• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাথো ৬মাহ পূৰ্বে সুখ সংসাৰ আৰম্ভ হৈছিল ধনমণিৰ, পাছে কৰ্তব্যত থকাৰ সময়তে বাঘে মু/ণ্ড/হী/ন কৰি পেলালে

মাথো ৬মাহ পূৰ্বে সুখ সংসাৰ আৰম্ভ হৈছিল ধনমণিৰ, পাছে কৰ্তব্যত থকাৰ সময়তে বাঘে মু/ণ্ড/হী/ন কৰি পেলালে

2 years ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

31 minutes ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

2 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

2 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

3 hours ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

3 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

4 hours ago
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

5 hours ago
মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

21 hours ago
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

22 hours ago
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

22 hours ago
স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

23 hours ago
‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মাথো ৬মাহ পূৰ্বে সুখ সংসাৰ আৰম্ভ হৈছিল ধনমণিৰ, পাছে কৰ্তব্যত থকাৰ সময়তে বাঘে মু/ণ্ড/হী/ন কৰি পেলালে

editor by editor
August 29, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
মাথো ৬মাহ পূৰ্বে সুখ সংসাৰ আৰম্ভ হৈছিল ধনমণিৰ, পাছে কৰ্তব্যত থকাৰ সময়তে বাঘে মু/ণ্ড/হী/ন কৰি পেলালে
0
SHARES
6.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাথো ৬মাহ পূৰ্বে সুখ সংসাৰ আৰম্ভ হৈছিল ধনমণিৰ, পাছে কৰ্তব্যত থকাৰ সময়তে বাঘে মু/ণ্ড/হী/ন কৰি পেলালে

ৰাজ্যজুৰি শোকৰ ছাঁ। কৰ্তব্যত থকাৰ সময়তে এগৰাকী গৃহৰক্ষী জোৱানৰ মৃত্যুৱে এতিয়া উত্থাপন কৰিছে বহু প্ৰশ্নৰো। গৃহৰক্ষী জোৱান হৈ ওৰাঙৰ অৰণ্যত টহল দিব লগা হৈছিল ছিপাঝাৰৰ ধনমণি ডেকাই। সেই টহল দি থকাৰ সময়তে বাঘে ঘন অৰণ্যৰ মাজলৈ টানি নি হত্যা কৰে।

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত কালি সংঘটিত হৈছিল এই ঘটনা। বাঘে টানি নিয়াৰ পাছত বহু বিচাৰ খোচাৰ কৰাৰ পাছতো উদ্ধাৰ হোৱা নাছিল ধনমণি। পুৱতি নিশাহে মুণ্ডহীন মৃতদেহ উদ্ধাৰ হৈছিল। যাৰ পাছতে ধনমণি ডেকাৰ ছিপাঝাৰৰ নগাওঁ-হাটীমাৰাৰ গৃহত কান্দোনৰ ৰোল।

এই ঘটনাৰ পাছতে এতিয়া শোকস্তব্ধ পিতৃ আৰু ৰাইজৰ এটাই প্ৰশ্ন- বাঘৰ বিচৰণথলীত অকলে কিয় ডিউটি কৰিবলৈ পঠাইছিল ধনমণিক? এগৰাকী গৃহৰক্ষী জোৱান হৈ কিয় কৰিব লগা হৈছিল বৰকৰ্মীৰ কাম ?

মাত্ৰ ছমাহ পূৰ্বে বিবাহপাহত আৱদ্ধ হৈছিল ধনমণি ডেকা । সুখৰ সংসাৰৰ সপোন দেখা আৰম্ভ কৰিছিলহে , কিন্তু নিষ্ঠুৰ নিয়তিৰ পৰিহাৰত সকলো শেষ। ওৰাং অভায়াৰন্যত টহল দি থকা অৱস্থাতে খঙাল বাঘে ডিঙিত কামুৰী হত্যা কৰে ধনমণিক।

