• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তালিবানীৰ বাবে এৰিছিল কাবুলিৱালাৰ দেশ, নিঠৰুৱা মানিজাক বিচাৰি উলিয়ালে পেৰিছ অলিম্পিকে, অলিম্পিকত কোন দেশৰ হৈ কি খেল খেলিব মানিজাই?

তালিবানীৰ বাবে এৰিছিল কাবুলিৱালাৰ দেশ, নিঠৰুৱা মানিজাক বিচাৰি উলিয়ালে পেৰিছ অলিম্পিকে, অলিম্পিকত কোন দেশৰ হৈ কি খেল খেলিব মানিজাই?

2 years ago
দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

20 minutes ago
ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

54 minutes ago
শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

2 hours ago
গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

3 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

3 hours ago
জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

12 hours ago
বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

12 hours ago
বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণীত বছৰৰ শেষত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! দূৰ হ’ব আৰ্থিক সংকট, অপ্ৰত্যাশিতভাৱেই কোটিপতি হ’ব এইকেইটা জাতক

কাইলৈ দুৰ্ঘটনাৰ আশংকা আছে ৩ ৰাশিৰ! জানক কেনেকুৱা যাব আপোনাৰ দিনটো?

13 hours ago
কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

13 hours ago
কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

14 hours ago
প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

15 hours ago
বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

তালিবানীৰ বাবে এৰিছিল কাবুলিৱালাৰ দেশ, নিঠৰুৱা মানিজাক বিচাৰি উলিয়ালে পেৰিছ অলিম্পিকে, অলিম্পিকত কোন দেশৰ হৈ কি খেল খেলিব মানিজাই?

তালিবানীৰ বাবে এৰিছিল কাবুলিৱালাৰ দেশ, নিঠৰুৱা মানিজাক বিচাৰি উলিয়ালে পেৰিছ অলিম্পিকে, অলিম্পিকত কোন দেশৰ হৈ কি খেল খেলিব মানিজাই?

editor by editor
July 31, 2024
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
তালিবানীৰ বাবে এৰিছিল কাবুলিৱালাৰ দেশ, নিঠৰুৱা মানিজাক বিচাৰি উলিয়ালে পেৰিছ অলিম্পিকে, অলিম্পিকত কোন দেশৰ হৈ কি খেল খেলিব মানিজাই?
0
SHARES
722
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাবুলৰ বিশেষ ক্লাবটো তেওঁৰ খুবেই পছন্দৰ আছিল৷ বহু যুৱকৰ সৈতে একেলগে তেওঁ বিশেষ ক্লাবটোত ব্ৰেক ডান্স কৰিছিল৷ ব্ৰেক ডান্স তেওঁৰ প্ৰিয় বিষয়৷ তেওঁ সপোন দেখিছিল এদিন তেওঁ ব্ৰেক ডান্সাৰ হৈ উঠিব৷ ব্ৰেক ডান্সাৰ আমাৰ দেশত সাধাৰণ কথা হ’লেও তালিবানে দখল কৰা কাবুলিৱালাৰ দেশত সেয়া অপৰাধ৷ আফগানিস্তানত নাৰীক লৈ আছে কেতবোৰ নিষেধাজ্ঞা৷ নাৰীয়ে বোৰ্খা খুলিব নোৱাৰা দেশত ব্ৰেক ডান্স এক গুৰুতৰ অপৰাধতকৈ কম নহয়৷

সপোন কাঢ়ি লোৱা দেশত কেনেকৈ জীয়াই থকা যায়? কেনেকৈ আশাবোৰক জগাই তোলা যায়৷ ব্ৰেক ডান্সাৰ হিচাপে নিজকে গঢ়িব খোজা তালাশেও সেয়ে কৰিছিল দেশ এৰাৰ পৰিকল্পনা৷ ভৱামতেই মানিজা তালাশে সেয়া কৰি দেখুৱাইছে৷ আফগানিস্তানৰ পৰা পলাই অহা তালাশ এতিয়া পেৰিছ অলিম্পিকত৷ বিশ্বৰ বিভিন্ন কোণৰ পৰা অহা খেলুৱৈৰ সৈতে সমান্তৰালভাৱে নিজৰ প্ৰতিভাৰে উজলি উঠিছে তালাশ৷ তালাশক অলিম্পিকৰ মঞ্চত দেখি আকৌ এবাৰ তালাশৰ জীৱনৰ সেই দুৰ্বিসহ দিনবোৰৰ কথা চৰ্চালৈ আহিছে৷

