• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জীৱনলৈ মাত্ৰ ৭টা পৰিবৰ্তন আনক! কৰ্কট কি পাহৰি যাব আপুনিও, ৭ ৰিস্ক ফেক্টৰ কি কি?

জীৱনলৈ মাত্ৰ ৭টা পৰিবৰ্তন আনক! কৰ্কট কি পাহৰি যাব আপুনিও, ৭ ৰিস্ক ফেক্টৰ কি কি?

2 years ago
খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

28 minutes ago
ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

52 minutes ago
উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

1 hour ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

3 hours ago
২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

3 hours ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

12 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

12 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

12 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

13 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

14 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

16 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জীৱনলৈ মাত্ৰ ৭টা পৰিবৰ্তন আনক! কৰ্কট কি পাহৰি যাব আপুনিও, ৭ ৰিস্ক ফেক্টৰ কি কি?

জীৱনলৈ মাত্ৰ ৭টা পৰিবৰ্তন আনক! কৰ্কট কি পাহৰি যাব আপুনিও, ৭ ৰিস্ক ফেক্টৰ কি কি?

editor by editor
August 17, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
জীৱনলৈ মাত্ৰ ৭টা পৰিবৰ্তন আনক! কৰ্কট কি পাহৰি যাব আপুনিও, ৭ ৰিস্ক ফেক্টৰ কি কি?
0
SHARES
607
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কৰ্কট কিয় হয়? সেয়া নিশ্চিতভাৱে কোনোৱেই ক’ব নোৱাৰে৷ বহুতৰে ধাৰণা যে এই ৰোগ জিনগত৷ আকৌ কোনো কোনোৱে কয় মদ্যপান কৰিলে কৰ্কটৰ আশংকা বাঢ়ে৷ এই সকলোবোৰ তথ্য একেবাৰে ভুল বুলি আপুনি ক’ব নোৱাৰে৷ চিকিৎসকৰ মতে কোনো কোনো বিষয় আছে যিসমূহে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা বঢ়ায়৷ চিকিৎসা বিজ্ঞানৰ ভাষাত এই বিষয়সমূহক কোৱা হয় ৰিস্ক ফেক্টৰ৷ সাম্প্ৰতিক এক গৱেষণাই কৈছে যে , কৰ্কটত আক্ৰান্ত হৈ যিমান মানুহৰ মৃত্যু হয় তাৰ অৰ্ধেকেই কিবা নহয় কিবা ৰিস্ক ফেক্টৰ লৈ জীয়াই আছিল৷

পূৰ্বে কৰ্কটৰোগীৰ সংখ্যা আছিল যথেষ্ট বেছি৷ কিন্তু চিকিৎসা সংক্ৰান্তীয় পত্ৰিকা লেনছেটত প্ৰকাশিত এক গৱেষণাপত্ৰত কৈছে যে তৰুণ প্ৰজন্ম বাদেই তাৰ আগৰ প্ৰজন্মৰ পৰাই কৰ্কট আক্ৰান্তৰ সংখ্যা দোপতদোপে বাঢ়িব ধৰিছে৷ বৰ্তমান প্ৰজন্মৰ ওপৰত তাৰেই ছায়া পৰিছে৷ সেই সমীক্ষাত কোৱা হৈছে যে, তৰুণ প্ৰজন্মৰ বেছিভাগৰেই স্তন, লিভাৰ, মলাশয়, মলদ্বাৰ, পিত্তথলি, অগ্নাশয়ৰ দৰে প্ৰায় ১৭ প্ৰকাৰৰ কৰ্কটৰ অস্তিত্ব পোৱা গৈছে৷ জীৱনযাপনৰ সামান্য কিছু পৰিবৰ্তনে মাৰণৰোগ কৰ্কটৰ প্ৰতিৰোধ কৰিব পাৰে বুলি গৱেষণাপত্ৰত সেই কথাও কোৱা হৈছে৷

জীৱনযাপনৰ কি পৰিবৰ্তন আনিলে কৰ্কটত আক্ৰান্ত হোৱাৰ ভয় নাথাকে?

ওজন নিয়ন্ত্ৰণ

কৰ্কটৰ আশংকা কমাবলৈ ওজন নিয়ন্ত্ৰণত ৰখাটো জৰুৰী৷ ওজন বেছি বাঢ়ি গ’লে কৰ্কটৰ আশংকা বাঢ়ে৷ সেই আশংকা কমাবলৈ নিয়মিত শৰীৰচৰ্চা কৰিব লাগে৷ ব্যায়াম নকৰিলে ওজন কমোৱা সম্ভৱ নহয়৷ মেদবহুলতাৰ কাৰণে বৃদ্ধি পায় স্তন, কলন পাকস্থলীৰ কৰ্কট৷

