• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গোৱালপাৰাত অতিকে শোকাৱহ ঘটনা, বিদ্যুৎস্পৃষ্ট হৈ পিতা-পুত্ৰৰ কৰুণ মৃত্যু

গোৱালপাৰাত অতিকে শোকাৱহ ঘটনা, বিদ্যুৎস্পৃষ্ট হৈ পিতা-পুত্ৰৰ কৰুণ মৃত্যু

2 years ago
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

5 hours ago
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

5 hours ago
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

6 hours ago
প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

6 hours ago
মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

7 hours ago
ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

9 hours ago
পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

10 hours ago
১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

11 hours ago
এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

12 hours ago
৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…

৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…

14 hours ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

প্ৰস্ৰাৱৰ দুৰ্গন্ধ, বমি আৰু অস্থিৰতা, এয়া বৃক্কৰ সমস্যা নেকি?

14 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

পুৰুষৰ কি বস্তু ভাল পায় নাৰীয়ে? ৯৯% লোকে নাজানে এই কথা!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

গোৱালপাৰাত অতিকে শোকাৱহ ঘটনা, বিদ্যুৎস্পৃষ্ট হৈ পিতা-পুত্ৰৰ কৰুণ মৃত্যু

editor by editor
August 9, 2024
in উত্তৰ-পূব, গুৱাহাটী
0
গোৱালপাৰাত অতিকে শোকাৱহ ঘটনা, বিদ্যুৎস্পৃষ্ট হৈ পিতা-পুত্ৰৰ কৰুণ মৃত্যু
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গোৱালপাৰাত অতিকে শোকাৱহ ঘটনা, বিদ্যুৎস্পৃষ্ট হৈ পিতা-পুত্ৰৰ কৰুণ মৃত্যু

গোৱালপাৰা জিলাৰ পৰা আহিছে এক অতিকে শোকাৱহ ঘটনা। একেলগে দুৰ্ঘটনা সংঘটিত হৈ প্ৰাণ হেৰুৱালে পিতা-পুত্ৰই। কান্দোনত ভাঙি পৰিছে পৰিয়াল। গোৱালপাৰা জিলাৰ লক্ষীপুৰত সংঘটিত হৈছে এই ঘটনা।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি লক্ষীপুৰ ধামৰ ৰুপুকুৰা গাঁৱত নিশা প্ৰায় ১১ মান বজাত এই দুৰ্ঘটনা সংঘটিত হয়। নিশা বিৰেশ্বৰ হাজঙৰ ঘৰত সৌৰ প্লেট বেয়া হোৱাৰ বাবে নিশাই সেয়া ঠিক কৰিবলৈ বুলি ঘৰৰ চালত উঠি যায়।

পিতা বিৰেশ্বৰ হাজং আৰু পুত্ৰ ৰমেন হাজং একেলগে যায় সেই বেয়া হৈ থকা সৌৰ প্লেট ঠিক কৰাৰ বাবে। কিন্তু দুৰ্ভাগ্যৰ কথা যে, সৌৰ প্লেট ঠিক কৰি থকাৰ সময়তে ঘৰৰ ওপৰেৰ যোৱা ১১০০০ ভল্টৰ বৈদ্যুতিক তাৰত লাগি বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত হয় দুয়ো পিতা পুত্ৰ।

স্থানীয় ৰাইজে দুয়োকে ততাতৈয়াকৈ লক্ষীপুৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে পিতা-পুত্ৰ ক্ৰমে বিৰেশ্বৰ হাজং আৰু ৰমেন হাজঙৰ মৃত্যু বুলি ঘোষণা কৰে। উক্ত ঘটনাই সমগ্ৰ লক্ষীপুৰ অঞ্চলত বাৰুকৈয়ে শোঁকৰ ছাঁ পেলাইছে । ৰাইজে বিৰেশ্বৰ হাজঙৰ পৰিয়ালক ক্ষতি পুৰণৰ দাবী জনায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamCurrent ShockgoalparaLakhipurSoler Plate
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে
ভাৰত

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

June 10, 2026
এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!
অসম

এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

June 10, 2026
১০ জুনত নাপাব Ola, Uber আৰু Rapido! ড্ৰাইভাৰ ইউনিয়নে সাব্যস্ত কৰিব প্ৰতিবাদ
অসম

১০ জুনত নাপাব Ola, Uber আৰু Rapido! ড্ৰাইভাৰ ইউনিয়নে সাব্যস্ত কৰিব প্ৰতিবাদ

June 9, 2026
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত
বিনোদন

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

June 6, 2026
Next Post
অৱশেষত ৫৩০ দিনত অন্তত জেলৰ পৰা মুকলি আকাশৰ তললৈ দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীশ শিশোদিয়া

অৱশেষত ৫৩০ দিনত অন্তত জেলৰ পৰা মুকলি আকাশৰ তললৈ দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীশ শিশোদিয়া

অস্ত হ’বলৈ ধৰিছে বুধ, ১২ আগষ্টৰ পৰা সমস্যা বৃদ্ধি পাব এই কেইটা ৰাশিৰ

অস্ত হ'বলৈ ধৰিছে বুধ, ১২ আগষ্টৰ পৰা সমস্যা বৃদ্ধি পাব এই কেইটা ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.