এইবাৰৰ অলিম্পিকত উজলি উঠিছে ব্ৰেকিং৷ এই ইভেণ্টক ব্ৰেক ডান্স বুলিও কোৱা হয়৷ অলিম্পিকত ইয়াৰে দুটা ইভেণ্ট আছে৷ এটা বি-বয়েজ আৰু আনটো বি-গাৰ্লছ৷ মানিজা নামিব বি-গাৰ্লজ ইভেণ্টত৷ তিনিবছৰ পূৰ্বে আফগান কন্যাগৰাকীয়ে জনা নাছিল তেওঁৰ বাবে অন্য এখন পৃথিৱীয়ে যে এনেকৈ অপেক্ষা কৰি আছে৷ ৩ বছৰ পূৰ্বে অৰ্থাৎ ২০২১ চনত তালিবানী ক্ষমতা লোৱাৰ পাছতেই কাবুলত নাচৰ ক্লাব বন্ধ কৰি দিয়া হয়৷ মহিলাৰ বাবে বন্ধ হ’লেও পুৰুষৰ বাবে অৱশ্যে খোলা আছে ক্লাব৷ মহিলাই নাচ নচাটো ডাঙৰ অপৰাধ বুলি তেওঁলোকে আইন তৈয়াৰ কৰিলে আফগানিস্তানত৷ উপায়হীন হৈ মানিজাই সেই দেশ এৰিবলৈ সিদ্ধান্ত লয়৷ কিন্তু ভৱামতেই এখন দেশ এৰি পলাই অহাটো জানো সহজ কথা? কাবুলৰ পাহাৰীয়া পথেৰে পাকিস্তানত আশ্ৰয় লয়হি মানিজাই৷ কিন্তু সেই দেশো পছন্দৰ নহ’ল মানিজাৰ৷ জীৱন আৰু সপোন বিচাৰি পাকিস্তান এৰি স্পেইন পালেগৈ মানিজা৷ অৱশেষত সেই দেশত তেওঁ বিচাৰি পালে শান্তি আৰু সপোন দুয়োটাই৷ সপোন খেদি খেদি এইবাৰ মানিজা পাইছেগৈ পেৰিছ৷ পেৰিছ অলিম্পিকত মানিজাই বিশেষ ইভেণ্টৰ বাবে সাঁজু হৈছে৷

২১ বছৰীয়া মানিজাই কয়, ‘মই সপোনৰ হাতত ধৰি সকলো পাহৰি এখন দেশৰ পাছত আনখন দেখ এৰিছো৷ ক’লৈ গৈছো, কেনেকৈ থাকিম এইবোৰতকৈ মোৰ বাবে ডাঙৰ আছিল মোৰ সপোনটোহে৷ অৱশ্যে সপোন ইমান বিশালো নাছিল যে মই অলিম্পিক পামহি৷ সপোন কেনেকৈ ইমান সুন্দৰ হৈ উঠিব পাৰে এতিয়াহে ভাৱিছো৷ নিজৰ দেশ এৰি অন্য এখন দেশত গৈ জীয়াই থকাটো খুব কঠিন৷ কিন্তু সেই কঠিনতাৰ সন্মুখত এই সপোন খুবেই ৰঙীন৷ মই মোৰ এই সপোনবোৰ আফগানিস্তানৰ প্ৰতিগৰাকী কন্যাই দেখাটো বিচাৰো৷ আফগানিস্তানৰ প্ৰতিগৰাকী কন্যাই কৰি থকা যুঁজবোৰেই মোক আকৌ এবাৰ তুলি ধৰে৷ মোক সাহস দিয়ে৷ মই পিছপৰিব নোৱাৰো৷ আগুৱাই যাবই লাগিব৷’

কিন্তু এইখিনিতেই প্ৰশ্ন হয়, অলিম্পিকৰ এটা পদকে সলাব পাৰিবনে মানিজাৰ জীৱন? নে তেওঁ দেখা  সপোনবোৰ বৃথা এক সপোন? এই বিষয়টোক হয়তো নিজেও জুঁকিয়াই চাইছে মানিজাই৷ এই সন্দৰ্ভত মানিজাই এক সাক্ষাৎকাৰত কৈছে, ‘এটা পদক জয় কৰা মোৰ বাবে গুৰুত্বপূৰ্ণ নহয়৷ মই আফগানিস্তানৰ প্ৰতিজন লোকক প্ৰমাণ দিব খোজো যে ব্ৰেক ডান্স এটা নাচেই নহয় ই এক ক্ৰীড়া, ই এক কলা, ই এক সংস্কৃতিৰো অংশ৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ
অপৰাধ

দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

July 25, 2026
ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?
ভাৰত

ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

July 25, 2026
শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী
বিবিধ

শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

July 25, 2026
গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?
ভাৰত

গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

July 25, 2026
Next Post
সম্পদৰ দেৱতা কুবেৰে খং কৰিলে আপোনাৰ জীৱনত ঘটিব এই ৫ঘটনা, জানক সবিশেষ

সম্পদৰ দেৱতা কুবেৰে খং কৰিলে আপোনাৰ জীৱনত ঘটিব এই ৫ঘটনা, জানক সবিশেষ

বিয়া কৰোৱা নাই, ১০০ ৰো অধিক সন্তানৰ বায়লজিকেল পিতৃ টেলিগ্ৰামৰ CEO

বিয়া কৰোৱা নাই, ১০০ ৰো অধিক সন্তানৰ বায়লজিকেল পিতৃ টেলিগ্ৰামৰ CEO

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.