• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সন্মুখত গণেশ চতুৰ্থী, ৬ নে ৭ ছেপ্টেম্বৰত সিদ্ধিদাতাৰ আৰাধনা কৰিব?

2 years ago
সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?

41 minutes ago
মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল

1 hour ago
সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?

পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত আহিছে সূৰ্য-শনি, লাভ দৃষ্টি যোগত আহিছে আচ্ছে দিন, এই ৫ৰাশিৰ লাভেই লাভ

2 hours ago
থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?

3 hours ago
মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?

ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

4 hours ago
বিধায়ক হ’ল আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃ ৰত্না দেৱনাথ, নতুন চৰকাৰ আহিলে কিয় জে’লত যাব পাৰে মমতা আৰু অভিষেক বেনাৰ্জী? আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃয়ে দিছে হুংকাৰ

সমগ্ৰ দেশত দুদিনীয়াকৈ বেংক ধৰ্মঘট!  কি কি সেৱাত পৰিব প্ৰভাৱ?

5 hours ago
Met Gala ত কৰণ জোহৰৰ অদ্ভুত পোছাক, সকলোৱে ক’লে এয়া কি?

হঠাৎ খৰচ বাঢ়িছে নেকি? এই ৫টা টিপচে সহায় কৰিব অৰ্থ লাভত!

6 hours ago
8th Pay Commission: দৰমহা বৃদ্ধিৰ পৰা পেঞ্চনলৈকে, কি কি আছে কৰ্মচাৰীসকলৰ দাবী?

  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সন্মুখত গণেশ চতুৰ্থী, ৬ নে ৭ ছেপ্টেম্বৰত সিদ্ধিদাতাৰ আৰাধনা কৰিব?

সন্মুখত গণেশ চতুৰ্থী, ৬ নে ৭ ছেপ্টেম্বৰত সিদ্ধিদাতাৰ আৰাধনা কৰিব?

editor by editor
September 2, 2024
in জীৱনশৈলী, লেখা
0
সন্মুখত গণেশ চতুৰ্থী, ৬ নে ৭ ছেপ্টেম্বৰত সিদ্ধিদাতাৰ আৰাধনা কৰিব?
0
SHARES
127
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাদ মাহৰ শুক্লপক্ষৰ চতুৰ্থী তিথিত পালন কৰা হয় গণেশ চতুৰ্থী৷ পশ্চিম ভাৰতত মহাধুমধামেৰে পালন কৰা হয় গণেশ চতুৰ্থী পালন কৰা হয়৷ আমাৰ ৰাজ্যতো বিগত কেইবাবছৰ ধৰি গণেশ পূজা পালনৰ আগ্ৰহ বৃদ্ধি পাইছে৷ হিন্দু ধৰ্ম অনুসৰি গণেশ হৈছে অগ্ৰপূজ্য অৰ্থাৎ সকলো দেৱতাৰ পূৰ্বে তেওঁক আৰাধনা কৰা হয়৷ গণেশৰ পূজা কৰিলে মনৰ সকলো ইচ্ছা পূৰণ হয় আৰু সকলো বিপদৰ পৰা মুক্তি পোৱা যায় বুলি প্ৰচলিত বিশ্বাস৷

গণেশ চতুৰ্থী কেতিয়া?

ভাদ মাহৰ শুক্লপক্ষৰ চতুৰ্থী তিথিৰ পৰা আৰম্ভ হয় গণেশ পূজা৷ মুম্বাইসহ পশ্চিম ভাৰতৰ বিভিন্ন স্থানত ১০ দিন ধৰি এই উৎসৱ চলে৷ এই বছৰ চতুৰ্থী পৰিছে আগন্তুক ৬ ছেপ্টেম্বৰ শুকুৰবাৰৰ ১২ বাজি ৯ মিনিটত৷ চতুৰ্থী থাকিব ৭ ছেপ্টেম্বৰ শনিবাৰে বিয়লি ২বাজি ৬ মিনিট পৰ্যন্ত৷ অৰ্থাৎ দেখা গৈছে যে এই বছৰ দুদিন ধৰি চতুৰ্থী থাকিব৷ উদয়া তিথি মানি গণেশ চতুৰ্থী পালন কৰা হ’ব আগন্তুক ৭ ছেপ্টেম্বৰত৷

গণেশ চতুৰ্থীত শুভ যোগ

এই বছৰ গণেশ চতুৰ্থীত একাধিক শুভ যোগ পৰিছে৷ এই শুভ যোগ মানি পূজা কৰিলে ব্যক্তিৰ দ্বিগুণ লাভ সম্ভৱ৷ পঞ্জিকা অনুসৰি গণেশ চতুৰ্থীত থাকিব সৰ্বাৰ্থ সিদ্ধি যোগ, ৰবি যোগ আৰু ব্ৰহ্মা যোগ৷ এই তিনিটা যোগেই অত্যন্ত শুভ৷ গণেশ চতুৰ্থীত গণেশৰ আৰাধনা কৰি কোনো নতুন কাম আৰম্ভ কৰাৰ বাবে এই দিনটো অত্যন্ত শুভ৷

গণেশ মূৰ্তি স্থাপনৰ শুভ সময়

আপুনি গণেশ মূৰ্তি ঘৰত স্থাপন কৰিবলৈ ৭ ছেপ্টেম্বৰ শুভ সময়৷ এইদিনটোত উপবাসে ৰখা জৰুৰী৷ এইদিনটোত সৰ্বাৰ্থ সিদ্ধি যোগ পৰিব পুৱা ৬বাজি ২ মিনিটৰ পৰা বিয়লি ১২ বাজি ২৩ মিনিট পৰ্যন্ত এই শুভ সময় থাকিব৷ এই সময়ৰ মাজত গণেশ মূৰ্তি স্থাপন কৰিলে শুভ ফল পোৱা সম্ভৱ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?
জীৱনশৈলী

May 5, 2026
মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল
জীৱনশৈলী

মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল

May 5, 2026
সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?
জীৱনশৈলী

সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?

May 5, 2026
পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত আহিছে সূৰ্য-শনি, লাভ দৃষ্টি যোগত আহিছে আচ্ছে দিন, এই ৫ৰাশিৰ লাভেই লাভ
জীৱনশৈলী

পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত আহিছে সূৰ্য-শনি, লাভ দৃষ্টি যোগত আহিছে আচ্ছে দিন, এই ৫ৰাশিৰ লাভেই লাভ

May 5, 2026
Next Post
ছেপ্টেম্বৰত পূৰ্ব ফাল্গুনী নক্ষত্ৰত আহিব সূৰ্য, টকাই টকা আহিব এই ৪ৰাশিৰ হাতলৈ

আকৌ বাঢ়িব দৰমহা! চৰকাৰী কৰ্মচাৰীৰ DAৰ শেহতীয়া আপডেট, কেতিয়া কিমান বাঢ়িব দৰমহা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন