• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চুমী আৰু স্বামী তাৰ্কিকৰ সম্পত্তিৰ পাহাৰ দেখি আচৰিত আৰক্ষীও, উজনিত কেইখন চাহ বাগান কিনিছে চুমী আৰু তাৰ্কিকে?

চুমী আৰু স্বামী তাৰ্কিকৰ সম্পত্তিৰ পাহাৰ দেখি আচৰিত আৰক্ষীও, উজনিত কেইখন চাহ বাগান কিনিছে চুমী আৰু তাৰ্কিকে?

2 years ago
১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

3 hours ago
‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

3 hours ago
এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

4 hours ago
৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

4 hours ago
ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

5 hours ago
ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

5 hours ago
মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

6 hours ago
নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

7 hours ago
গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

7 hours ago
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

8 hours ago
‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

9 hours ago
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

চুমী আৰু স্বামী তাৰ্কিকৰ সম্পত্তিৰ পাহাৰ দেখি আচৰিত আৰক্ষীও, উজনিত কেইখন চাহ বাগান কিনিছে চুমী আৰু তাৰ্কিকে?

চুমী আৰু স্বামী তাৰ্কিকৰ সম্পত্তিৰ পাহাৰ দেখি আচৰিত আৰক্ষীও, উজনিত কেইখন চাহ বাগান কিনিছে চুমী আৰু তাৰ্কিকে?

editor by editor
September 4, 2024
in অপৰাধ, অসম, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
চুমী আৰু স্বামী তাৰ্কিকৰ সম্পত্তিৰ পাহাৰ দেখি আচৰিত আৰক্ষীও, উজনিত কেইখন চাহ বাগান কিনিছে চুমী আৰু তাৰ্কিকে?
0
SHARES
514
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এতিয়াও পলাতক ষ্ট’ক মাৰ্কেট কেলেংকাৰীৰ অন্যতম অভিযুক্ত চুমী বৰা৷

চুমী বৰাৰ আন কেতবোৰ বিস্ফোৰক তথ্য লাভ কৰিছে আৰক্ষীয়ে৷

স্বামী তাৰ্কিক বৰাৰ জৰিয়তে চুমীয়ে বিনিয়োগ কৰিছিল চেয়াৰ মাৰ্কেটৰ উপাৰ্জিত ধন৷

ডিব্ৰুগড় আৰক্ষীৰ অনুৰোধত গুৱাহাটী আৰক্ষীয়ে চুমীক বিচাৰি চলাইছে অভিযান৷

উজনি অসমত কেইবাখনো চাহৰ বাগান ক্ৰয় কৰাৰ তথ্য আৰক্ষীৰ হাতত৷

পেছাত সাধাৰণ এজন ফটোগ্ৰাফাৰ তাৰ্কিক বৰাৰ সম্পত্তিৰ তালিকা দেখি হতবাক আৰক্ষী৷

উজনিৰ কেইবাটাও প্ৰান্তত চোৰাং চিণ্ডিকেটত বৃহৎ ধন বিনিয়োগ কৰিছিল স্বামী তাৰ্কিক আৰু চুমিয়ে৷

ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ পত্নীৰ ব্যক্তিগত ফটোগ্ৰাফাৰ হোৱাৰ সুবাদতেই এইসমূহত ধন বিনিয়োগ কৰাৰ অভিযোগ৷

সম্প্ৰতি, চুমি বৰাৰ মোবাইল ক’ল হিষ্ট্ৰী নিৰীক্ষণত ৰাখিছে আৰক্ষীয়ে৷

চুমিয়ে মোবাইল ফোন বন্ধ কৰি আত্মগোপন কৰাৰ সন্দেহ আৰক্ষীৰ৷

শীঘ্ৰেই স্বামী তাৰ্কিক বৰাকো তলব কৰাৰ সম্ভাৱনা ৷

তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা তাৰ্কিক আৰু চুমীক সংগ দিয়া আন এটা বৃহৎ চক্ৰ৷

ঘনে ঘনে স্থান সলনি কৰি চুমীৰ আত্মগোপন৷

স্থান সলনি কৰি আৰক্ষীৰ চকুত ধূলি দিছে চুমী বৰাই৷

অগ্রীম জামিনৰ বাবে অধিবক্তাৰ সৈতে কৰিছে যোগাযোগ৷

সোমবাৰৰ পৰাই পলাতক হৈ আছে অভিনেত্রী কৰিঅ’গ্ৰাফাৰ চুমী বৰা৷

চুমীৰ ম’বাইল কল হিষ্ট্ৰী নিৰীক্ষণত ৰাখিছে ছাইবাৰ চেলে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা
অপৰাধ

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

September 14, 2026
‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি
ভাৰত

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

September 14, 2026
এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

September 14, 2026
৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি
ভাৰত

৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

September 14, 2026
Next Post
মা দুৰ্গাৰ এইবাৰ দোলাত আগমন, গমন হাতীত! জানক কি হ’ব পৰিণাম

মা দুৰ্গাৰ এইবাৰ দোলাত আগমন, গমন হাতীত! জানক কি হ’ব পৰিণাম

১৮ বছৰ পাছত কন্যা ৰাশিত সূৰ্য-শুক্ৰ-কেতু, ৩ গ্ৰহৰ মেলাত টকাৰ পাহাৰ গঢ়িব এই ৫ৰাশিৰ জাতকে

১৮ বছৰ পাছত কন্যা ৰাশিত সূৰ্য-শুক্ৰ-কেতু, ৩ গ্ৰহৰ মেলাত টকাৰ পাহাৰ গঢ়িব এই ৫ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.