• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

2 minutes ago
‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

21 minutes ago
Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

1 hour ago
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

2 hours ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

2 hours ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

3 hours ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

5 hours ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

6 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

7 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

7 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

8 hours ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

20 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

ক্ৰেডিত কাৰ্ডৰ ক্ষেত্ৰত কিছুমান নিয়ম জনাটো অত্যন্ত দৰকাৰ।

editor by editor
September 14, 2026
in বাণিজ্য, বিবিধ, লেখা
0
Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বহুলোকৰ জীৱন এতিয়া ইএমআই-ক্ৰেডিট কাৰ্ডৰ ওপৰত নিৰ্ভৰশীল। বহুতে ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি দৈনিক ক্ৰয় কৰা বস্তুৰ পৰা মোবাইল, টিভি, ফ্ৰীজ ক্ৰয় কৰে। পিছত প্ৰতিমাহে ইএমআইৰ জৰিয়তে ধন পৰিশোধ কৰে। কিন্তু এই ক্ৰেডিট কাৰ্ড যদি ভুল হাতত পৰে তেন্তে ই এক ডাঙৰ সমস্যা হৈ পৰে। যদি কোনোবাই ক্ৰেডিট কাৰ্ড হেৰুৱাই পেলায় আৰু অন্য কোনোবাই সেই কাৰ্ডখন ব্যৱহাৰ কৰি লেনদেন কৰে, তেন্তে সেই লেনদেনৰ বাবে কোন দায়বদ্ধ হ’ব? বেংক নে গ্ৰাহক?

উত্তৰটো হ’ল হেৰুওৱা ক্ৰেডিট কাৰ্ডখনৰ লেনদেনৰ বাবে কোন দায়বদ্ধ হ’ব সেয়া গ্ৰাহকে কেতিয়া লেনদেনটো লক্ষ্য কৰি কাৰ্ডখন ব্লক কৰিলে তাৰ ওপৰত ভিত্তি কৰি কৰা হয়।

ক্ৰেডিট কাৰ্ড হেৰুৱালে কি কৰিব?

ক্ৰেডিট কাৰ্ড হেৰুৱালে প্ৰথমে ব্লক কৰিব লাগে। কিছুদিন বিচাৰি নাপালেও লগে লগে অস্থায়ীভাৱে ফ্ৰীজত ৰাখিব লাগে। এতিয়া প্ৰায় সকলো বেংকে নিজৰ ৱেবছাইট বা মোবাইল এপত অনলাইনযোগে এই সুবিধা প্ৰদান কৰে।

ক্ৰেডিট কাৰ্ডৰ লেনদেনৰ বাবে সদায় গ্ৰাহকজনেই দায়বদ্ধ নহয়। যদি গ্ৰাহকে ক্ৰেডিট কাৰ্ড হেৰুৱাৰ কথা বেংকক জনায় আৰু কাৰ্ডখন ব্লক কৰিবলৈ কয়, তেন্তে ক্ৰেডিট কাৰ্ডৰ লেনদেনৰ বাবে বেংক দায়বদ্ধ। যদি কাৰ্ড ব্লক কৰাৰ আগতে কোনো লেনদেন হয়, তেন্তে আৰ বি আইৰ নিয়ম আৰু বেংকৰ গ্ৰাহক সুৰক্ষা নীতি কাৰ্যকৰী হয়।

আৰ বি আইৰ নিয়মে কি কয়?

ৰিজাৰ্ভ বেংকৰ নীতি-নিৰ্দেশনা অনুসৰি যদি বেংকৰ কোনো ভুল, গাফিলতি বা বাদ পৰাৰ বাবে ক্ৰেডিট কাৰ্ডৰ লেনদেন হয় তেন্তে গ্ৰাহক দায়ী নহয়। যদি কোনো তৃতীয় পক্ষ অৰ্থাৎ গ্ৰাহক বা বেংকে লেনদেন কৰা নাই বা কোনো পক্ষৰ কোনো দোষ নাই, তেন্তে গ্ৰাহকক লেনদেনৰ বাবে দায়ী নহয়। কিন্তু এই সুৰক্ষা লাভ কৰিবলৈ গ্ৰাহকে হেৰুৱা ক্ৰেডিট কাৰ্ডত লেনদেনৰ তিনিদিনৰ ভিতৰত বেংকক অৱগত কৰিব লাগিব।

বেংকে এই তথ্য লেনদেনৰ বাৰ্তা পোৱাৰ তিনিদিনৰ ভিতৰত ৰিপৰ্ট কৰিব লাগিব, কাৰ্ড হেৰাই যোৱাৰ পিছত নহয়। যদি কোনোবাই চাৰিৰ পৰা সাত দিনৰ ভিতৰত বেংকক লেনদেনৰ ৰিপৰ্ট দিয়ে তেন্তে গ্ৰাহকজন নিৰ্দিষ্ট সীমালৈকে দায়বদ্ধ হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?
অসম

‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

September 14, 2026
Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?
বিনোদন

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

September 14, 2026
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?
ভাৰত

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

September 14, 2026
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত
অসম

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

September 14, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.