• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
T20 বিশ্বকাপ ২০২৪ ৰ সূচী প্ৰকাশ, কেতিয়া কেতিয়া খেল আছে ভাৰতৰ, ২০ অক্টোবৰত ফাইনেল

T20 বিশ্বকাপ ২০২৪ ৰ সূচী প্ৰকাশ, কেতিয়া কেতিয়া খেল আছে ভাৰতৰ, ২০ অক্টোবৰত ফাইনেল

2 years ago
এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

2 minutes ago
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

15 minutes ago
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

38 minutes ago
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

1 hour ago
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

2 hours ago
ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

2 hours ago
গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

3 hours ago
এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

4 hours ago
ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

4 hours ago
বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

6 hours ago
মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

7 hours ago
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

T20 বিশ্বকাপ ২০২৪ ৰ সূচী প্ৰকাশ, কেতিয়া কেতিয়া খেল আছে ভাৰতৰ, ২০ অক্টোবৰত ফাইনেল

editor by editor
August 27, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
T20 বিশ্বকাপ ২০২৪ ৰ সূচী প্ৰকাশ, কেতিয়া কেতিয়া খেল আছে ভাৰতৰ, ২০ অক্টোবৰত ফাইনেল
0
SHARES
3.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

T20 বিশ্বকাপ ২০২৪ ৰ সূচী প্ৰকাশ, কেতিয়া কেতিয়া খেল আছে ভাৰতৰ, ২০ অক্টোবৰত ফাইনেল

২০২৪ৰ মহিলা বিশ্বকাপৰ নতুন সূচী প্ৰকাশ। এতিয়া প্ৰতিযোগিতাখনৰ সকলো মেচ বাংলাদেশৰ পৰিৱৰ্তে ইউ এ ইত অনুষ্ঠিত হ’ব। ৩ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া এই প্ৰতিযোগিতাখন ২০ অক্টোবৰত চূড়ান্ত খেলখন অনুষ্ঠিত হ’ব। এইবাৰৰ খেলত ভাৰতীয় মহিলা দল অন্যতম দাবীদাৰ।

এই প্ৰতিযোগিতাত হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত টিম ইণ্ডিয়াই নিজৰ প্ৰত্যাহ্বান দাঙি ধৰিব, য’ত পুনৰবাৰ টিম ইণ্ডিয়াই পাকিস্তানৰ বিৰুদ্ধে খেলিব। ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখন ডুবাইত অনুষ্ঠিত হ’ব, আনহাতে সূচী অনুসৰি টিম ইণ্ডিয়াৰ প্ৰথমখন খেল নিউজিলেণ্ডৰ বিৰুদ্ধে হ’ব আৰু এই মেচখনো ডুবাইত অনুষ্ঠিত হ’ব।

প্ৰতিযোগিতাৰ বাবে আইচিচিয়ে ২টা গ্ৰুপত ভাগ কৰিছে দল সমূহ। ভাৰত, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, পাকিস্তান আৰু শ্ৰীলংকাক গ্ৰুপ-এত স্থান দিয়া হৈছে। গ্ৰুপ বিত আছে দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ, বাংলাদেশ আৰু স্কটলেণ্ড। সূচী অনুসৰি অহা ৩ অক্টোবৰত বিশ্বকাপৰ প্ৰথমখন খেল বাংলাদেশ আৰু স্কটলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে সকলো দলে ৱাৰ্ম আপ মেচ খেলাও দেখা যাব।

২০২৪ চনৰ আই চি চি মহিলা টি-২০ বিশ্বকাপত মুঠ ২৩খন খেল অনুষ্ঠিত হ’ব। প্ৰতিটো দলে গ্ৰুপ পৰ্যায়ত ৪-৪ খন খেল খেলিব। দুয়োটা গ্ৰুপৰ শীৰ্ষ ২ টা দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিব। ইয়াৰ পিছত চূড়ান্ত খেলখন অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন অহা ২০ অক্টোবৰত ডুবাইত অনুষ্ঠিত হ’ব। ছেমি ফাইনেল আৰু ফাইনেল দুয়োটা খেলৰ বাবে প্ৰতিযোগিতাখনত ‘ৰিজাৰ্ভ ডে’ ৰখা হৈছে।

