• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বেছি দিন নাই, সমুদ্ৰ তলিত সোমাই পৰিব ভাৰতৰ এই ১২খন চহৰ! ধীৰে ধীৰে ডুব গৈছে আমেৰিকাৰো ২৪চহৰ, গৱেষণাই দিয়া ভয়ংকৰ তথ্য জানেনে?

2 years ago
পুৰুষৰ ভৰিৰ গঠনেই কৈ দিয়ে ভাগ্যত ধনসম্পদ আছেনে! কি কৈছে সমুদ্ৰশাস্ত্ৰই?

22 minutes ago
বিশ্বজুৰি গৱেষণাত চমক ভাৰতীয় পুৰুষৰ! ভাৰতৰ এই এলেকাৰ পুৰুষৰ শুক্ৰাণুৰ মান বিশ্বৰ ভিতৰত এতিয়াও শ্ৰেষ্ঠ হৈয়েই আছে

47 minutes ago
বুধৰ গোচৰত ১৯ মেৰ পৰা ভাগ্য খুলিব ৪ৰাশিৰ, আপুনিও আছেনে তালিকাত?

2 hours ago
ইনশ্বাল্লাহ জয় TMC ৰেই হ’ব! অভিনেতা তথা TMCৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ মন্তব্যক লৈ কিয় চলিছে চৰ্চা?

SBI ৰ ৩বছৰৰ FDত 2,00,000 জমা কৰিলে আপুনি কিমান সুদ পাব? মেচিউৰিটিত হাতলৈ কিমান টকা আহিব?

হানিমুনত বিদেশ যোৱাৰ পৰিকল্পনা? এই ৫দেশলৈ যাবলৈ নালাগে ভিছা

3 hours ago
বিদেশৰ পৰা মুঠ কিমান সোণ টেক্স নিদিয়াকৈ আনিব পাৰি? নিয়ম জানিলে বিপদত নপৰে আপুনি

পোষ্ট অফিচৰ MIS স্কিমত ১০ লাখ টকা ডিপজিট কৰিলে প্ৰতি মাহে কিমান টকা সুদ হিচাপে পাব?

4 hours ago
মহাকাশত বিপদ বঢ়াইছে ই-আৱৰ্জনাই! কি বিপদৰ আশংকা কৰিছে বিজ্ঞানীয়ে?

মে মাহৰ আৰম্ভণিতে ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

১০,০০০ টকাৰ মাহিলী SIP বা ৩লাখ টকাৰ এককালীন বিনিয়োগ, ১৫ বছৰত কোনটোৱে বেছি ভাল ৰিটাৰ্ণ দিব?

5 hours ago
পুৱাই উঠি ভাগৰুৱা অনুভৱ কৰিছে? আপোনাৰ নিশা টোপনি ভাল হোৱা নাই? শৰীৰে কেতিয়া ভাগৰুৱা হোৱাৰ ইংগিত দিয়ে?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

বেছি দিন নাই, সমুদ্ৰ তলিত সোমাই পৰিব ভাৰতৰ এই ১২খন চহৰ! ধীৰে ধীৰে ডুব গৈছে আমেৰিকাৰো ২৪চহৰ, গৱেষণাই দিয়া ভয়ংকৰ তথ্য জানেনে?

বেছি দিন নাই, সমুদ্ৰ তলিত সোমাই পৰিব ভাৰতৰ এই ১২খন চহৰ! ধীৰে ধীৰে ডুব গৈছে আমেৰিকাৰো ২৪চহৰ, গৱেষণাই দিয়া ভয়ংকৰ তথ্য জানেনে?

editor by editor
September 2, 2024
in বিজ্ঞান, বিবিধ, ভাৰত, লেখা
0
বেছি দিন নাই, সমুদ্ৰ তলিত সোমাই পৰিব ভাৰতৰ এই ১২খন চহৰ! ধীৰে ধীৰে ডুব গৈছে আমেৰিকাৰো ২৪চহৰ, গৱেষণাই দিয়া ভয়ংকৰ তথ্য জানেনে?
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নেপথ্যত দুই ভিলেইন৷ বিশ্ব উষ্ণায়ণ আৰু জলবায়ু পৰিবৰ্তন৷ আৰু এই দুই পৰিবৰ্তনেই বঢ়াইছে মহাসাগৰৰ জলপৃষ্ঠ৷ সঁচাকৈয়ে বিপদৰ আশংকা বাঢ়িছে মহাসিন্ধুৰ তৰফৰ পৰা৷ যি হাৰত সমুদ্ৰৰ জলস্তৰ বৃদ্ধি পাইছ আগন্তুক দিনত অৰ্থাৎ প্ৰায় ২০৫০ চনৰ ভিতৰত আমেৰিকাৰ ১২ টা উপকূলীয় চহৰৰ প্ৰতি ৫০ জন বাসিন্দাৰ মাজত এজন বানৰ কৱলত পৰিব৷

