• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৮ ছেপ্টেম্বৰৰ পূৰ্বে চহকী হ’ব ৩টা ৰাশিৰ জাতক, তালিকাত আপুনি আছেনে?

1 year ago
হেকাৰৰ কবলৰ পৰা ফোন কেনেকৈ সুৰক্ষিত ৰাখিব? ছেটিংচত কি কি সালসলনি কৰা জৰুৰী?

4 hours ago
এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়

5 hours ago
ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

7 hours ago
সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?

২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

8 hours ago
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

9 hours ago
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

10 hours ago
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

11 hours ago
RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

1 day ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৮ ছেপ্টেম্বৰৰ পূৰ্বে চহকী হ’ব ৩টা ৰাশিৰ জাতক, তালিকাত আপুনি আছেনে?

১৮ ছেপ্টেম্বৰৰ পূৰ্বে চহকী হ’ব ৩টা ৰাশিৰ জাতক, তালিকাত আপুনি আছেনে?

editor by editor
August 28, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
১৮ ছেপ্টেম্বৰৰ পূৰ্বে চহকী হ’ব ৩টা ৰাশিৰ জাতক, তালিকাত আপুনি আছেনে?
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এটা নিৰ্দিষ্ট সময়ৰ পিছত প্ৰতিটো গ্ৰহই ৰাশি আৰু নক্ষত্ৰ সলনি কৰে। বহু সময়ত গ্ৰহৰ স্থান সলনিৰ ফলত কিছুমান শুভ আৰু অশুভ যোগৰ সৃষ্টি হয়, যাৰ প্ৰভাৱ ১২ ৰাশিৰ লোকৰ জীৱনত পৰে। বৈদিক পঞ্জিকা অনুসৰি ২০২৪ চনৰ ১৮ ছেপ্টেম্বৰত শুক্ৰই নিজৰ ৰাশি তুলা ৰাশিত বক্ৰীগতিত থাকিব। শুক্ৰই নিজৰ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে মালব্য নামৰ ৰাজযোগৰ সৃষ্টি হ’ব৷ এইবাৰ মালব্য ৰাজযোগে ১২ ৰাশিৰ ভিতৰত তিনিটা ৰাশিৰ লোকৰ জীৱনলৈ সুখ কঢ়িয়াই আনিব। সেই ভাগ্যবান তিনি ৰাশি কি কি?

বৃষ ৰাশি

শুক্ৰৰ বক্ৰীদশাৰ ফলত গঠিত মালব্য নামৰ ৰাজযোগে বৃষ ৰাশিৰ লোকৰ জীৱনলৈ সুখ কঢ়িয়াই আনিব। চাকৰিয়াল লোকে বিশেষ সুবিধা লাভ কৰিব পাৰে। আপোনাৰ কামৰ শলাগ ল’ব৷ ইয়াৰ বাহিৰেও যদি অফিচত কাৰোবাৰ সৈতে আপোনাৰ বহুদিনীয়া কাজিয়া আছে তেন্তে তেওঁলোকৰ লগত বিবাদ শেষ হোৱাৰ সম্ভাৱনা আছে। নতুন চাকৰি বিচৰা লোকসকলে ২০২৪ চনৰ ১৮ ছেপ্টেম্বৰৰ আগতে ভাল খবৰ পাব। ব্যৱসায়ীসকলে ব্যৱসায়িক অংশীদাৰৰ সহায়ত হঠাতে আৰ্থিক লাভ কৰিব পাৰে।

কন্যা ৰাশি

কন্যা ৰাশিৰ লোকৰ বাবেও মালব্য ৰাজযোগ শুভ। ব্যৱসায়ীসকলৰ আয় বৃদ্ধি হ’ব পাৰে। আপোনাৰ কামত জ্যেষ্ঠ বিষয়াসকল সুখী হ’ব। পূৰ্বপুৰুষৰ সম্পত্তি সন্দৰ্ভত চলি থকা বিবাদৰ অন্ত পৰিব। আগন্তুক দিনত বিবাহিত জীৱন ভাল হ’বলৈ গৈ আছে। প্ৰেমত মধুৰতা থাকিব। ইয়াৰ সমান্তৰালকৈ স্বাস্থ্যৰো উন্নতিও হ’ব। যুৱক-যুৱতীসকলে তেওঁলোকৰ কষ্টৰ ফল পাব।

মকৰ ৰাশি

মকৰ ৰাশিৰ লোকৰ বাবে মালব্য ৰাজযোগে কঢ়িয়াই আনিব ভাল খবৰ। ২০২৪ চনৰ ১৮ ছেপ্টেম্বৰৰ পূৰ্বে নিয়োজিত লোকৰ দৰমহা বৃদ্ধি হ’ব পাৰে। ব্যৱসায়ীসকলে সফলতাৰে নতুন চুক্তি সম্পূৰ্ণ কৰিব, যিয়ে ভৱিষ্যতত অপৰিসীম আৰ্থিক লাভ দিব৷ পৰিয়ালৰ সদস্যৰ সৈতে ভাল সময় কটাব। নতুন বন্ধু গঢ় লৈ উঠিব। লগতে বৈবাহিক জীৱনত সুখ থাকিব। 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হেকাৰৰ কবলৰ পৰা ফোন কেনেকৈ সুৰক্ষিত ৰাখিব? ছেটিংচত কি কি সালসলনি কৰা জৰুৰী?
জীৱনশৈলী

January 30, 2026
এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়
জীৱনশৈলী

এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়

January 30, 2026
ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম
প্ৰযুক্তি

ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

January 30, 2026
সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?
জীৱনশৈলী

সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?

January 30, 2026
Next Post
এই দেশে বিবাহৰ বাবে দিছে ৩১ লাখ টকা! আঁৰৰ কাৰণ কি?

বিজেপি নেতাৰ বাহনক লক্ষ্য কৰি ৬ ৰাউণ্ড গু/ লী, আৰক্ষীৰ ভূমিকাক লৈ কোনে তুলিছে প্ৰশ্ন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন