• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ শনি ত্ৰয়োদশীত আয়ুষ্মান যোগ, গ্ৰহৰাজৰ কৃপাত সৌভাগ্য খুলিব ৫ৰাশিৰ

কাইলৈ শনি ত্ৰয়োদশীত আয়ুষ্মান যোগ, গ্ৰহৰাজৰ কৃপাত সৌভাগ্য খুলিব ৫ৰাশিৰ

2 years ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

24 minutes ago
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

1 hour ago
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

1 hour ago
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

2 hours ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

2 hours ago
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

3 hours ago
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

3 hours ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

4 hours ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

5 hours ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

6 hours ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

6 hours ago
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ শনি ত্ৰয়োদশীত আয়ুষ্মান যোগ, গ্ৰহৰাজৰ কৃপাত সৌভাগ্য খুলিব ৫ৰাশিৰ

কাইলৈ শনি ত্ৰয়োদশীত আয়ুষ্মান যোগ, গ্ৰহৰাজৰ কৃপাত সৌভাগ্য খুলিব ৫ৰাশিৰ

editor by editor
August 16, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কাইলৈ শনি ত্ৰয়োদশীত আয়ুষ্মান যোগ, গ্ৰহৰাজৰ কৃপাত সৌভাগ্য খুলিব ৫ৰাশিৰ
0
SHARES
477
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ১৭ আগষ্ট ২০২৪ শনিবাৰে চন্দ্ৰই ধনু ৰাশি ত্যাগ কৰি মকৰ ৰাশিত গোচৰ কৰিব৷ কাইলৈ পালিত হ’ব শনি ত্ৰয়োদশী৷ ইয়াৰোপৰি কাইলৈ থাকিব প্ৰদোষ ব্ৰত৷ অৰ্থাৎ কাইলৈ শনি প্ৰদোষ ব্ৰত পালিত হ’ব৷ কাইলৈ দিনজুৰি থাকিব আয়ুষ্মান যোগ আৰু প্ৰীতি যোগৰ প্ৰভাৱ৷ ইয়াৰোপৰি কাইলৈ থাকিব প্ৰথমে পূৰ্ব আষাঢ় আৰু পাছত উত্তৰ আষাঢ় নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো প্ৰভাৱত ফলত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্ম অনুসৰি শনিবাৰ হৈছে কৰ্মফলৰ দেৱতা শনিৰ প্ৰিয় দিন৷ জ্যোতিষ অনুসৰি কাইলৈ কোন তোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব?

মিথুন ৰাশি

কাইলৈ ১৭ আগষ্ট লাভজনক হ’ব মিথুন ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ নিজৰ খৰচ সকলো দূৰ কৰি কিছু ব্যক্তিগত সঞ্চয় কৰিব পাৰে৷ শনিৰ আশীৰ্বাদত কাইলৈ আপোনাৰ আত্মবিশ্বাস বাঢ়িব৷ নিজৰ ব্যক্তিগত আৰু পেছাগত জীৱন সংক্ৰান্তীয় কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে৷ কাইলৈ আপোনাৰ জীৱনত বেছ কিছু পজিটিভ পৰিবৰ্তন লক্ষ্য কৰিব পাৰে৷

সিংহ ৰাশি

কাইলৈ শনি ত্ৰয়োদশীত শনিৰ আশীৰ্বাদত থাকিব সিংহ ৰাশিৰ জাতকৰ ওপৰত৷ ধৰ্মীয় কামৰ প্ৰতি কাইলৈ ইচ্ছা বাঢ়িব৷ কাইলৈ আপুনি যি সিদ্ধান্ত ল’ব সেয়া লাভজনক প্ৰমাণিত হ’ব৷ কিছু অতিৰিক্ত উপাৰ্জন কৰিব পাৰে সিংহ ৰাশিৰ জাতকে৷ কেৰিয়াৰত উন্নতি কৰাৰ সুযোগ পাব৷ দাম্পত্য জীৱনত প্ৰেম বাঢ়িব৷

তুলা ৰাশি

১৭ আগষ্ট শনিবাৰৰ দিনটো তুলা ৰাশিৰ জাতকৰ বাবে উপকাৰী হ’ব৷ আপোনাৰ বহুদিনীয়া ইচ্ছাপূৰণ হ’ব৷ কাইলৈ নিজৰ সকলো কামেই সুকলমে হ’ব৷ পুৰণি বিনিয়োগৰ পৰা আৰ্থিক ভাৱে লাভৱান হ’ব৷ কাইলৈ তুলা ৰাশিৰ জাতকৰ আৰ্থিক অৱস্থাৰ উন্নতি হ’ব৷

ধনু ৰাশি

আয়ুষ্মান যোগৰ শুভ প্ৰভাৱত নিজৰ পৰিয়ালৰ সকলো প্ৰয়োজন দূৰ কৰাত সক্ষম হ’ব ধনু ৰাশিৰ জাতক৷ পূৰ্বে কৰোবাত বিনিয়োগ কৰি থলে তাৰপৰা আৰ্থিক লাভ হ’ব৷ পূৰ্বৰ বিনিয়োগৰ পৰা কাইলৈ ভাল ৰিটাৰ্ণ পাব পাৰে৷ কোনো সমস্যা দীৰ্ঘদিন ধৰি থাকিলে সেই সমস্যাৰ পৰাও মুক্তি পাব৷ কাইলৈ কোনো কামৰ অতিৰিক্ত দায়িত্ব পাব পাৰে৷

মকৰ ৰাশি

১৭ আগষ্ট ২০২৪ প্ৰীতি যোগৰ প্ৰভাৱত ভাগ্য খুলিব মকৰ ৰাশিৰ জাতকৰ৷ কাইলৈ দিনটো আপুনি সুখেৰে কটাব৷ বেছ অৰ্থলাভ হ’ব আপোনাৰ৷ সমাজসেৱা মূলক কাম কৰাৰ ফলত সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব আপোনাৰ৷ কাইলৈ আপুনি যি কামত হাত দিয়ে তাতেই সফলতা পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!
জীৱনশৈলী

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

April 13, 2026
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!
জীৱনশৈলী

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

April 13, 2026
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!
খাদ্য

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

April 13, 2026
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা
জীৱনশৈলী

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

April 13, 2026
Next Post
মোদীৰ সৈতে ফোনযোগে বাৰ্তালাপ, বাংলাদেশী হিন্দুক লৈ বৃহৎ প্ৰতিশ্ৰুতি দিলে মহম্মদ ইউনূছে

মোদীৰ সৈতে ফোনযোগে বাৰ্তালাপ, বাংলাদেশী হিন্দুক লৈ বৃহৎ প্ৰতিশ্ৰুতি দিলে মহম্মদ ইউনূছে

ছেপ্টেম্বৰত লাভেই লাভ এই ৩ৰাশিৰ জাতকৰ, আপুনিও আছে নেকি তালিকাত?

ছেপ্টেম্বৰত লাভেই লাভ এই ৩ৰাশিৰ জাতকৰ, আপুনিও আছে নেকি তালিকাত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.