• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অলিম্পিকৰ পৰা উভতিছিল মাত্ৰ, পূৰ্ব প্ৰেমিকে পেট্ৰ’ল ঢালি…৮০ শতাংশ অগ্নিদ্বগ্ধ

অলিম্পিকৰ পৰা উভতিছিল মাত্ৰ, পূৰ্ব প্ৰেমিকে পেট্ৰ’ল ঢালি…৮০ শতাংশ অগ্নিদ্বগ্ধ

2 years ago
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

20 minutes ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

34 minutes ago
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

56 minutes ago
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

2 hours ago
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

2 hours ago
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

3 hours ago
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

3 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

4 hours ago
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

4 hours ago
১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

5 hours ago
যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

23 hours ago
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অলিম্পিকৰ পৰা উভতিছিল মাত্ৰ, পূৰ্ব প্ৰেমিকে পেট্ৰ’ল ঢালি…৮০ শতাংশ অগ্নিদ্বগ্ধ

editor by editor
September 4, 2024
in বিবিধ, বিশ্ব
0
অলিম্পিকৰ পৰা উভতিছিল মাত্ৰ, পূৰ্ব প্ৰেমিকে পেট্ৰ’ল ঢালি…৮০ শতাংশ অগ্নিদ্বগ্ধ
0
SHARES
365
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অলিম্পিকৰ পৰা উভতিছিল মাত্ৰ, পূৰ্ব প্ৰেমিকে পেট্ৰ’ল ঢালি…৮০ শতাংশ অগ্নিদ্বগ্ধ

উগাণ্ডাৰ মহিলা খেলুৱৈ ৰেবেকা চেপটেগেইৰ প্ৰাক্তন প্ৰেমিকে পেট্ৰল ঢালি জীৱন্তে জ্বলাই দিয়াৰ চেষ্টা কৰে। ৰেবেকাক কেনিয়াৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে য’ত তেওঁ বৰ্তমানে জীৱন মৃত্যুৰে যুঁজি আছে। শেহতীয়াকৈ ৰেবেকাই পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিছিল।

খেলুৱৈগৰাকী উগাণ্ডাৰ যদিও কেনিয়াত বাস কৰে। ৰেবেকাৰ দুটা সন্তানো আছে। ৩১ বছৰীয়া মাৰাথন দৌৰবিদ ৰেবেকা এই দুৰ্ঘটনাৰ ফলত ৮০ শতাংশ অগ্নিদ্বগ্ধ হৈ পৰিছে।

দীৰ্ঘ দূৰত্বৰ দৌৰবিদ ৰেবেকা চেপটেগেইক প্ৰশিক্ষণ লৈ থকা পশ্চিম কেনিয়াৰ ঘৰত আক্ৰমণ কৰা হয়। সন্তান দুটাৰ সৈতে গীৰ্জাৰ পৰা উভতি আহি থকাৰ সময়তে ৰেবেকাক আক্ৰমণ কৰা হয়। পেৰিছ অলিম্পিকৰ মাৰাথন ইভেণ্টত ৰেবেকাই ৪৪ নম্বৰ স্থান দখল কৰিছিল।

ৰেবেকাই ২০২২ চনত থাইলেণ্ডত অনুষ্ঠিত হোৱা বিশ্ব মাউণ্টেন আৰু ট্ৰাইল ৰান চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিছিল ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AthleticolympicPera OlympicRunner Athletic
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!
জীৱনশৈলী

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

October 12, 2026
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!
বিজ্ঞান

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

October 12, 2026
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?
অসম

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

October 12, 2026
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু
বিশ্ব

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

October 12, 2026
Next Post
কেৱল পানীৰ লগত মিলাই খাওক এইবিধ বিশেষ গুটি, দূৰ কৰক ৫ বিধ সমস্যা

কেৱল পানীৰ লগত মিলাই খাওক এইবিধ বিশেষ গুটি, দূৰ কৰক ৫ বিধ সমস্যা

নেপালৰ নোটত সোমাল ভাৰতৰ সীমা, সীমা বিবাদৰ দিশে নেকি ভাৰত-নেপাল

নেপালৰ নোটত সোমাল ভাৰতৰ সীমা, সীমা বিবাদৰ দিশে নেকি ভাৰত-নেপাল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.