প্ৰতিযোগিতাখনৰ সম্পূৰ্ণ সূচী এনেধৰণৰ-
৩ অক্টোবৰ, বৃহস্পতিবাৰ, বাংলাদেশ বনাম স্কটলেণ্ড, শ্বাৰজাহ
৩ অক্টোবৰ বৃহস্পতিবাৰ, পাকিস্তান বনাম শ্ৰীলংকা, শ্বাৰজাহ
৪ অক্টোবৰ, শুকুৰবাৰ, দক্ষিণ আফ্ৰিকা বনাম ৱেষ্ট ইণ্ডিজ, ডুবাই
৪ অক্টোবৰ, শুকুৰবাৰ, ভাৰত বনাম নিউজিলেণ্ড, ডুবাই
৫ অক্টোবৰ, শনিবাৰ, বাংলাদেশ বনাম ইংলেণ্ড, শ্বাৰজাহ
৫ অক্টোবৰ, শনিবাৰ, অষ্ট্ৰেলিয়া বনাম শ্ৰীলংকা, শ্বাৰজাহ
৬ অক্টোবৰ, দেওবাৰ, ভাৰত বনাম পাকিস্তান, ডুবাই
৬ অক্টোবৰ, দেওবাৰ, ৱেষ্ট ইণ্ডিজ বনাম স্কটলেণ্ড, ডুবাই
৭ অক্টোবৰ, সোমবাৰ, ইংলেণ্ড বনাম দক্ষিণ আফ্ৰিকা, শ্বাৰজাহ
৮ অক্টোবৰ, মঙলবাৰ, অষ্ট্ৰেলিয়া বনাম নিউজিলেণ্ড, শ্বাৰজাহ
৯ অক্টোবৰ, বুধবাৰ, দক্ষিণ আফ্ৰিকা বনাম স্কটলেণ্ড, ডুবাই
৯ অক্টোবৰ, বুধবাৰ, ভাৰত বনাম শ্ৰীলংকা, ডুবাই
১০ অক্টোবৰ, বৃহস্পতিবাৰ, বাংলাদেশ বনাম ৱেষ্ট ইণ্ডিজ, শ্বাৰজাহ
১১ অক্টোবৰ, শুকুৰবাৰ, অষ্ট্ৰেলিয়া বনাম পাকিস্তান, ডুবাই
১২ অক্টোবৰ, শনিবাৰ, নিউজিলেণ্ড বনাম শ্ৰীলংকা, শ্বাৰজাহ
১২ অক্টোবৰ, শনিবাৰ, বাংলাদেশ বনাম দক্ষিণ আফ্ৰিকা, ডুবাই
১৩ অক্টোবৰ, দেওবাৰ, ইংলেণ্ড বনাম স্কটলেণ্ড, শ্বাৰজাহ
১৩ অক্টোবৰ, দেওবাৰ, ভাৰত বনাম অষ্ট্ৰেলিয়া, শ্বাৰজাহ
১৪ অক্টোবৰ, সোমবাৰ, পাকিস্তান বনাম নিউজিলেণ্ড, ডুবাই
১৫ অক্টোবৰ, মঙলবাৰ, ইংলেণ্ড বনাম ৱেষ্ট ইণ্ডিজ, ডুবাই,
১৭ অক্টোবৰ, বৃহস্পতিবাৰ, প্ৰথম ছেমি ফাইনেল, ডুবাই
১৮ অক্টোবৰ, শুকুৰবাৰ, দ্বিতীয় ছেমি ফাইনেল, শ্বাৰজাহ
২০ অক্টোবৰ, দেওবাৰ, ফাইনেল, ডুবাই

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Cricket world Cupt 20 Women World CupWomen Cricket World CupWomen World Cupworld cup
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?
বিনোদন

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

August 18, 2026
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত
জীৱনশৈলী

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

August 18, 2026
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?
অপৰাধ

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

August 18, 2026
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ
জীৱনশৈলী

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

August 18, 2026
Next Post
কলকাতা ঘটনাৰ নতুন তথ্য সদৰি, নিশা ৩ বজালৈ ঠিকে আছিল সকলো, অভিযুক্ত সঞ্জয়ৰ অকপত স্বীকাৰোক্তি

কলকাতা ঘটনাৰ নতুন তথ্য সদৰি, নিশা ৩ বজালৈ ঠিকে আছিল সকলো, অভিযুক্ত সঞ্জয়ৰ অকপত স্বীকাৰোক্তি

‘উজনি অসমলৈ যাব নোৱাৰিব মিঞা, কোনো কাৰণতে মিঞাক দখল কৰিবলৈ দিয়া নহ’ব অসম’- মুখ্যমন্ত্ৰী

'উজনি অসমলৈ যাব নোৱাৰিব মিঞা, কোনো কাৰণতে মিঞাক দখল কৰিবলৈ দিয়া নহ'ব অসম'- মুখ্যমন্ত্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.