• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০ বছৰৰ অন্তত বিৰল সংযোগ, শুক্ৰ আৰু শনি সমসপ্তক ৰাজযোগ, ৩ ৰাশিৰ উজলিব ভাগ্য

১০ বছৰৰ অন্তত বিৰল সংযোগ, শুক্ৰ আৰু শনি সমসপ্তক ৰাজযোগ, ৩ ৰাশিৰ উজলিব ভাগ্য

2 years ago
‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

2 minutes ago
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

17 hours ago
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

18 hours ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

18 hours ago
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

19 hours ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

19 hours ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

20 hours ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

21 hours ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

22 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

22 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

23 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১০ বছৰৰ অন্তত বিৰল সংযোগ, শুক্ৰ আৰু শনি সমসপ্তক ৰাজযোগ, ৩ ৰাশিৰ উজলিব ভাগ্য

editor by editor
July 30, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
১০ বছৰৰ অন্তত বিৰল সংযোগ, শুক্ৰ আৰু শনি সমসপ্তক ৰাজযোগ, ৩ ৰাশিৰ উজলিব ভাগ্য
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১০ বছৰৰ অন্তত বিৰল সংযোগ, শুক্ৰ আৰু শনি সমসপ্তক ৰাজযোগ, ৩ ৰাশিৰ উজলিব ভাগ্য

বৈদিক শাস্ত্ৰ অনুযায়ী গ্ৰহসমূহৰ বিভিন্ন সময়ত পৰিৱৰ্তন হয়। যাৰ ফলত ১২ ৰাশিৰ জীৱনত যথেষ্ট প্ৰভাৱ পৰে। আগষ্ট মাহতে শুক্ৰ-শনি সমসপ্তক ৰাজযোগ হ’বলৈ গৈ আছে। অৰ্থাৎ শুক্ৰ আৰু শনি পৰস্পৰে পৰস্পৰৰ সপ্তম স্থান দখল কৰে।

ইয়াৰ উপৰিও সিংহ ত্ৰিগ্ৰহী ৰাজযোগৰ নিৰ্মাণ হৈছে। যাৰ বিশেষ প্ৰভাৱ ৩ ৰাশিৰ জাতক-জাতিকাৰ জীৱনত পৰিব। আৰু ৩ৰাশিৰ জাতক-জাতিকাৰ জীৱনত বৃহৎ পৰিৱৰ্তন হ’ব।

বৃষ ৰাশি- এই ৰশিৰ জাতক-জাতিকাৰ বাবে আহি আছে এক অতি ভাল খবৰ। এই ৰাশিৰ জাতক-জাতিকাৰ জীৱনলৈ হঠাৎ ধন আহিব। আৰ্থিকভাৱে বহুত ভাল হ’ব। এই সময়ত জাতক-জাতিকাই ডাঙৰ কামৰ বাবে বৃহৎ সফলতা লাভ কৰিব। জীৱনত প্ৰেম প্ৰতিষ্ঠা হ’ব। এইবাৰ আয় বাঢ়িব।

কৰ্কট ৰাশি- এই ৰাশিৰ জাতিক-জাতিকাৰ বাবে এটা অতি ডাঙৰ সময় আহিছে। বিশেষকৈ জীৱনৰ যথেষ্ট উন্নতি হ’ব। কৰ্কট ৰাশিৰ জাতক-জাতিকাৰ জীৱনত এটা অতি ভাল সময় আহিব। চাকৰি আৰু ব্যৱসায়ৰ সমান উন্নতি হ’বলৈ গৈ আছে। এইবাৰ কৰ্মচাৰীসকলৰ বাবে বিশেষ উন্নতি হ’ব। জীৱন সংগীৰ সৈতে সামঞ্জস্যতা অতি ভাল হ’ব। চাকৰিটোত পদোন্নতি হোৱাৰ সম্ভাৱনা আছে।

তুলা ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ জীৱনত যথেষ্ট উন্নতি হ’ব। শুক্ৰ ধন-সমৃদ্ধিৰ দেৱতা আৰু শনি ন্যায় আৰু কৰ্মৰ দেৱতা। জীৱনত সুখ-শান্তিৰ প্ৰাধান্য পাব। জীৱনত সামাজিক মানদণ্ড, সন্মান আৰু মৰ্যাদা থাকিব সকলো আগতকৈ ভাল হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AstroastrologyRasiSani GrahaSukra Graha
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’
ভাৰত

‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

October 11, 2026
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!
জীৱনশৈলী

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

October 10, 2026
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ
ভাৰত

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

October 10, 2026
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!
জীৱনশৈলী

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

October 10, 2026
Next Post
পদক, ইতিহাস এইবোৰ ভৱা নাছিলো, কেৱল শেষ পৰ্যন্ত যুঁজ দি গলো, দ্বিতীয় পদক জয় কৰি কি ক’লে মনু ভাকেৰে?

পদক, ইতিহাস এইবোৰ ভৱা নাছিলো, কেৱল শেষ পৰ্যন্ত যুঁজ দি গলো, দ্বিতীয় পদক জয় কৰি কি ক’লে মনু ভাকেৰে?

ৰাজ্যবাসীৰ মূৰত মাধমাৰ, ১ আগষ্টৰ পৰা ২০ শতাংশ পৰ্যন্ত বৃদ্ধি হ’ব চৰকাৰী চিকিৎসা সেৱা মাচুল

ৰাজ্যবাসীৰ মূৰত মাধমাৰ, ১ আগষ্টৰ পৰা ২০ শতাংশ পৰ্যন্ত বৃদ্ধি হ’ব চৰকাৰী চিকিৎসা সেৱা মাচুল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.