উদ্ভিদজাত খাদ্য

প্ৰাণীজ খাদ্যক বাদ দি বেছিকৈ শাকপাচলি, ফল-মূল খোৱাৰ অভ্যাস গঢ়ি তুলক৷ বিভিন্ন ধৰণৰ বীজ, বাদাম, টোফুস দানাজাতীয় খাদ্য খাব পাৰে৷ ইউছি স্কেন ছানফ্ৰান্সিকোৱে দিয়া তথ্যই প্ৰকাশ কৰিছে যে উদ্ভিদজাত খাদ্য খোৱাৰ অভ্যাসে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা প্ৰায় ৪৭শতাংশ কমাই দিয়ে৷ পুৰুষৰো প্ৰটেষ্ট কৰ্কটৰ ভয়াৱহতা কমে উদ্ভিদজাত খাদ্য গ্ৰহণ কৰিলে৷

অলস জীৱনযাপন

দিনে দিনে কৰ্কটৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ অন্যতম কাৰণ হৈছে অলস জীৱনযাপন৷ ১০ৰ পৰা ১২ ঘণ্টা বহি বা শুই থাকিলেও কৰ্কটৰ আশংকা বাঢ়ে৷ সমীক্ষাই কৈছে যে যিসকলে কোনো কায়িক পৰিশ্ৰম নকৰে, তেওঁলোকৰ শৰীৰত কৰ্কটে বাঁহ বন্ধাৰ আশংকা থাকে৷ সমীক্ষাই কৈছে যে যিসকলে কোনো কায়িক পৰিশ্ৰম নকৰে তেওঁলোকৰ শৰীৰত কৰ্কট হোৱাৰ আশংকা ৮২শতাংশ বৃদ্ধি পায়৷

প্ৰক্ৰিয়াজাত খাদ্য

ভাত ৰুটিৰ দৰে ঘৰোৱা খাদ্যৰ সলনি ভজা খাদ্য, বাহিৰৰ মুখৰোচক খাদ্য আৰু নৰম পানীত চুমুক দিয়াৰ অভ্যাসো অত্যন্ত বেয়া অভ্যাস৷ ইয়াৰোপৰি প্ৰক্ৰিয়াজাত প্ৰাণীজ খাদ্য খোৱাৰ প্ৰৱণতাও নৱপ্ৰজন্মৰ মাজত বৃদ্ধি পাইছে৷ এই ধৰণৰ খাদ্যত কৃত্ৰিম চেনী আৰু ছডিয়ামৰ পৰিমাণ বেছি৷ সেয়ে এই ধৰণৰ খাদ্য খালেই কৰ্কটৰ আশংকা বাঢ়ে৷

ফাইবাৰজাতীয় খাদ্য

ফাইবাৰজাতীয় খাদ্যত ফেটৰ পৰিমাণ বেছি আৰু ফাইবাৰৰ পৰিমান কম, সেই সমূহৰ পৰা কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা বেছি৷ সেয়ে ডায়েটত প্ৰতিদিনে ফলমূল, বাদাম, বীজ জাতীয় খাদ্য ৰাখক৷ লগতে পৰ্যাপ্ত পানীও খাব পাৰে৷

ৰ’দো বিপজ্জনক

সূৰ্যৰ ক্ষতিকৰ অতিবেঙুনীয়া ৰশ্মিৰ পৰা কিন্তু কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা থাকে৷ ছালৰ কৰ্কটৰ নেপথ্যত এই অতিবেঙুনীয়া ৰশ্মিৰ ভূমিকা আছে৷ সেয়ে ৰ’দৰ পৰা বাছি থকাটো অৱশ্যই জৰুৰী৷ ছালত ভাল ছানস্ক্ৰিণ লগাব৷ লগতে ছাতি, টুপি, ছানগ্লাছ পৰিধান কৰাটোও জৰুৰী৷

ধূমপান আৰু মদ্যপান

যিসকলে ধূমপান কিংবা মদ্যপানত আসক্ত তেওঁলোকৰ ডিঙি, মুখগহ্বৰ, খাদ্যনলীৰ কৰ্কটৰ আশংকা বেছি হয়৷ সেই সমস্যা দূৰ কৰাৰ এটাই উপায় হৈছে ধূমপান বা মদ্যপানৰ পৰা বিৰত থাকক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!
জীৱনশৈলী

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

July 22, 2026
ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

July 22, 2026
উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!
অসম

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

July 22, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

July 22, 2026
Next Post
আত্মনিৰ্ভৰতাৰ নামত ব্যয় ৬৫০০ কোটি! ভাৰতীয় সেনাই এইবাৰ পাব দেশত তৈয়াৰী ৪০০টা হাউইৎজাৰ

আত্মনিৰ্ভৰতাৰ নামত ব্যয় ৬৫০০ কোটি! ভাৰতীয় সেনাই এইবাৰ পাব দেশত তৈয়াৰী ৪০০টা হাউইৎজাৰ

তিনি বছৰত তিনিবাৰ ভাঙিল! মুখ্যমন্ত্ৰী নীতীশৰ সপোনৰ সেতু নিৰ্মাণৰ কাম শেষ হ’বনে? যাতায়াত চলিবনে ১৭০০ কোটিটকীয়া সেতুৰে?

তিনি বছৰত তিনিবাৰ ভাঙিল! মুখ্যমন্ত্ৰী নীতীশৰ সপোনৰ সেতু নিৰ্মাণৰ কাম শেষ হ’বনে? যাতায়াত চলিবনে ১৭০০ কোটিটকীয়া সেতুৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.