• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছেপ্টেম্বৰত পূৰ্ব ফাল্গুনী নক্ষত্ৰত আহিব সূৰ্য, টকাই টকা আহিব এই ৪ৰাশিৰ হাতলৈ

ছেপ্টেম্বৰত পূৰ্ব ফাল্গুনী নক্ষত্ৰত আহিব সূৰ্য, টকাই টকা আহিব এই ৪ৰাশিৰ হাতলৈ

2 years ago
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

18 minutes ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

8 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

9 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

9 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

9 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

10 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

10 hours ago
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

11 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

11 hours ago
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

12 hours ago
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

13 hours ago
EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ছেপ্টেম্বৰত পূৰ্ব ফাল্গুনী নক্ষত্ৰত আহিব সূৰ্য, টকাই টকা আহিব এই ৪ৰাশিৰ হাতলৈ

ছেপ্টেম্বৰত পূৰ্ব ফাল্গুনী নক্ষত্ৰত আহিব সূৰ্য, টকাই টকা আহিব এই ৪ৰাশিৰ হাতলৈ

editor by editor
September 2, 2024
in জীৱনশৈলী
0
ছেপ্টেম্বৰত পূৰ্ব ফাল্গুনী নক্ষত্ৰত আহিব সূৰ্য, টকাই টকা আহিব এই ৪ৰাশিৰ হাতলৈ
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক ৩০ ছেপ্টেম্বৰ শুকুৰবাৰে পূৰ্ব ফাল্গুনী নক্ষত্ৰত গোচৰ কৰিব সূৰ্যই৷ এই নক্ষত্ৰৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ৷ আকৌ বৰ্তমান পূৰ্ব ফাল্গুনীতেই অৱস্থান কৰিছে শুক্ৰই৷ ফলত ৩০ ছেপ্টেম্বৰত গঠিত হ’ব শুক্ৰ আৰু সূৰ্যৰ যুঁটি৷ সৌৰজগতৰ ৰজা সূৰ্যই যেতিয়া নিজৰ অৱস্থান পৰিবৰ্তন কৰে তেতিয়া তাৰ প্ৰভাৱ বিভিন্ন ৰাশিৰ জাতকৰ ওপৰত পৰে৷ সন্মুখৰ মাহত সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনৰ ফলত ভাল সময় আহিব চাৰি ৰাশিৰ জাতকৰ জীৱনলৈ৷ এই সময় আৰ্থিকভাৱে প্ৰচুৰ উন্নতি কৰিব এই ৪ৰাশিৰ জাতকে৷

মেষ ৰাশি

সূৰ্যই পূৰ্ব ফাল্গুনী নক্ষত্ৰত গোচৰ কৰিলে তাৰ প্ৰভাৱত লাভৱান হ’ব মেষ ৰাশিৰ জাতক৷ এই সময়ত নিজৰ জীৱনত কেইবাটাও পজিটিভ পৰিবৰ্তন দেখা পাব আপুনি৷ কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ সুযোগ পাব মেষ ৰাশিৰ জাতকে৷ কাৰ্যালয়ত নতুন কামৰ দায়িত্ব পাব৷ অন্য তোনো কোম্পানীৰ পৰা ভাল চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷ পৰিয়ালক লৈ কোনো কাৰণত টেনছন চলিলে এই সময়ত দূৰ হ’ব৷

সিংহ ৰাশি

সিংহ ৰাশিৰ অধিপতি গ্ৰহ হৈছে সূৰ্য৷ সেয়ে সিংহৰ নক্ষত্ৰ পৰিবৰ্তনৰ ফলত বৃহৎ উন্নতি হ’ব সিংহ ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত আপোনাৰ আত্মবিশ্বাস আৰু এনাৰ্জি লেভেল তুংগত থাকিব৷ অৰ্থ উপাৰ্জনৰ নতুন পথ খোল খাব আপোনাৰ সন্মুখত৷ ব্যৱসায়ত বৃহৎ সাফল্য অৰ্জন কৰিব পাৰিব সিংহ ৰাশিৰ জাতকে৷ সকলো কামতে পৰিয়ালৰ সমৰ্থন পাব৷

কন্যা ৰাশি

সূৰ্যই পূৰ্ব ফাল্গুনী নক্ষত্ৰত আহিলে তাৰ শুভ প্ৰভাৱত কন্যা ৰাশিৰ জাতকৰ মনৰ সকলো ইচ্ছা পূৰণ হ’ব৷ আপোনাৰ কামৰ পথত থকা বাধা এই সময়ত দূৰ হ’ব৷ কৰ্মক্ষেত্ৰত প্ৰভাৱ আৰু প্ৰতিপত্তি বৃদ্ধি পাব কন্যা ৰাশিৰ জাতকৰ৷ কেৰিয়াৰত বৃহৎ উন্নতি দেখা পাব আপুনি৷ প্ৰভাৱশালী ব্যক্তিৰ সৈতে পৰিচিত হ’ব আপুনি৷ ইয়াৰ ফলত ভৱিষ্যতে লাভৱান হ’ব৷ সমাজত নিজৰ নতুন পৰিচয় তৈয়াৰ কৰিব পাৰিব কন্যা ৰাশিৰ জাতকে৷

তুলা ৰাশি

ছেপ্টেম্বৰত সূৰ্যৰ গোচৰত ভাগ্য খুলিব ধনু ৰাশিৰ জাতকৰ৷ জীৱনত সকলো ক্ষেত্ৰত উন্নতি কৰিব পাৰিব আপুনি৷ ধৰ্মীয় আৰু সামাজিক কামত আপুনি অংশগ্ৰহণ কৰিব পাৰিব৷ সমাজত সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷ মানসিক চাপ আৰু অৱসাদৰ পৰা মুক্তি পাব৷ উপাৰ্জন বৃদ্ধি পাব আৰু ব্যৱসায়ত নিজৰ প্ৰতিপত্তি বাঢ়িব৷ নতুন সম্পত্তি ক্ৰয় কৰিব পাৰিব৷ দাম্পত্য জীৱনত সুখ থাকিব তুলা ৰাশিৰ জাতকৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ
জীৱনশৈলী

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

October 18, 2026
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক
জীৱনশৈলী

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

October 17, 2026
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই
জীৱনশৈলী

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

October 17, 2026
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!
জীৱনশৈলী

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

October 17, 2026
Next Post
আকৌ বাঢ়িব দৰমহা! চৰকাৰী কৰ্মচাৰীৰ DAৰ শেহতীয়া আপডেট, কেতিয়া কিমান বাঢ়িব দৰমহা?

আকৌ বাঢ়িব দৰমহা! চৰকাৰী কৰ্মচাৰীৰ DAৰ শেহতীয়া আপডেট, কেতিয়া কিমান বাঢ়িব দৰমহা?

গণেশৰ প্ৰিয় এই ৩ৰাশি, ৩ ৰাশিৰ ওপৰত গণেশৰ বিশেষ আশীৰ্বাদ থাকে

গণেশৰ প্ৰিয় এই ৩ৰাশি, ৩ ৰাশিৰ ওপৰত গণেশৰ বিশেষ আশীৰ্বাদ থাকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.