• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩৫ বছৰীয়া যুৱকৰ লোলুপ দৃষ্টিৰ পৰা হাত সাৰি নগ’ল ৪ বছৰীয়া কনমানি, আৰক্ষীৰ এ/ন/কা/উ/ণ্টা/ৰ

৩৫ বছৰীয়া যুৱকৰ লোলুপ দৃষ্টিৰ পৰা হাত সাৰি নগ’ল ৪ বছৰীয়া কনমানি, আৰক্ষীৰ এ/ন/কা/উ/ণ্টা/ৰ

2 years ago
জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

21 minutes ago
‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

47 minutes ago
নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

1 hour ago
মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

2 hours ago
মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

3 hours ago
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

3 hours ago
আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

4 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

5 hours ago
ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

5 hours ago
ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

6 hours ago
জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

23 hours ago
অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

৩৫ বছৰীয়া যুৱকৰ লোলুপ দৃষ্টিৰ পৰা হাত সাৰি নগ’ল ৪ বছৰীয়া কনমানি, আৰক্ষীৰ এ/ন/কা/উ/ণ্টা/ৰ

editor by editor
August 27, 2024
in বিবিধ, ভাৰত
0
৩৫ বছৰীয়া যুৱকৰ লোলুপ দৃষ্টিৰ পৰা হাত সাৰি নগ’ল ৪ বছৰীয়া কনমানি, আৰক্ষীৰ এ/ন/কা/উ/ণ্টা/ৰ
0
SHARES
352
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৩৫ বছৰীয়া যুৱকৰ লোলুপ দৃষ্টিৰ পৰা হাত সাৰি নগ’ল ৪ বছৰীয়া কনমানি, আৰক্ষীৰ এ/ন/কা/উ/ণ্টা/ৰ

পুনৰবাৰ উত্তৰ প্ৰদেশৰ অয়োযোধ্যাত এটি নিৰীহ শিশুৰ ওপৰত নিষ্ঠুৰতাৰ ঘটনা পোহৰলৈ আহিছে। আয়োধ্যাৰ মহাৰাজগঞ্জ আৰক্ষী থানাৰ কুম্ভিয়া গাঁৱত চুবুৰীটোৰ এজন যুৱকৰ বিৰুদ্ধে ৪ বছৰীয়া দলিত শিশুৰ সৈতে বৰ্বৰতাৰ অভিযোগ উত্থাপন হৈছে।

ধৰ্ষণকাৰী ৩৫ বছৰীয়া ছলমান বুলি চিনাক্ত। অপৰাধ সংঘটিত কৰাৰ পিছত অভিযুক্তই সেই স্থানৰ পৰা পলায়ন কৰে। অৱশ্যে ঘটনাৰ কেইঘণ্টামানৰ পিছতে আৰক্ষীয়ে এনকাউণ্টাৰৰ অন্তত অভিযুক্ত ছলমানক গ্ৰেপ্তাৰ কৰে। আনহাতে নিৰীহ শিশুটিক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

জিলাখনৰ আৰক্ষী অধীক্ষক সন্দীপ সিঙে জনোৱা মতে, অভিযুক্ত ছলমানে আৰক্ষীৰ দলটোক গুলীচালনা কৰি পলাই গৈছিল। মহাৰাজগঞ্জৰ আইমী আলাপুৰ পথৰ তাৰাপুৰ গাঁৱৰ সমীপত আৰক্ষীয়েও অভিযুক্তক আটক কৰিবলৈ এনকাউণ্টাৰ কৰে। এই এনকাউণ্টাৰত গুলীত আঘাতপ্ৰাপ্ত হয় ছলমান। পাছত গ্ৰেপ্তাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হৈছে অভিযুক্তকো।

শিশুটিৰ পৰিয়ালৰ লোকে জানিব দিয়া অনুসৰি, সন্ধিয়াৰ পৰা ৪ বছৰীয়া শিশুটি সন্ধানহীন হৈ আছিল। ৪-৫ ঘণ্টা ধৰি ঘৰলৈ উভতি নহাত বহু ঠাইত সন্ধান চলাই শিশুটিৰ। পিছত ছালমানৰ ঘৰৰ ওচৰতে শিশুটি সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হয়। লগে লগে পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়ে।

বৰ্তমানে গাঁওখনত উত্তেজনাময় পৰিস্থিতি। ৰাজপথলৈ ওলাই আহিছে শ শ লোক। সেয়ে উত্তেজনাৰ পৰিপ্ৰেক্ষিতত গাঁওখনত আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে সুৰক্ষাজনিত কাৰণত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AyodhaMinor rape Caserape caseuttar pradesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?
জীৱনশৈলী

জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

September 4, 2026
‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’
অপৰাধ

‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

September 4, 2026
নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন
অসম

নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

September 4, 2026
মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা
জীৱনশৈলী

মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

September 4, 2026
Next Post
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে সদৰি- বিজেপিলৈ যোৱালৈ খাটাং, ৩০ আগষ্টত গেৰুৱা শিবিৰলৈ চম্পাই সোৰেণ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে সদৰি- বিজেপিলৈ যোৱালৈ খাটাং, ৩০ আগষ্টত গেৰুৱা শিবিৰলৈ চম্পাই সোৰেণ

ভাৰত-অষ্ট্ৰেলিয়াৰ দৰে শীৰ্ষ স্থানীয় দলে কৰিব নোৱাৰা কাম কৰি ৰেকৰ্ড গঢ়িলে স্পেইনে

ভাৰত-অষ্ট্ৰেলিয়াৰ দৰে শীৰ্ষ স্থানীয় দলে কৰিব নোৱাৰা কাম কৰি ৰেকৰ্ড গঢ়িলে স্পেইনে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.