বিপদৰ আশংকা বাঢ়িছে ভাৰতৰ কেইবাখনো চহৰৰ ওপৰত৷ পৰিবেশবিদ আৰু গৱেষণা ৰিপৰ্টত আশংকা কৰা হৈছে যে এই শতক শেষ হ’লেই ভাৰতৰো ১২ খন চহৰ পানীত তলত ডুব যাব৷ তালিকাত আছে মুম্বাই, চেন্নাই, কোচি, বিশাখাপত্তনম, কাণ্ডালা, ওখা, ভাওনগৰৰ দৰে কেইবাখনো চহৰ সমুদ্ৰত জাহ যাব৷

নাছাইয়ো এই তথ্যৰ ৰিপৰ্টক সমৰ্থন জনাইছে৷ ফলত উদ্বেগ ক্ৰমশ বাঢ়িছে৷ কিন্তু কিয় এই পৰিস্থিতি? কাৰণ বিচাৰি বিজ্ঞানীয়ে চলোৱা অনুসন্ধানত পাইছে যে পৰিবেশৰ ভাৰসাম্য ৰক্ষা আৰু জলবায়ুৰ পৰিবৰ্তনৰ কুফল নিবাৰণত মহাসাগৰ অৰ্থাৎ পৃথিৱীত জলভাগৰ গুৰুত্ব কি?  গ্ৰীনহাউছ গেছত যি বিপুল পৰিমানে তাপ বন্দী হৈ থাকে তাৰ অধিকাংশই শোষণ কৰে মহাসাগৰসমূহে৷ ইয়াৰোপৰি কাৰ্বন ডাই অক্সাইড গেছো শোষণ কৰে৷ এই প্ৰচণ্ড তাপ শোষণৰ ফলত সামুদ্ৰিক বাস্তুতন্ত্ৰৰ ক্ষতি হৈছে, অন্যহাতে বান পৰিস্থিতিৰো আশংকা বাঢ়িছে৷ বিশেষকৈ ক্ষতি হয় উপকূলীয় চহৰসমূহৰ৷ ৰিপৰ্টত কোৱা হৈছে যে ১৯০১ চনৰ পৰা ২০১৮ চন পৰ্যন্ত বিশ্বব্যাপী সমুদ্ৰস্তৰৰ গড় উচ্চতা বাঢ়িছে ১৫-২৫ ছেণ্টিমিটাৰ৷

২০০৬ চনৰ পৰা সমুদ্ৰৰ জলস্তৰৰ উচ্চতা প্ৰতিবছৰে ৩.৭ মিলিমিটাৰ হাৰত বাঢ়িব ধৰিছে৷ আমেৰিকাত এই বিপদ ভয়ংকৰ হ’ব৷ আমেৰিকাৰ সাগৰৰ উপকূলীয় ৩২ খন চহৰৰ মাজত ২৪ খনেই বিগত বছৰকেইটাত প্ৰায় ২ মিলি মিটাৰ হাৰত ডুবি গৈ আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিশ্বজুৰি গৱেষণাত চমক ভাৰতীয় পুৰুষৰ! ভাৰতৰ এই এলেকাৰ পুৰুষৰ শুক্ৰাণুৰ মান বিশ্বৰ ভিতৰত এতিয়াও শ্ৰেষ্ঠ হৈয়েই আছে
জীৱনশৈলী

April 24, 2026
ইনশ্বাল্লাহ জয় TMC ৰেই হ’ব! অভিনেতা তথা TMCৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ মন্তব্যক লৈ কিয় চলিছে চৰ্চা?
জীৱনশৈলী

ইনশ্বাল্লাহ জয় TMC ৰেই হ’ব! অভিনেতা তথা TMCৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ মন্তব্যক লৈ কিয় চলিছে চৰ্চা?

April 24, 2026
SBI ৰ ৩বছৰৰ FDত 2,00,000 জমা কৰিলে আপুনি কিমান সুদ পাব? মেচিউৰিটিত হাতলৈ কিমান টকা আহিব?
জীৱনশৈলী

SBI ৰ ৩বছৰৰ FDত 2,00,000 জমা কৰিলে আপুনি কিমান সুদ পাব? মেচিউৰিটিত হাতলৈ কিমান টকা আহিব?

April 24, 2026
হানিমুনত বিদেশ যোৱাৰ পৰিকল্পনা? এই ৫দেশলৈ যাবলৈ নালাগে ভিছা
জীৱনশৈলী

হানিমুনত বিদেশ যোৱাৰ পৰিকল্পনা? এই ৫দেশলৈ যাবলৈ নালাগে ভিছা

April 24, 2026
Next Post
পঢ়াশুনা আৰ জি কৰত, অধ্যক্ষও আৰ জি কৰৰ, ট্ৰেন্সফাৰৰ সাহস কাৰো নাই, আছে আৰ্থিক কেলেংকাৰীৰো অভিযোগ, কাৰ বলেৰে ইমান বলীয়ান সন্দীপ ঘোষ?

দৈনিক ৰাশিফল- কেনে যাব আজি ৩ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

দৈনিক ৰাশিফল- কেনে যাব আজি ৩ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ'ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন