• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
থলুৱাই পাব চাকৰি, কোটি টকাৰ মাটি পালে ১টকাতেই, বৃহৎ প্ৰকল্প লৈ অযোধ্যাত টাটা

থলুৱাই পাব চাকৰি, কোটি টকাৰ মাটি পালে ১টকাতেই, বৃহৎ প্ৰকল্প লৈ অযোধ্যাত টাটা

2 years ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

1 hour ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

3 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

3 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

3 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

4 hours ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

16 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

16 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

17 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

17 hours ago
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

17 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

১০ লাখৰ FD নে ১০ হাজাৰৰ RD? ১০ বছৰৰ পিছত কোনে বেছি ৰিটাৰ্ণ পাব জানক

18 hours ago
জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

থলুৱাই পাব চাকৰি, কোটি টকাৰ মাটি পালে ১টকাতেই, বৃহৎ প্ৰকল্প লৈ অযোধ্যাত টাটা

থলুৱাই পাব চাকৰি, কোটি টকাৰ মাটি পালে ১টকাতেই, বৃহৎ প্ৰকল্প লৈ অযোধ্যাত টাটা

editor by editor
August 16, 2024
in জীৱনশৈলী, বাণিজ্য, বিজ্ঞান, ভাৰত, ৰাজনীতি, লেখা
0
থলুৱাই পাব চাকৰি, কোটি টকাৰ মাটি পালে ১টকাতেই, বৃহৎ প্ৰকল্প লৈ অযোধ্যাত টাটা
0
SHARES
312
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাম মন্দিৰ নিৰ্মাণৰ পাছৰে পৰাই অযোধ্যাত বিনিয়োগ কৰিব বিচাৰিছে ডাঙৰ ডাঙৰ সংস্থাই৷ পিছপৰি থকা নাই টাটাও৷ বৃহৎ কেইবাটাও বিনিয়োগেৰে অযোধ্যালৈ আহিবলৈ সাঁজু হৈছে টাটা গোষ্ঠীৰ প্ৰধান ইনভেষ্টমেণ্ট হোল্ডিং কোম্পানী টাটা ছঞ্চ৷ সূত্ৰৰ খবৰ অনুসৰি সকলো মিলি অযোধ্যাত ৭৫০ কোটি টকা বিনিয়োগ কৰিবলৈ আগবাঢ়িছে টাটা ছঞ্চ৷ ইয়াৰ মাজতেই ৬৫০ কোটি টকা ব্যয়েৰে এটা বিশেষ জাদুঘৰো নিৰ্মাণ কৰিব টাটাই৷ মন্দিৰৰ জাদুঘৰ৷ ভাৰতৰ বিভিন্ন মন্দিৰৰ কথা এই জাদুঘৰত দেখুওৱা হ’ব৷ সম্প্ৰতি এই মন্দিৰত জাদুঘৰ তৈয়াৰত সেউজ সংকেত দিছে উত্তৰ প্ৰদেশ চৰকাৰেও৷

টাটাৰ এই পৰিকল্পনা সম্পৰ্কে জনাইছে উত্তৰপ্ৰদেশৰ পৰ্যটন মন্ত্ৰী জয়বীৰ সিঙেও৷ সম্প্ৰতি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সভাপতিত্বত মন্ত্ৰীসভাৰ এই বৈঠকত টাটা ছঞ্চৰৰ জাদুঘৰ নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন দিয়া হয়৷ এই বৈঠকৰ পাছতেই জয়বীৰ সিঙে কয়, ‘টাটা ছঞ্চে কেন্দ্ৰীয় চৰকাৰৰ মাধ্যমেৰে এই প্ৰকল্পৰ প্ৰস্তাৱ আমাক দিছিল৷ সংস্থাৰ সামাজিক দায়বদ্ধতা তহবিলৰ অধীনত ৬৫০ কোটি টকা ব্যয় সাপেক্ষে এই জাদুঘৰ নিৰ্মাণৰ প্ৰস্তাৱ তেওঁলোকে ৰাখিছে৷ আমি এই প্ৰস্তাৱত অনুমোদন দিছো৷’

জয়বীৰ সিঙে লগতে কয় যে, এই জাদুঘৰতো আন্তৰ্জাতিক মানৰ জাদুঘৰ হ’ব৷ ইয়াৰ বাবে ৯০ বছৰৰ লীজত টাটাক প্ৰায় ২ একৰ ভূমি যোগান ধৰিছে আদিত্যনাথ চৰকাৰে৷ অযোধ্যাত এতিয়া মাটিৰ দাম বহু বাঢ়ি গৈছে৷ সেই হিচাপত মাটিখিনিৰ প্ৰকৃত মূল্য এতিয়া প্ৰায় ১ কোটি টকা৷ কিন্তু টাটাৰ পৰা এই ভূমিৰ বাবদ মাত্ৰ ১টকা হে লৈছে যোগীয়ে৷

অযোধ্যাৰ সদৰ মহকুমাৰ, মাঞ্জা জামতাৰা গাওঁত তৈয়াৰ হ’ব এই জাদুঘৰ৷ এই জাদুঘৰ তৈয়াৰৰ বাবে টাটাই ৬৫০ কোটি ব্যয় কৰাৰ ওপৰিও আশেপাশে থকা এলেকাসমূহৰ পৰিকাঠামো উন্নয়নৰ বাবে আৰু ১০০ কোটি খৰচ কৰিব টাটা ছঞ্চে৷ পৰবৰ্তী সময়ত টাটা ছঞ্চৰেই এই জাদুঘৰৰ চোৱাচিতাৰ দায়িত্বও পালন কৰিব৷

উল্লেখ্য যে ৰামমন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ পাছতেই মন্দিৰৰ জাদুঘৰ তৈয়াৰৰ কথা ঘোষণা কৰিছিল যোগী আদিত্যনাথে৷ ২০২৩ চনৰ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত বিষয়টোক লৈ পৰিকল্পনাৰ কথাও তুলি ধৰিছিল যোগীয়ে৷ শেহতীয়াভাৱে সেই জাদুঘৰক জীৱন্ত ৰূপ দিবলৈ আগবাঢ়িছে ৰতন টাটাৰ সংস্থা টাটা ছঞ্চৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক
অসম

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

September 14, 2026
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী
অপৰাধ

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

September 14, 2026
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক
জীৱনশৈলী

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

September 14, 2026
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?
জীৱনশৈলী

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

September 14, 2026
Next Post
আগন্তুক সপ্তাহত বুধাদিত্য ৰাজযোগত সপোন পূৰণ হ’ব ৫ৰাশিৰ, ভাগ্যৱানৰ তালিকাত কোন কোন?

আগন্তুক সপ্তাহত বুধাদিত্য ৰাজযোগত সপোন পূৰণ হ’ব ৫ৰাশিৰ, ভাগ্যৱানৰ তালিকাত কোন কোন?

জীৱনলৈ মাত্ৰ ৭টা পৰিবৰ্তন আনক! কৰ্কট কি পাহৰি যাব আপুনিও, ৭ ৰিস্ক ফেক্টৰ কি কি?

জীৱনলৈ মাত্ৰ ৭টা পৰিবৰ্তন আনক! কৰ্কট কি পাহৰি যাব আপুনিও, ৭ ৰিস্ক ফেক্টৰ কি কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.