• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্বুটিং বিশ্বকাপত নেখেলে মনু ভাকেৰে, কিয় ! প্ৰশিক্ষকে ক’লে সবিশেষ

2 years ago
আজি নিশা আকাশত সৰলৰেখাত থাকিব ৪গ্ৰহ, গঠিত হ’ব ধনযোগ, টকা গণি শেষ কৰিব নোৱাৰিব ৪ৰাশিয়ে

6 minutes ago
ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

24 minutes ago
ভাৰততেই চলে এছিয়াৰ আটাইতকৈ দামী ৰে’ল, ১ টা টিকটৰ দামত আপুনি কিনিব পাৰিব ১৩৫ গ্ৰাম সোণ, কি নাম এই বিলাসী ৰে’লৰ?

38 minutes ago
এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?

1 hour ago
চুলিৰ বাবে কণী উপকাৰী, কিন্তু কেনেকৈ লগাব? কেনেকৈ লগালে চুলি ৰেচমী হৈ পৰিব?

মে মাহত বাম্পাৰ লাভ ৩ৰাশিৰ, শুক্ৰৰ গোচৰ জীৱনলৈ আহিব লাক্সাৰি

2 hours ago
লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা, বিহু সম্ৰাজ্ঞী সংগীতাই উপহাৰ হিচাপে কি কি লাভ কৰিলে?

3 hours ago
‘বিগত ৭মাহে আবেগিকভাৱে ভাঙি পৰিছো, যি হেৰুৱাইছো সেয়া বুজাব নোৱাৰো, এতিয়া শূন্যতাৰ বাহিৰে একো নাই’ পাণ্ডু বিহুতলিৰ পৰা কি বাৰ্তা গৰিমা গাৰ্গৰ?

শুকুৰবৰীয়া নামাজত বো* দিবলৈ গৈ নিজেই গ্ৰহণ কৰিলে ইছলাম, হঠাৎ ইছলাম প্ৰেম কেনেকৈ আহিল মনত, জানক সবিশেষ

4 hours ago
অক্ষয় তৃতীয়াত কৃত্তিকা নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, মা লক্ষ্মীৰ আগমন হ’ব এই ৩ৰাশিৰ ঘৰত

5 hours ago
দুই-তৃতীয়াংশ ভোট নাপালে চৰকাৰে, লোকসভাত খাৰিজ মহিলা সংৰক্ষণ সংশোধনী বিল

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

শ্বুটিং বিশ্বকাপত নেখেলে মনু ভাকেৰে, কিয় ! প্ৰশিক্ষকে ক’লে সবিশেষ

editor by editor
August 13, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
শ্বুটিং বিশ্বকাপত নেখেলে মনু ভাকেৰে, কিয় ! প্ৰশিক্ষকে ক’লে সবিশেষ
0
SHARES
95
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শ্বুটিং বিশ্বকাপত নেখেলে মনু ভাকেৰে, কিয় ! প্ৰশিক্ষকে ক’লে সবিশেষ

২০২৪ চনৰ পেৰিছ অলিম্পিকত ভাৰতে মুঠ ৬টা পদক লাভ কৰিছে , ইয়াৰে কেৱল তাৰকা শ্বুটাৰ মনু ভাকৰে ২টা পদক লাভ কৰিছে। মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত ব্ৰঞ্জৰ পদক লাভ কৰি অলিম্পিকত ভাৰতৰ একাউণ্ট মুকলি কৰে মনু ভাকৰে।

তাৰ পিছত মনু ভাকৰে সাৰবজোৎ সিঙৰ সৈতে যুটিয়াভাৱে ১০ মিটাৰ এয়াৰ পিষ্টল শাখাৰ মিক্সড ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে। অলিম্পিকৰ একেটা বিভাগত দুটাকৈ পদক লাভ কৰা স্বাধীন ভাৰতৰ প্ৰথমগৰাকী খেলুৱৈ মনু ভাকেৰ, কিন্তু এতিয়া খবৰ আহিছে যে মনু ভাকেৰক বিশ্বকাপত দেখা নাযায়।

পেৰিছ অলিম্পিক-২০২৪ত ২টা ব্ৰঞ্জৰ পদক লাভ কৰা মনু ভাকেৰে ৩ মাহৰ বিৰতি ল’বলৈ ওলাইছে। এনে পৰিস্থিতিত দিল্লীত অনুষ্ঠিত হ’বলগীয়া শ্বুটিং বিশ্বকাপৰ পৰাও বাহিৰত থাকিব পাৰে। সংবাদ মাধ্যমৰ সৈতে কথা পাতি মনু ভাকেৰৰ প্ৰশিক্ষক জছপাল ৰাণাই অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ অংশ নহ’ব বুলি অৱগত কৰিছে।

১৩ৰ পৰা ১৮ অক্টোবৰলৈ নতুন দিল্লীত অনুষ্ঠিত হ’ব শ্বুটিং বিশ্বকাপ। এই বিশ্বকাপত সমগ্ৰ বিশ্বৰ প্ৰবীণ শ্বুটাৰক খেলা দেখা যাব। মনু ভাকেৰৰ প্ৰশিক্ষক জছপাল ৰাণাই কয় যে বৰ্তমান মনু ভাকেৰৰ গুৰুত্ব ২০২৬ চনৰ এছিয়ান গেমছ আৰু কমনৱেলথ গেমছৰ ওপৰত।

২০২৪ চনৰ পেৰিছ অলিম্পিকত ২টা পদক লাভ কৰিছে মনু ভাকেৰে। তৃতীয়টো পদকো লাভ কৰিব পাৰিলেহেঁতেন পাছে মহিলাৰ ২৫ মিটাৰ এয়াৰ পিষ্টলত মাত্ৰ এটা শ্বট হেৰুৱাই চতুৰ্থ স্থানতে সন্তুষ্ট থাকে। মনু ভাকেৰৰ এই প্ৰদৰ্শনৰ বাবে পেৰিছ অলিম্পিক-২০২৪ৰ সামৰণি অনুষ্ঠানত তেওঁক ভাৰতৰ পতাকাবাহী হিচাপে নিযুক্তি দিয়া হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bronze MadelistIndian ShooterManu BhakerOlympian
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰততেই চলে এছিয়াৰ আটাইতকৈ দামী ৰে’ল, ১ টা টিকটৰ দামত আপুনি কিনিব পাৰিব ১৩৫ গ্ৰাম সোণ, কি নাম এই বিলাসী ৰে’লৰ?
জীৱনশৈলী

April 18, 2026
এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?
জীৱনশৈলী

এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?

April 18, 2026
মে মাহত বাম্পাৰ লাভ ৩ৰাশিৰ, শুক্ৰৰ গোচৰ জীৱনলৈ আহিব লাক্সাৰি
জীৱনশৈলী

মে মাহত বাম্পাৰ লাভ ৩ৰাশিৰ, শুক্ৰৰ গোচৰ জীৱনলৈ আহিব লাক্সাৰি

April 18, 2026
‘বিগত ৭মাহে আবেগিকভাৱে ভাঙি পৰিছো, যি হেৰুৱাইছো সেয়া বুজাব নোৱাৰো, এতিয়া শূন্যতাৰ বাহিৰে একো নাই’ পাণ্ডু বিহুতলিৰ পৰা কি বাৰ্তা গৰিমা গাৰ্গৰ?
অসম

Next Post
অ/বৈধ সম্পৰ্কৰ সন্দেহতে শেষ হৈ গ’ল এটা পৰিয়াল, ৫ জন লোক নিহত

অ/বৈধ সম্পৰ্কৰ সন্দেহতে শেষ হৈ গ'ল এটা পৰিয়াল, ৫ জন লোক নিহত

২৬ আগষ্টৰ পৰা মালামাল হৈ পৰিব ৩ ৰাশিৰ লোক, কাৰণ হ’বলৈ গৈ আছে বিশেষ সংযোগ

২৬ আগষ্টৰ পৰা মালামাল হৈ পৰিব ৩ ৰাশিৰ লোক, কাৰণ হ'বলৈ গৈ আছে বিশেষ সংযোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন