• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ব্ৰহ্মা যোগত কাইলৈ সাহস আৰু সম্পদ বাঢ়িব ৫ৰাশিৰ, পাব বজৰংবলীৰ কৃপা

ব্ৰহ্মা যোগত কাইলৈ সাহস আৰু সম্পদ বাঢ়িব ৫ৰাশিৰ, পাব বজৰংবলীৰ কৃপা

2 years ago
বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

1 hour ago
অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

2 hours ago
কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

2 hours ago
আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

3 hours ago
ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

4 hours ago
কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

5 hours ago
Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

6 hours ago
এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ

এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ

6 hours ago
বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

15 hours ago
এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

15 hours ago
Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

16 hours ago
পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ব্ৰহ্মা যোগত কাইলৈ সাহস আৰু সম্পদ বাঢ়িব ৫ৰাশিৰ, পাব বজৰংবলীৰ কৃপা

ব্ৰহ্মা যোগত কাইলৈ সাহস আৰু সম্পদ বাঢ়িব ৫ৰাশিৰ, পাব বজৰংবলীৰ কৃপা

editor by editor
August 12, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ব্ৰহ্মা যোগত কাইলৈ সাহস আৰু সম্পদ বাঢ়িব ৫ৰাশিৰ, পাব বজৰংবলীৰ কৃপা
0
SHARES
826
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৩ আগষ্ট ২০২৪ মঙলবাৰে চন্দ্ৰই ৰঙা গ্ৰহ মঙলৰ ৰাশি বৃশ্চিকত গোচৰ  কৰিব৷ শাওন মাহৰ শুক্লপক্ষৰ অষ্টমী তিথি৷ কাইলৈ শাওন মাহৰ শেষ মঙলবাৰে পালিত হ’ব মঙলা গৌৰী ব্ৰত৷ তাৰ সৈতে কাইলৈ পালিত হ’ব মাহেকীয়া দুৰ্গাষ্টমী৷ জ্যোতিষ গণনা অনুসৰি ব্ৰহ্মা যোগ এৰাৰ পাছতেই থাকিব ইন্দ্ৰ যোগৰ প্ৰভাৱ৷ সূৰ্যই এতিয়া অৱস্থান কৰিছে কৰ্কট ৰাশিত৷ ইয়াৰোপৰি কাইলৈ থাকিব বিশাখা নক্ষত্ৰৰ প্ৰভাৱ৷ সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত মঙলবাৰে হ’ল সংকটমোচন হনুমানৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক কাইলৈ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

বৃষ ৰাশি

​কাইলৈ ১৩ আগষ্ট দিনটো বিশেষ হ’ব বৃষ ৰাশিৰ জাতকৰ৷ কাইলৈ আপোনাৰ মনত সাহস আৰু আত্মবিশ্বাসেৰে পূৰ্ণ থাকিব৷ নিজৰ সাহসেৰে কাইলৈ দিনটো আপোনাৰ বাবে সকলো ফালেই সুন্দৰ হ’ব৷ কাইলৈ মঙলবাৰে দিনটো আপুনি বেছ আনন্দেৰে কটাব৷ পৰিয়ালৰ সৈতে শ্বপিং কৰিব পাৰে৷ ব্যৱসায়ীসকলে কাইলৈ ভাল লাভ কৰাৰ সম্ভাৱনা আছে৷

সিংহ ৰাশি

ব্ৰহ্মা যোগৰ প্ৰভাৱত সিংহ ৰাশিৰ জাতকৰ কাইলৈ সকলো ফালেই কোনো ভাল খবৰ পাব৷ কাইলৈ দিনটো আপুনি পৰিয়ালৰ সকলোৰে সৈতে ভাল সময় কটাব৷ পেছাগত জীৱনত কাইলৈ আপোনাৰ আত্মবিশ্বাস আৰু এনাৰ্জি থাকিব৷ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে৷ নিজৰ কেৰিয়াৰত কাইলৈ উন্নতি কৰাৰ বৃহৎ সুযোগ পাব সিংহ ৰাশিৰ জাতকে৷

তুলা ৰাশি

কাইলৈ ইন্দ্ৰ যোগৰ শুভ ফল লাভ কৰিব তুলা ৰাশিৰ জাতকে৷ কাইলৈ পৰিয়ালৰ সকলোৰে সৈতে বেছ আনন্দেৰে কটাব আপুনি৷ ৰেস্তোৰাত বন্ধুৰ সৈতে বেছ মজাৰ সময় কটাবলৈ সুযোগ পাব৷ কাইলৈ দিনটো আপোনাৰ পেছাগত জীৱনত বেছ শুভ ফল পাব৷ কোনো প্রভাৱশালী ব্যক্তিৰ সৈতে কাইলৈ আপোনাৰ আলাপ হ’ব পাৰে তুলা ৰাশিৰ জাতকৰ৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকে কাইলৈ আৰ্থিকভাৱে লাভৱান হ’ব পাৰে৷ কোনো আইনী জটিলতাৰ পৰা মুক্তি পাব পাৰে৷ বিশাখা নক্ষত্ৰৰ প্ৰভাৱত শত্ৰুক কাইলৈ আপুনি পৰাজিত কৰিব পাৰে৷ অৰ্থ সংক্ৰান্তিয় কোনো ডাঙৰ সিদ্ধান্ত কাইলৈ ল’ব পাৰে৷ শুভ যোগৰ শুভ প্রভাৱত কাইলৈ নিজৰ সকলো সমস্যাৰ পৰা মুক্ত হ’ব পাৰিব ধনু ৰাশিৰ জাতকে৷ ব্যৱসায়ত কাইলৈ ডাঙৰ সাফল্য লাভ কৰিব৷

মকৰ ৰাশি

১৩ আগষ্ট লাভজনক দিন হ’ব মকৰ ৰাশিৰ জাতকৰ৷ স্বাস্থ্যৰো কাইলৈ উন্নতি হ’ব আপোনাৰ৷ মঙলবাৰে যি সাফল্যৰ বাবে আপুনি বহুদিন ধৰি অপেক্ষা কৰি আছিল সেই সফলতা আহিব৷ সংগীৰ সৈতে কাইলৈ বুজাপৰাৰ মাজেৰে দিনটো কটাব৷ একেলগে কৰোবালৈ ফুৰিবলৈ যাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী
বিনোদন

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

June 19, 2026
অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?
বিশ্ব

অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

June 19, 2026
কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন
অসম

কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

June 19, 2026
আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?
জীৱনশৈলী

আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

June 19, 2026
Next Post
বাংলাদেশত কমিছে দুৰ্গাপুজাৰ ছুটী! বাংলাদেশত হিন্দুৰ সৈতে চলিছে কি?

বাংলাদেশত কমিছে দুৰ্গাপুজাৰ ছুটী! বাংলাদেশত হিন্দুৰ সৈতে চলিছে কি?

কেদাৰনাথৰ পৰা ৰামেশ্বৰম কিয় একে সৰলৰেখাত এই ৭ শিৱমন্দিৰ অৱস্থিত? জানক অজানা ৰহস্য

কেদাৰনাথৰ পৰা ৰামেশ্বৰম কিয় একে সৰলৰেখাত এই ৭ শিৱমন্দিৰ অৱস্থিত? জানক অজানা ৰহস্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.