• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজ্য চৰকাৰৰ বিশেষ বৈঠক, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, চৰকাৰী বিদ্যালয় সন্দৰ্ভত ক’লে এই কথা-

ৰাজ্য চৰকাৰৰ বিশেষ বৈঠক, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, চৰকাৰী বিদ্যালয় সন্দৰ্ভত ক’লে এই কথা-

2 years ago
শাড়ী পিন্ধি, খালী ভৰিৰে দৌৰি ভাইৰেল হৈ পৰা কবিতাই নাপালে চাকৰি!

শাড়ী পিন্ধি, খালী ভৰিৰে দৌৰি ভাইৰেল হৈ পৰা কবিতাই নাপালে চাকৰি!

19 minutes ago
হিন্দু নীতিৰে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ-তৰ্পণ, ধৰ্ম সলনি কৰিলে নেকি নাজিয়া ইলাহী খানে?

হিন্দু নীতিৰে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ-তৰ্পণ, ধৰ্ম সলনি কৰিলে নেকি নাজিয়া ইলাহী খানে?

1 hour ago
পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!

পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!

2 hours ago
প্ৰেমৰ সম্পৰ্কত বাধা দিয়াৰ বাবেই পিতৃক হ*ত্যা নাবালিকাৰ!

প্ৰেমৰ সম্পৰ্কত বাধা দিয়াৰ বাবেই পিতৃক হ*ত্যা নাবালিকাৰ!

2 hours ago
২১ বছৰৰ মূৰত পুনৰ একেলগে গান গাব উদিত নাৰায়ণ-কুমাৰ ছানু!

২১ বছৰৰ মূৰত পুনৰ একেলগে গান গাব উদিত নাৰায়ণ-কুমাৰ ছানু!

2 hours ago
আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা

আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা

3 hours ago
বংগোপসাগৰৰ পৰা আহি আছে ভয়ংকৰ বিপদ!

বংগোপসাগৰৰ পৰা আহি আছে ভয়ংকৰ বিপদ!

3 hours ago
২৭ লাখ ভাৰতীয়ৰ বাবে ডাঙৰ খবৰ!

২৭ লাখ ভাৰতীয়ৰ বাবে ডাঙৰ খবৰ!

4 hours ago
কলৰ সৈতে গাখীৰ একেলগে খালে কি হয়? জানি হ’ব আচৰিত

কলৰ সৈতে গাখীৰ একেলগে খালে কি হয়? জানি হ’ব আচৰিত

5 hours ago
টাইগাৰ নহয়, বিষ্ণোই গেঙৰ টাৰ্গেট আমিৰ খান! আৰক্ষীৰ হাতত কি নতুন তথ্য?

টাইগাৰ নহয়, বিষ্ণোই গেঙৰ টাৰ্গেট আমিৰ খান! আৰক্ষীৰ হাতত কি নতুন তথ্য?

6 hours ago
চতুৰ্থবাৰৰ বাবে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভা, ভাৰতে পালে সুখৰ বতৰা!

চতুৰ্থবাৰৰ বাবে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভা, ভাৰতে পালে সুখৰ বতৰা!

6 hours ago
শান্তিৰ নিশ্বাস ল’লে ৰাহুল গান্ধী! অমিত শ্বাহক লৈ কৰা মন্তব্য সন্দৰ্ভত দোষমুক্ত ঘোষণা আদালতৰ

শান্তিৰ নিশ্বাস ল’লে ৰাহুল গান্ধী! অমিত শ্বাহক লৈ কৰা মন্তব্য সন্দৰ্ভত দোষমুক্ত ঘোষণা আদালতৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰাজ্য চৰকাৰৰ বিশেষ বৈঠক, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, চৰকাৰী বিদ্যালয় সন্দৰ্ভত ক’লে এই কথা-

editor by editor
August 9, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
ৰাজ্য চৰকাৰৰ বিশেষ বৈঠক, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, চৰকাৰী বিদ্যালয় সন্দৰ্ভত ক’লে এই কথা-
0
SHARES
387
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজ্য চৰকাৰৰ বিশেষ বৈঠক, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, চৰকাৰী বিদ্যালয় সন্দৰ্ভত ক’লে এই কথা-

আজি শুকুৰবাৰ ৯ আগষ্ট তাৰিখে সম্পন্ন হ’ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। কেবিনেট বৈঠকৰ অন্তত সন্ধিয়া সংবাদমেলযোগে সিদ্ধান্তসমূহ সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ আজিৰ বৈঠকত।

ক্ষুদ্ৰ ব্যৱসায়ক লৈও কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। GST জাননী প্ৰেৰণক লৈ শুকুৰবাৰৰ কেবিনেটত সিদ্ধান্ত লোৱা হৈছে। ৫ লাখৰ ওপৰৰ টেক্স ভেল্যু হ’লেহে জাননী যাব।

তাৰ বিপৰীতে ৫ লাখৰ তলৰ টেক্স ভেল্যুৰ ক্ষুদ্ৰ ব্যৱসায়ীলৈ ৰেহাই দিয়া হৈছে। GSTৰ ধাৰা ১৬১ অনুসৰি অসম কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰে। অকল ইমানেই নহয়, পুৰণি জাননীৰ পৰাও ৰেহাই পাব ক্ষুদ্ৰ ব্যৱসায়ীসকলে।

আনহাতে আজিৰ কেবিনেটে মৰাণ-মটক স্বায়ত্তশাসিত পৰিষদৰ সদস্য বৃদ্ধিৰো প্ৰস্তাৱো লোৱা হৈছে কেবিনেট বৈঠকত। বৰ্তমানৰ ২২ৰ পৰা ২৭গৰাকীলৈ বৃদ্ধি কৰা হ’ব সদস্যসংখ্যা।

কেবিনেট সিদ্ধান্ত অনুসৰি বিদ্যালয়ত ৰাজ্য চৰকাৰে নিযুক্তি দিব গণিতৰ স্নাতক শিক্ষক। ১৭৭৬গৰাকী শিক্ষকৰ বাবে গণিতৰ স্নাতক শিক্ষকৰ পদ সৃষ্টিত কেবিনেটে জনাইছে অনুমোদন।

পলিটেকনিক, অভিযান্ত্ৰিক কলেজতো ২২১টা পদত দিয়া হ’ব নতুন নিযুক্তি। তৃতীয়-চতুৰ্থ বৰ্গৰ পদত নিযুক্ত হ’ব ২২১ জন।

আনহাতে, BTRত অন্তৰ্ভুক্ত হ’ব ১৬খন নতুন গাঁও, আৰু ৩ খন গাঁৱত জনসংখ্যা হিচাপ কৰি সিদ্ধান্ত ল’ব সিদ্ধান্ত ল’ব ৰাজ্য় চৰকাৰে। এই গাঁও কেইখনত ৮০ শতাংশই জনজাতিয় লোক।

ইয়াৰ উপৰিও আজিৰ কেবিনেটত এক বিশেষ সিদ্ধান্ত,  অসমৰ বহু ঠাইত স্থানীয় মাধ্যমৰ যেনে অসমীয়া, বড়ো, বঙালী আদি মাধ্যমত বহুতো ভাল ভাল শিক্ষানুষ্ঠান গঢ় সলৈ উঠিছে। যেনে- জাতীয় বিদ্যালয়, শংকৰদেৱ শিশু নিকেটন আদি।

এই বিদ্যালয়ত সমুহত ২৫ শতাংশ আসন চৰকাৰী কৰিব পাৰি নেকি এই বিষয়ে কথা-বতৰা হোৱাৰ বাবে নিৰ্দেশনা দিয়া হৈছে  শিক্ষ বিভাগক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassam cabinetassam cmAssam Cm SarmaAssam. GuwahaticabinetCabinet Metingcmguwahati
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা
অসম

আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা

October 26, 2026
মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ
অসম

মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ

October 25, 2026
বনাঞ্চলৰ গছ কাটি তহিলং, অসমৰ মাটি দখল অৰুণাচলী দুৰ্বৃত্তৰ
অসম

বনাঞ্চলৰ গছ কাটি তহিলং, অসমৰ মাটি দখল অৰুণাচলী দুৰ্বৃত্তৰ

October 25, 2026
লম্পট বিষ্ণুৱে বৃদ্ধাৰে কৰিলে অপকৰ্ম
অপৰাধ

লম্পট বিষ্ণুৱে বৃদ্ধাৰে কৰিলে অপকৰ্ম

October 25, 2026
Next Post
চকুৰ সমুখতে আকাশৰ পৰা সৰি পৰি দাওদাওকৈ জ্বলি উঠিল ৬২ যাত্ৰীসহ বিমান, সকলো নিহত

চকুৰ সমুখতে আকাশৰ পৰা সৰি পৰি দাওদাওকৈ জ্বলি উঠিল ৬২ যাত্ৰীসহ বিমান, সকলো নিহত

বিনেশৰ পৰা শিকি ১০ ঘণ্টাত ৪.৬ কেজি হ্ৰাসেৰে অমনে জয় কৰিলে দেশৰ হৈ ষষ্ঠটো অলিম্পিক

বিনেশৰ পৰা শিকি ১০ ঘণ্টাত ৪.৬ কেজি হ্ৰাসেৰে অমনে জয় কৰিলে দেশৰ হৈ ষষ্ঠটো অলিম্পিক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.