোনাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.