ঘটনাস্থলীৰ পৰা তিনি কিলোমিটাৰ আঁতৰত খেৰনি কেম্পৰ ওচৰত ক্ষত বিক্ষত অৱস্থাত ধনমনি ডেকা নামৰ বনকৰ্মীজনৰ মৃতদেহ উদ্ধাৰ হোৱা পিছত সম্প্ৰতি মঙ্গলদৈ অসামৰিক চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছে মৃতদেহ ৷ উদ্যানখনৰ ৫টা হাতীৰে প্ৰায় অৰ্ধ শতাধিক বনকৰ্মীয়ে নিশা উদ্যানখনৰ ঘন জংঘলত তীব্ৰ অভিযান চলাই অৱশেষত মৃতদেহটো পৰি থকা প্ৰত্যক্ষ কৰিছিল ৷ শৰীৰৰ কেইবাঠাইটো আছিল বাঘৰ কামোৰৰ চিন।

ওৰাং ৰাষ্ট্ৰীয় উদ্যান তথা ওৰাং ব্যাঘ্ৰ প্ৰকল্পত যোৱা কালি বিয়লি বাঘে আক্ৰমণ কৰি জংঘললৈ চোচোৰাই নিয়া গৃহ ৰক্ষী জোৱান ধনমণি ডেকাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে এতিয়া উক্ত বাঘটোকলৈ ভয় প্ৰকাশ বন বিষয়া তথা বনকৰ্মী সকলৰ। কিয়নো এবাৰ মানুহৰ তেজৰ সোৱাদ পোৱাৰ পিছত পুনৰ বাঘে মানুহক আক্ৰমণ কৰাৰ আশংকা কৰিছে বন বিষয়া প্ৰদীপ্ত বৰুৱাই।

উল্লেখযোগ্য যে ২০১৬ চনত ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষিত ওৰাঙত বৰ্তমানে আছে ২৬ টা বাঘ । বাঘৰ ঘনত্ব হিচাপে ই এছিয়া মহাদেশৰ ভিতৰতে সৰ্বাধিক বাঘ থকা উদ্যান। বাঘৰ ঘনত্ব হিচাপে এলেকা কিছু পৰিমানে কমি যোৱাৰ বাবেও বাঘ হিংস্ৰ হোৱাৰ সন্দেহ কৰা হৈছে। তাৰোপৰি উদ্যান খনত পৰ্যন্ত পৰিমাণৰ কৰ্মচাৰী নথকাও এটা কাৰণ এই ঘটনাৰ।

এই ঘটনাৰ পাছতে দৰং জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা ধনমণি ডেকাৰ পৰিয়ালক আৰ্থিক সকাহ। তাৎক্ষণিক ঘৰুৱা কাজ কৰ্মৰ বাবে ৩০ হাজাৰ টকা প্ৰদান আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালৰ। মঙলদৈ অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ ধনমণিৰ পিতৃৰ হাতত প্ৰদান কৰে উক্ত ধন খিনি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamDhanmani DekaOrangOrang Forestsipajhartiger attack
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

long distance relationshipত ৰিয়ান পৰাগ!
বিনোদন

long distance relationshipত ৰিয়ান পৰাগ!

August 13, 2026
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ
অসম

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

August 12, 2026
বিনোদন

গুৱাহাটীত অপেনাৰ ৰোহিতৰ ছিক্সাৰৰ বৰষুণ, ৫টাকৈ মাইলষ্টোন স্পৰ্শ

August 11, 2026
প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?
অসম

প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

August 11, 2026
Next Post
বহাৰ পৰা উঠিব নোৱাৰা হ’ল ছলমান, মঞ্চত উঠাৰ সময়তো কষ্ট, বাৰে বাৰে বুকুত হাত

বহাৰ পৰা উঠিব নোৱাৰা হ'ল ছলমান, মঞ্চত উঠাৰ সময়তো কষ্ট, বাৰে বাৰে বুকুত হাত

নতুন জীৱন পাব ৬ বছৰীয়াই, ফুৰ্তিতে গোটেই হাস্পতালৰে কৰ্মীক জনালে অভিবাদন, ভিডিঅ’ দেখি চকুলো নিগৰিব আপোনাৰো

নতুন জীৱন পাব ৬ বছৰীয়াই, ফুৰ্তিতে গোটেই হাস্পতালৰে কৰ্মীক জনালে অভিবাদন, ভিডিঅ' দেখি চকুলো নিগৰিব আপোনাৰো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.